ধুবুৰী কাৰাগাৰত কৰ’না আতংক। ২৩ জনৰ দেহত ধৰা পৰিল কৰ’নাৰ অৱস্থিতি। ধুবুৰী কাৰাগাৰত আছে ৩৫০ গৰাকী কয়দী।
ADVERTISEMENT
তাৰ ভিতৰত ৯৪গৰাকীৰ পৰীক্ষাৰ পাছত ২৩ গৰাকীৰ দেহত পোৱা গ’ল কৰ’না পজিটিভ।
ধুবুৰী কাৰাগাৰত অস্থায়ী ভাবে নিৰ্মান কৰিছে ক’ভিড চেণ্টাৰ। কাৰাগৰ ভিতৰত ২০ খন বিছণাযুক্ত অস্থায়ী ক’ভিড চেণ্টাৰ নিৰ্মান কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।





























