Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

লালুকৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী ডিম্পল হাজৰিকাৰ কৃতিত্ব, ২৫ টা শব্দত গল্প লিখি অসম বুক অৱ ৰেকৰ্ডছত খিতাপ দখল

publisher by publisher
June 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
লালুকৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী ডিম্পল হাজৰিকাৰ কৃতিত্ব, ২৫ টা শব্দত গল্প লিখি অসম বুক অৱ ৰেকৰ্ডছত খিতাপ দখল
7
SHARES
71
VIEWS
ShareShareShareShare

RelatedPosts

টেবলেটত জাতীয় পতাকা অংকনেৰে ছাত্ৰীৰ সাফল্য: অসম বুক অৱ ৰেকৰ্ড

সাহিত্য অনুৰাগী ছাত্ৰীগৰাকীৰ অৰ্থৰ অভাৱত অপ্ৰকাশিতভাৱে টেবুলতে পৰি ৰৈছে উপন্যাস ‘দেৱদাৰু নগৰী’, সুহৃদয়বানৰ পৰা সহায়ৰ আহ্বান

ADVERTISEMENT

লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ২ নং ঢেকীয়াজুলিৰ বৈষ্ণৱপুৰ গাঁৱৰ এগৰাকী প্ৰতিভাবান মেধাৱী ছাত্ৰীয়ে শেহতীয়াকৈ ২৫ টা শব্দৰ ভিতৰত এটা গল্প লিখি অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ বৈষ্ণৱপুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ধৰ্মকান্ত হাজৰিকা আৰু প্ৰয়াত ৰুনজুন হাজৰিকাৰ কন্যা তথা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ দ্বিতীয় বৰ্ষৰ মেধাৱী ছাত্ৰী ডিম্পল হাজৰিকাই ২৫ টা শব্দৰে দুটা শাৰীত ‘উপহাৰ’ শিৰোনামেৰে এটি সুন্দৰ গল্প লিখি যোৱা ১০ জুনত অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰে ৷

এই সন্দৰ্ভত মেধাৱী তথা প্ৰতিভাসম্পন্ন ছাত্ৰী ডিম্পলে জানিবলৈ দিয়া মতে, অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা যোৱা ১২ জুনত ছাত্ৰীগৰাকীৰ গল্পটোৱে খিতাপ অৰ্জন কৰা বুলি অৱগত কৰে ৷ সম্প্ৰতি অনলাইনৰ জৰিয়তে ছাত্ৰীগৰাকীলৈ অসম বুক অৱ ৰেকৰ্ডছৰ তৰফৰ পৰা স্বীকৃতিপত্ৰ প্ৰদান কৰা বুলি ডিম্পলে জানিবলৈ দিছে ৷

লালুকৰ অতি ভিতৰুৱা অঞ্চলৰ পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকীৰ সাফল্যত অঞ্চলবাসীৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা, লালুক আঞ্চলিক ছাত্ৰ সন্থা, ঢেকীয়াজুলি শাখা ছাত্ৰ সন্থা, লখিমপুৰ জিলা মইনা পাৰিজাত, নেহেৰু মইনা পাৰিজাত,‌ ঢেকীয়াজুলি শাখা সাহিত্য সভা, উত্তৰ লালুক গাঁও পঞ্চায়তৰ পৰিয়াল বৰ্গকে আদি কৰি বিভিন্ন ব্যক্তি বিশেষে ডিম্পলক গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ কৃতিত্বৰ শলাগ লয় ৷

স্থানীয় ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটা বিষয়ত লেটাৰ নম্বৰ লৈ সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা এইগৰাকী ছাত্ৰীয়ে নিচেই সৰু কালৰে পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰি আহিছে ৷ সাহিত্য ক্ষেত্ৰখনত বিশেষ ব্যুৎপত্তি থকা ছাত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কবিতা, গল্প, উপন্যাস আদি লিখি আহিছে ৷

শেহতীয়াকৈ ছাত্ৰীগৰাকীয়ে একাত্ম সাধনাৰে লিখি উলিওৱা ‘দেৱদাৰু নগৰী’ উপন্যাসখন প্ৰকাশ কৰি উলিয়াব নোৱৰাৰ বাবে টেবুলতে পৰি ৰৈছে ৷ প্ৰতিভাসম্পন্ন তথা উদ্যমী ছাত্ৰীগৰাকীয়ে কয় যে, পিতৃয়ে সৰু-সুৰা ইটো সিটো ব্যৱসায় কৰি যেনেতেনে পৰিয়ালটো পোহপাল দি আছে ৷ অৰ্থৰ অভাৱত উপন্যাসখন প্ৰকাশ কৰি উলিয়াব নোৱৰাৰ বাবে ছাত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰিছে ৷

ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কোনো সুহৃদয়বান লোকক উপন্যাসখনি প্ৰকাশৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷ এই সন্দৰ্ভত সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত বৰাই এক বিবৃতি প্ৰেৰণ কৰি জানিবলৈ দিছে যে, ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ জিলাখনলৈকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ লগতে ছাত্ৰ সন্থা আৰু সাহিত্যসভাৰ তৰফৰ পৰা ছাত্ৰীগৰাকীৰ অপ্ৰকাশিত হৈ ৰোৱা উপন্যাসখন প্ৰকাশৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব বুলিও জানিবলৈ দিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Book of RecordsDimple Hazarika
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d