Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্ধ হোৱাৰ দিশে ৰাজ্য চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল, চাউল কঢ়িয়াই দেউলীয়া হʼল সমবায় সমিতিসমূহ

বিগত ৩০ মাহে চৰকাৰৰ পৰা লাভ কৰা নাই পৰিবহণ ব্যয়

publisher by publisher
July 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
বন্ধ হোৱাৰ দিশে ৰাজ্য চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল, চাউল কঢ়িয়াই দেউলীয়া হʼল সমবায় সমিতিসমূহ
6
SHARES
59
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসকলৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দুখীয়া পৰিয়ালসমূহক অসম চৰকাৰে যোগান ধৰি অহা বিনামূলীয়া চাউল এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে । বজালীৰ ভৱানীপুৰ পূব সমবায় সমিতিৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ সমবায় সমিতিয়ে বিগত ৩০ মাহ ধৰি লাভ কৰা নাই চাউলসমূহ কঢ়িয়াই অনাৰ বাবদ পাব লগা পৰিবহণ ব্যয় তথা বাট্টা সমূহ ।

ADVERTISEMENT

সমবায় সমিতিয়ে নিজৰ টকা ব্যয়ৰে বিগত ৩০ মাহ ধৰি চাউল সৰভোগ স্থিত ভঁড়ালৰ পৰা ভৱানীপুৰলৈ প্ৰায় ৩৫ কিঃমিঃ কঢ়িয়াই আনি দুখীয়া শ্ৰেণীৰ লোকসকলক যোগান ধৰি আহিছিল । ১৯৭৩ত স্থাপন হোৱা ভৱানীপুৰ পূব সমবায় সমিতিয়ে বিগত ৩০ মাহত পৰিবহণ ব্যয়ৰ বাবদ ৪১ লাখ ৯৫ হাজাৰ ১৫৮ টকা আৰু বাট্টাৰ বাবদ ১৫ লাখ ১২ হাজাৰ ৩৭২ টকা ১২ প‌ইচা সৰ্বমুঠ ৫৭ লাখ সাত হেজাৰ ৫৩০ টকা ১২ প‌ইচা আজিও লাভ কৰা নাই । ফলত দেউলীয়া হৈ পৰিছে সমবায় সমিতিখন । নিজৰ সঞ্চয়ৰ সমুদায় টকা খৰচ কৰাৰ উপৰিও ব্যক্তিগত ভাবেও প্ৰায় তিনি লাখ টকা ধাৰৰ বোজা গ্ৰহণ কৰিব লগা হোৱাৰ কথা ব্যক্ত কৰে সমবায় সমিতিখনৰ সম্পাদক মছলিমুদ্দিন আহমেদে । ফলস্বৰূপে চাউল কঢ়িয়াই অনাৰ বাবে খৰচ হʼবলগীয়া পৰিবহণ ব্যয় পৰিশোধৰ অপাৰগতা স্বীকাৰ কৰিছে সমবায় সমিতিখনে ।

বঙাইগাঁও সংমণ্ডলৰ অন্তৰ্গত ভৱানীপুৰ পূব সমবায় সমিতিখনৰ অধিনত আছে ৪১ খন সূলভ মূল্যৰ দোকান । দোকানসমূহত ছয় হেজাৰ ৬২৭ টা পৰিয়ালৰ বাপৰীতে ২৫ হেজাৰ ৫৪০ গৰাকী ব্যক্তি আছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে ২০১৫ৰ পৰা আৰাম্ভ হোৱা আঁচনিখনৰ মাধ্যমেৰে যোগান ধৰা চাউলৰ বাবদ ভাৰত চৰকাৰে তিনি টকা মূল্য নিৰুপন কৰিছিল যদিও ২০১৬ত ৰাজ্যৰ বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰি ২০১৭ৰ পৰা চাউলৰ মূল্য তিনি টকাৰ পৰিৱৰ্তে এক টকা মূল্য নিৰূপণ কৰে । তাৰ পিছতেই যোৱা বৰ্ষৰ পৰা ৰাজ্যত আৰাম্ভ মহামাৰী কৰ’নাৰ সংহাৰী ৰূপৰ বাবে দেশত চলা লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ জৰিয়তে দুখীয়া শ্ৰেণীৰ পৰিয়ালসমূহে লাভ কৰা চাউল এক টকাৰ পৰিৱৰ্তে বিনামূলীয়াকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুযায়ী পৰিয়ালৰসমূহে আজিলৈকে বিনামূলীয়াভাৱে চাউল লাভ কৰি আহিছে । কিন্তু আজিলৈ সমবায় সমিতিসমূহে লাভ কৰিব লগা টকাসমূহ দিয়াত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । যাৰ বাবে এতিয়া গভীৰ সংকটত পৰিছে সমবায় সমিতিসমূহ ।

চৰকাৰী টকা লাভ নকৰি নিজৰ সঞ্চয়ৰ টকা খৰচ কৰাৰ উপৰিও ধাৰৰ ওপৰত ধাৰ কৰি পৰিবহণ ব্যয় মুকলাব লগা হৈছে । ব্যক্তিগত ধাৰৰ বোজা গ্ৰহণ কৰিব লগা হোৱা সমবায় সমিতি সমুহে অনাগত দিনত আৰু অধিক ধাৰৰ বোজা বহণ কৰাৰ ক্ষেত্ৰত অপাৰগতা স্বীকাৰ কৰিছে । ফলত দুখীয়া শ্ৰেণীৰ পৰিয়ালসকলে লাভ কৰা বিনামূলীয়া চাউল যোগান বন্ধ হোৱাৰ দিশে আগবাঢ়িছে । যদিহে চৰকাৰে এই ধনসমূহ অতি সোনকালেই মুকলি কৰি নিদিয়ে তেন্তে দুখীয়া লোকসকলে বিনামূলীয়াভাবে লাভ কৰি অহা এই চাউল যোগান বন্ধ হৈ পৰিব সেইয়া নিশ্চিত । সেয়ে সমবায় সমিতিসমূহে পাব লগা সমুদায় ধন মুকলাই দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰতাৰে অনুৰোধ জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BhabanipurHimanta Biswa Sarma
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d