Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৬ জুলাইত নতুন চৰকাৰৰ প্রথম বাজেটলৈ উৎসুকতা, বিভাগীয় চমক : দুমহীয়া চৰকাৰৰ দক্ষতা উদ্ভাসিত কৰাৰ তৎপৰতা

দুই কোটিটকীয়া ঠিকা : ফুলেৰে জকমকীয়া কৰি তােলা হ’ল বিধানসভা

publisher by publisher
July 7, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
১৬ জুলাইত নতুন চৰকাৰৰ প্রথম বাজেটলৈ উৎসুকতা, বিভাগীয় চমক : দুমহীয়া চৰকাৰৰ দক্ষতা উদ্ভাসিত কৰাৰ তৎপৰতা
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিবেশনৰ ১৬ জুলাইত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে প্ৰথমখন পূর্ণাংগ বাজেট দাখিল কৰিব।

ADVERTISEMENT

নতুন চৰকাৰৰ প্ৰথমখন বাজেটক লৈ সেয়েহে ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি হৈছে। বাজেটখনৰ দ্বাৰা যে চৰকাৰেও বিভিন্ন চমক দিব বিচাৰিছে বুলি দিছপুৰৰ সূত্রই প্রকাশ কৰিছে।

পূর্বৰ চৰকাৰত বিত্তমন্ত্রীৰ দায়িত্ব চম্ভালা ড° হিমন্ত বিশ্ব শৰ্মাই প্রতিখন বাজেটত চমক দিছিল। এইবাৰ ড° শৰ্মা মুখ্যমন্ত্রী আৰু অজন্তা নেওগ হ’ল বিত্তমন্ত্রী; কিন্তু বিভাগ।সলনি হ’লেও চমক কম নহ’ব বুলিয়ে চর্চা চলিছে।

তাৰ বাবে চৰকাৰৰ প্রতিটো বিভাগক দিয়া হৈছে বিশেষ নির্দেশনা। দিছপুৰৰ সূত্ৰই সদৰী কৰা অনুসৰি, বাজেটত নতুন চৰকাৰ গঠনৰ দিনটোৰ পৰা প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান অন্তর্ভুক্ত হ’ব।

পৰৱৰ্তী সময়তাে চৰকাৰৰ তৎপৰতা অব্যাহত থাকিলেও অন্ততঃ বাজেটৰ পূর্বে পার্মানে মন্ত্রী আৰু বিভাগবােৰৰ ব্যস্ততা বৃদ্ধিত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। সেই তৎপৰতাৰ তথ্য প্রস্তাৱিত বাজেটত সন্নিবিষ্ট হ’ব।

সেই অনুসৰি আঁচনিৰাে ভিৰ পৰিলক্ষিত হ’ব বাজেটত। তাৰ বাবে বিভাগবােৰক পাৰ্যমানে প্রস্তাৱ দাখিলৰ আহ্বান জনােৱা হৈছে। সেই মতে বিভাগবােৰে প্রস্তাবসহ প্রস্তাৱিত পুঁজিৰ পৰিমাণ দাখিল কৰিছে।

অৱশ্যে সকলাে প্রস্তাৱ অন্তর্ভুক্ত নােহােৱাই স্বাভাৱিক। তাৰ লগে লগে কর্তন কৰা হৈছে প্রস্তাৱিত পুঁজিৰ পৰিমাণে। এই সন্দৰ্ভত দিছপুৰৰ সূত্রই জনােৱা মতে, কে’বাটাও নির্বাচনী প্রতিশ্রুতি পূৰণৰ প্ৰস্তাৱ বাজেটত থাকিব।

তাৰ ভিতৰত অন্যতম হ’ল মাইক্রফাইনেন্সৰ ঋণ ৰেহাই আৰু এক লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্রদান। এই দুয়ােটা প্রতিশ্রুতি পূৰণ কৰিলে অতিৰিক্ত বৃহৎ পুঁজিৰ প্রয়ােজন হ’ব।

তাৰ বাবে ৰাজহ সংগ্ৰহৰ নতুন উৎসৰ সন্ধান কৰা হ’ব যদিও অতিৰিক্তভাৱে ব্যয় হ’বলগীয়া পুঁজিৰ পৰিপ্ৰেক্ষিতত
বিভিন্ন বিভাগৰ প্রস্তাৱিত পুঁজিৰ পৰিমাণ কৰ্তনৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। বিত্ত বিভাগক। অসমৰ মূল মূল সমস্যাবােৰ সমাধানৰ ক্ষেত্ৰত এই বাজেটত হ্রস্বকালীন আৰু দীর্ঘকালীন আঁচনি গ্ৰহণৰ প্ৰস্তাৱ কৰা হ’ব।

বিশেষকৈ বান-খহনীয়াৰ প্ৰতিৰােধৰ ক্ষেত্ৰত তেনে প্রস্তাব থকাৰ ইংগিত দিয়ে সূত্ৰটোৱে। ইপিনে, মহিলাকেন্দ্রিক আঁচনি গ্রহণ, কৃষি আন্তঃগাঁথনি নির্মাণ, স্বনিৰ্ভৰশীলতা, অসমৰ সুৰক্ষা আদি কে’বাটাও বিশেষ প্রস্তাব বাজেটত অন্তর্ভুক্ত হ’ব।

জকমকীয়া বিধানসভা

অসম চৰকাৰ আৰু বিধানসভা সচিবালয়ৰ অলপতে অনুষ্ঠিত এখন বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি ডিচেম্বৰৰ শীতকালীন অধিবেশন বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব। সেয়েহে এইবাৰৰ অধিবেশনখনেই অন্তিমখন বাজেট অধিবেশন।

তথাপি নতুন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত এইবাৰৰ অধিবেশনখনৰ বাবে প্ৰথমবাৰলৈ সমগ্র বিধানসভা চৌহদেই নহয়, বিধায়ক আৱাসস্থলীও নতুন ৰূপেৰে সজাই তােলাৰ ব্যাপক তৎপৰতা অব্যাহত আছে।

সমগ্র বিধানসভা সচিবালয় ৰং কৰাৰ লগতে ৰং-বিৰঙী ফুল আৰু টাবেৰে চৌদিশ সজাই তােলাৰ প্রক্রিয়া সম্প্রতি চলিছে। ইয়াৰ বাবে দুই কোটি টকা ব্যয় কৰা হ’ব বুলি চৰ্চা অব্যাহত আছে।

এজন উপ-ঠিকাদাৰে এই কামৰ তদাৰকী কৰি আছে। প্রথমবাৰৰ বাবে এইবাৰ মন্ত্ৰী-বিধায়ক আৰু আমােলাৰ প্ৰৱেশ পথাে সম্পূর্ণ পৃথক কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ajanta neogHimanta Biswa Sarma
publisher

publisher

Related Posts

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

August 20, 2026
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d