Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

হাড় মজবুত কৰিবলৈ খাদ্য তালিকাত ৰাখক এই সমূহ খাদ্য

publisher by publisher
July 25, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
হাড় মজবুত কৰিবলৈ খাদ্য তালিকাত ৰাখক এই সমূহ খাদ্য
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

হাড় মানুহৰ শৰীৰৰ এক গুৰুত্বপূর্ণ অঙ্গ। হাড় মজবুত হলেহে মানুহৰ শৰীৰৰ আকাৰ-আকৃতি শক্তিশালী হয়। হাড়ক অৱহেলা কৰিলে হাড় ক্ষয়, ককালৰ বিষ,গলধনৰ বিষ, মেৰুদণ্ডৰ সমস্যা আদিয়ে দেখা দিয়ে। দৈনন্দিন খোৱা খাদ্যত এনে কিছু তালিকা আছে যি নিয়মিত খোৱাৰ ফলত হাড়ৰ ক্ষয় ৰোধ কৰাৰ লগে লগে হাড় মজবুত কৰি ৰাখে।

ADVERTISEMENT

★ কণী

কণীত থাকে প্রচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেলচ্। প্রটিনৰো আটাইতকৈ বেছি উৎস হ’ল কণী। কিন্তু ইয়াত মাত্র ছয় শতাংশ ভিটামিন ডি হে আছে। যিয়ে খুব সহজে দেহৰ পুষ্টিৰ চাহিদা পূৰণ কৰে। সেয়ে প্রতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস গঢ়ি তোলক।

★ গাখীৰ

কেলচিয়াম সমৃদ্ধ খাদ্য গাখীৰে হাড়, দাঁত মজবুত কৰে। আঠ আউন্স ফেট ফ্রি গাখীৰে ৯০% কেলৰি ক্ষয় কৰে আৰু ৩০% কেলচিয়ামৰ যোগান ধৰে। সেয়ে প্ৰতিদিনে দুগ্ধপান কৰাৰ অভ্যাস গঢ়ি তোলক।

★ চিজ বা পনীৰ

কেলচিয়ামৰ অন্যতম আৰু এটি উৎস হল চিজ বা পনিৰ। ১.৫ আউন্স পনিৰে প্রতিদিনে ৩০% কেলচিয়ামৰ চাহিদা পূৰণ কৰে। ইয়াত কিছু পৰিমাণৰ ভিটামিন ডিও পোৱা যায়। অতিৰিক্ত পৰিমাণে চিজ বা পনিৰ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।

★ পালেংশাক

যিসকল সৰু ল’ৰা-ছোৱালী বা বয়সীয়াল মানুহে গাখীৰ পছন্দ নকৰে তেখেত সকলে গাখীৰৰ কেলচিয়ামৰ চাহিদা পুৰণ কৰিবলৈ পালেংশাক খাব পাৰে। পালেংশাকত ২৫% কেলচিয়ামৰ ওপৰিও প্ৰচুৰ পৰিমাণে ফাইবাৰ, আয়ৰণ আৰু ভিটামিন এ থাকে।

★ কাঠবাদাম

কাঠাবাদামত ১৮% কেলচিয়াম থাকে। ইয়ে হাড় মজবুত কৰাৰ ওপৰি ওজন হ্রাস কৰাত সহায় কৰে।

★ কলিজা

কলিজাত প্রচুৰ পৰিমাণে আয়ৰণ থাকে যিয়ে হাড় মজবুত কৰাৰ ওপৰি দাঁত শক্তিশালী কৰে। ইয়াৰ ওপৰিও কলিজাত ভিটামিন এ আৰু ভিটামিন ডি থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Strong Bones
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d