Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ ৰাইজক মিজোৰাম যাত্রা নকৰিবলৈ জাননী

মিজোৰামৰ পৰা অসমত প্রৱেশ কৰা প্ৰতিখন বাহনত তালাচীৰ নিদের্শ গৃহ বিভাগৰ

publisher by publisher
July 30, 2021
in Assam, India, News
Reading Time: 1 min read
0
অসমৰ ৰাইজক মিজোৰাম যাত্রা নকৰিবলৈ জাননী
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

অসম-মিজোৰাম সীমান্তত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ গৃহ বিভাগে একাধিক জাননী তথা নির্দেশ জাৰি কৰিছে। এই মর্মে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভানানে এক জাননীত উল্লেখ কৰে যে অসম আৰু মিজোৰাম আৰক্ষীৰ শেহতীয়া সংঘর্ষ আৰু এই অঞ্চলৰ আন্তঃৰাজ্যিক সীমান্ত উত্তেজনাপূর্ণ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ আৰু কাছাৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু কাছাৰৰ আৰক্ষী অধীক্ষকক গুৱাহাটী আৰু শিলচৰৰ মিজোৰাম হাউছত থকা মিজোৰামৰ লােকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে।

ADVERTISEMENT

তেওঁ জাননীত নির্দেশ দিয়ে যে সকলাে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজ নিজ অধীনস্থ অঞ্চলৰ মিজোসকলৰ সুৰক্ষা-নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। তদুপৰি এক নির্দেশত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি কোৱা হয় যে এই জিলাকেইখনৰ সীমান্তত শেহতীয়াভাৱে একাধিক হিংসাত্মক ঘটনা ঘটি আছে।

অতি শেহতীয়াকৈ যােৱা ২৬ জুলাইত কাছাৰত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰি এই নির্দেশত কোৱা হৈছে যে ছজনকৈ অসমৰ আৰক্ষী নিহত হােৱাৰ ঘটনাৰ পাছতাে মিজো নাগৰিক সমাজ, ছাত্র-ছাত্রী আৰু যুৱ সংগঠনসমূহে ধাৰাবাহিকভাৱে অসম আৰু ইয়াৰ ৰাইজৰ বিৰুদ্ধে প্ৰৰােচনামূলক ভাষ্য প্রকাশ কৰি আহিছে।

জাননীত উল্লেখ যে অসম আৰক্ষীৰ লােকে লাভ কৰা ভিডিঅ’ ফুটেজ অনুসৰি, বহু নাগৰিকৰ হাতত স্বয়ংক্রিয় গধুৰ মাৰণাস্ত্ৰ আছিল। এই পৰিস্থিতিত যাতায়াতৰ ক্ষেত্ৰত গৃহ বিভাগে অসমৰ ৰাইজৰ বাবে কিছু নির্দেশনা জাৰি কৰিছে।

নির্দেশত কোৱা হৈছে যে জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ মানুহক মিজোৰামলৈ যাত্রা নকৰিবলৈ বাৰণ কৰা হৈছে। কিয়নাে এই ক্ষেত্ৰত অসমৰ মানুহৰ ব্যক্তিগত নিৰাপত্তাৰ প্রতি ভাবুকি কোনাে কাৰণতে গ্রহণযােগ্য নহ’ব। তদুপৰি কামৰ বাধ্যবাধকতাৰ বাবে মিজোৰামত বসবাস কৰা অসমৰ লােকসকলক সর্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ গৃহ বিভাগে জাননীত কয়।

সর্বাধিক ড্ৰাগছ সৰবৰাহ মিজোৰাম সীমান্তৰে

আন এক নির্দেশত অসম চৰকাৰৰ গৃহ বিভাগে প্রকাশ কৰে যে দুমাহৰ ভিতৰত ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ৯১২ টা গােচৰ ৰুজু কৰা হৈছে, ১৫৬০ জন লােকক গ্রেপ্তাৰ কৰা হৈছে আৰু ২০.৬৭৮ কিলাে হেৰ’ইন, ১৫ কিলাে আফিং আৰু ১.৯ কিলাে মৰফিনকে ধৰি বৃহৎ পৰিমাণৰ অবৈধ ড্রাগছ জব্দ কৰা হৈছে।

গৃহ বিভাগৰ নিৰ্দেশত প্ৰকাশ যে ড্রাগছ বিৰােধী অভিযানত প্রাপ্ত তথ্য অনুসৰি অধিকাংশ ড্ৰাগছ সৰবৰাহ হৈছিল মিজোৰাম হৈ অসমৰ মাজেৰে। এইদৰে মিজোৰাম হৈ অবৈধ ড্রাগছৰ সৰবৰাহ এক বৃহৎ উদ্বেগৰ বিষয় আৰু সমাজৰ প্রতি এক বৃহৎ ভাবুকি বুলি অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত কোৱা হৈছে।

সেয়েহে মিজোৰামৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰতিখন বাহন পৰীক্ষা কৰাটো প্রয়ােজনীয়। এনে প্রতিখন। বাহনৰ অসম-মিজোৰাম সীমান্তৰ প্রৱেশ পইণ্টত আৰক্ষীয়ে সম্পূর্ণভাৱে তালাচী কৰিব লাগিব।

উপ-আৰক্ষী পৰিদৰ্শক (এছ আই) অথবা ইয়াৰ ওপৰৰ পৰ্যায়ৰ বিষয়াই এই বাহনসমূহত অবৈধ ড্রাগছ কঢ়িওৱা হােৱা নাই বুলি সন্তুষ্ট হলেহে।বাহনসমূহ মুকলি কৰি দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMizoram
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d