Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছেপ্তেম্বৰত মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

জীপলাইন-ক্ৰকোডাইল পাৰ্কে নতুনকৈ শোভা বঢ়াব মানাহৰ

publisher by publisher
August 11, 2021
in Assam, India, News
Reading Time: 1 min read
0
ছেপ্তেম্বৰত মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান
5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ ৰাইম’নাকে ধৰি বিটিআৰৰ আন আন পৰ্যটনক্ষেত্ৰসমূহো মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ছেপ্তেম্বৰ মাহৰ ভিতৰতেই৷

ADVERTISEMENT

এই কথা জানিবলৈ দিয়ে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে৷বুধবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত হঠাতে আহি উপস্থিত হৈ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ পৰ্যটন ক্ষেত্ৰসমূহক নতুন ৰূপ দিয়া হ’ব বুলি উল্লেখ কৰি দেশীয় পৰ্যটকসকলে বিটিআৰৰ পৰ্যটনক্ষেত্ৰসমূহক আকৰ্ষণীয় কৰিছে বুলি মন্তব্য প্ৰদান কৰে৷

লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীপলাইন আৰু ক্ৰকোডাইল পাৰ্ক স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় ইতিমধ্যে এই সংক্ৰান্তত ভাৰত চৰকাৰলৈ প্ৰ’পজেল পঠোৱা হৈছে৷ দুই এমাহৰ ভিতৰতে এইয়া সম্ভৱ হৈ উঠিব৷

যিটো মানাহৰ পৰ্যটকৰ বাবে এক সুখবৰ হিচাপে বিবেচিত হোৱাৰ উপৰিও ই মানাহৰ শোভা বৰ্দ্ধন কৰিব৷ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে কয়, বিটিআৰত গ্ৰাম্য পৰ্যটন আছে৷

পৰ্যটন কেন্দ্ৰৰ সমীপৰ লোক অতিথিভৱ হ’ব লাগে৷আমাৰ বিটিআৰৰ মানুহ অতিথিভৱ৷পৰ্যটক তাতেহে যায় য’ত মানুহ অতিথিভৱ হয়৷বাহিৰৰ মানুহক ভাল ব্যৱহাৰ কৰে৷মানাহকে ধৰি বিভিন্ন পৰ্যটন ক্ষেত্ৰ সমুহত পৰ্যটন আগবঢ়াই নিব পৰা যথেষ্ট সুবিধা এইকাৰণেই আছে যে এনে অঞ্চলবোৰৰ লোক অতিথিপ্ৰিয় হয়৷

ভৈৰৱকুণ্ডাৰ পৰা ৰাইমনালৈকে সকলো যাতে আমি আকৰ্ষণীয়ভাবে আগবঢ়াই নিব পাৰোঁ তাৰবাবে দেহেপ্ৰাণে চেষ্টা কৰিম৷ক’ভিড শেষ হোৱাৰ পিছত বিটিএডিৰ ট্যুৰিজিম আগশাৰীত থাকিব বুলি আমি আশাবাদী,কাৰণ ইয়াত যথেষ্ট বায়োডাইভাৰ্চিটি আছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamManas National Park
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d