Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

    আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

    Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

    তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

    কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজি অন্ত পৰিব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

publisher by publisher
August 23, 2021
in Assam, News
Reading Time: 1 min read
0
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

নৰেন্দ্ৰ মোদী কেবিনেটতস্থান লাভৰ পাছত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰা “জন আশীৰ্বাদ যাত্ৰা”ৰ সোমবাৰে অন্ত পৰিব শিৱসাগৰৰ থাওৰাত।

ADVERTISEMENT

আজি পুৱাই যোৰহাট,মৰিয়নি আৰু টীয়কত বহুকেইটা কাৰ্যসূচীত অংশ লৈ থাওৰাৰ ডিমৌত অন্তিমটো কাৰ্যসূচীত ভাগ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জন আশীৰ্বাদ যাত্ৰাক লৈ থাওৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

সোণোৱালক আদৰিবলৈ সাজু হোৱা থাওৰা বিজেপিৰ সহশ্ৰাধিক কৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা থাওৰা বিজেপিৰ কাৰ্যালয়লৈ সমগ্ৰ পথচোৱা সজাই তুলিছে। থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু ন-বিজেপি সুশান্ত বৰগোঁহাইৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

তদুপৰি বিজেপি নেতা ভৱেন মহন,শিৱ বদ্ৰাকে ধৰি উজনিৰ বহুকেইজন বিজেপিৰ নেতাইও এতিয়া থাওৰাত বাহৰ পাতি জন আশীৰ্বাদ যাত্ৰাক সফল কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰিছে।

বিয়লি চাৰি বজাত ডিমৌ নগৰৰ মাজমজিয়াত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সোণোৱালৰ সৈতে ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী,সাংসদ,বিধায়কৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাইও অংশগ্ৰহণ কৰাৰ কথা আছে। মূলতঃ গুৱাহাটী,নগাঁও আৰু যোৰহাট লোকসভা সমষ্টিক সামৰি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই জন আশীৰ্বাদ যাত্ৰাৰ থাওৰাত অন্ত পৰাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পোনে পোনে ৰাওনা হ’ব ডিব্ৰুগড়লৈ।

ডিব্ৰুগড়ৰ পৰাই পুনৰ দিল্লীলৈ উৰা মাৰিব সৰ্বানন্দ সোণোৱালে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছতেই প্ৰথমটো অসম ভ্ৰমণে এতিয়া উৎফুল্লিত কৰি তুলিছে বিজেপিৰ সমূহ নেতা-কৰ্মীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamSarbananda Sonowal
publisher

publisher

Related Posts

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা
Assam

আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

October 5, 2026
Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত
Assam

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

October 5, 2026
তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

October 5, 2026
কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে
Assam

কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d