Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লী বিধানসভাৰ পৰা লালকিল্লালৈকে গোপন সুৰংগ উদ্ধাৰক লৈ গভীৰ ৰহস্য

publisher by publisher
September 4, 2021
in India, News
Reading Time: 1 min read
0
দিল্লী বিধানসভাৰ পৰা লালকিল্লালৈকে গোপন সুৰংগ উদ্ধাৰক লৈ গভীৰ ৰহস্য
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Poll Result:দিল্লী হাই ভল্টেজ বিধানসভা নিৰ্বাচনৰ ফলাফল

Air Pollution in Delhi : দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

চান্দনী চ’কৰ লালকিল্লাৰ পৰা দিল্লী বিধানসভা পৰ্যন্ত আছে এক গভীৰ সুৰংগ পথ । এনে এক সুৰংগৰ কথা বহুদিন পূৰ্বৰে পৰা শুনিবলৈ পোৱা গৈছিল যদিও ইমানদিনে ইয়াৰ সন্ধান কোনেও উলিয়াব পৰা নাছিল । তন্ন-তন্নকৈ অনেক বিচাৰিও গোপন সুৰংগ পথৰ সন্ধান লাভ কৰা হোৱা নাছিল; কিন্তু বৃহস্পতিবাৰে হঠাৎ সন্ধান ওলাল এই ৰহস্যময় সুৰংগৰ । দিল্লী বিধানসভাৰ পৰা লালকিল্লাৰ দূৰত্ব চাৰে পাঁচ কিলোমিটাৰৰ সামান্য অধিক । অনুমান অনুসৰি, এই সুৰংগ পথটোৰ দৈৰ্ঘ্য‌ও সমান হ’ব ।

ADVERTISEMENT

বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ এটি কোঠাত প্ৰথম সুৰংগমুখৰ সন্ধান লাভ কৰা হৈছিল । কৃত্ৰিম সেউজীয়া কাৰ্পেট কাটি উদ্ধাৰ কৰা হয় সুৰংগৰ গুপ্ত লোহাৰ দৰ্জা । এই দৰ্জা আঁতৰোৱাৰ পাছতে প্ৰত্যক্ষ হয় উক্ত গভীৰ সুৰংগ পথ । ইতিহাসবিদৰ অনুমান মতে, প্ৰায় ১০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই সুৰংগ পথ । দীৰ্ঘ বছৰ কোনো চোৱা-চিতা অবিহনে পৰিত্যক্ত হৈ থকা এই সুৰংগ পথটো বৰ্তমানে কি অৱস্থাত আছে আৰু ই যাতায়াতৰ উপযুক্ত হৈ আছে নে নাই – সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

দিল্লী বিধানসভাত উদ্ধাৰ হোৱা এই সুৰংগক লৈ স্বাভাবিকতে দেশজুৰি কৌতুহলৰ সৃষ্টি হৈছে । কোনে আৰু কিয় এই সুৰংগ নিৰ্মাণ কৰিছিল, তাক লৈও জল্পনা-কল্পনা অব্যাহত আছে । অৱশ্যে একাংশ ইতিহাসবিদে এই সুৰংগ পথৰ স’তে ব্ৰিটিছ ৰাজত্বৰ সম্পৰ্কৰ সন্ধান লাভ কৰিছে ।

ইতিহাসবিদে প্ৰকাশ কৰা অনুসৰি, ১৯১২ বৰ্ষত কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ভাৰতৰ ৰাজধানী । দিল্লী বিধানসভাক ১৯২৬ বৰ্ষত আদালত হিচাপে ব্ৰিটিছে ব্যৱহাৰ কৰিছিল । সম্ভৱত সেই সময়তে এই সুৰংগটো তৈয়াৰ কৰা হৈছিল । বন্দী-বিপ্লৱীসকলক আদালতত হাজিৰ কৰাবলৈ ব্ৰিটিছ সৈন্য‌ই হেনো এই সুৰংগ পথ ব্যৱহাৰ কৰিছিল । ফলত কোনো বন্দীৰ বাবে আদালতলৈ অহা-যোৱা কৰাৰ সময়ত পলায়নৰ সুযোগ নাছিল । সুৰংগ পথত বন্দীৰ বাবে থকাৰ গৃহ আছিল বুলিও ইতিহাসবিদসকলে অনুমান কৰিছে । অৱশ্যে উক্ত ঘৰৰ কোনো সন্ধান এই মুহূৰ্তলৈকে লাভ কৰা হোৱা নাই । কেৱল সুৰংগ মুখৰ সন্ধানহে লাভ কৰা হৈছে ।

দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোৱেলে প্ৰকাশ কৰা অনুসৰি, সুৰংগৰ ভিতৰৰ কিছু অংশত প্ৰৱেশ কৰাৰ পাছত সন্মুখত পথ নথকাত এতিয়ালৈকে সুৰংগৰ শেষত উপনীত হোৱাৰ কোনো সম্ভাৱনা প্ৰকট হোৱা নাই । দীৰ্ঘ বছৰ ধৰি অব্যৱহৃত অৱস্থাত থকা সুৰংগৰ পথ প্ৰায় বন্ধ হোৱা বুলিও গোৱেলে সন্দেহ কৰিছে ।

ব্ৰিটিছ আমোলৰ দৰে এই সুৰংগটো পুনৰ চলাচলৰ বাবে সুচল কৰি তোলা হ’ব নে নহয় – সেয়া এতিয়াও নিশ্চিত হোৱা নাই । অৱশ্যে এই ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ সাধাৰণ লোকৰ সন্মুখলৈ অনাৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছে । অতি সোনকালে এই সুৰংগৰ প্ৰয়োজনীয় মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব পাৰে ।

অহা বছৰৰ ১৫ আগষ্টত দেশবাসীৰ বাবে এই সুৰংগ পথ দৰ্শনৰ সুবিধা আগবঢ়োৱাৰ সম্ভাৱনা আছে । দিল্লী বিধানসভাৰ কোঠাত সন্ধান লাভ কৰা এই সুৰংগৰ সংকীৰ্ণ দুৱাৰ খুলিলেই প্ৰথমে দৃষ্টিগোচৰ হ’ব পাঁচফুট গভীৰ আৰু ১৫ ফুট দৈৰ্ঘ্যৰ এটা কোঠা । এই কোঠাৰ পৰাই সৰু পথেৰে সুৰংগটো আগবাঢ়ি গৈছে । সুৰংগৰ এই ঘৰটোত প্ৰৱেশ কৰি সাধাৰণ দৰ্শনাৰ্থীক ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ প্ৰদান কৰা হ’ব পাৰে । অৱশ্যে ইয়াৰ বাবে নিশ্চিতভাৱে কিছু সময়ৰ প্ৰয়োজন হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi AssemblySecret Tunnel
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d