Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাৰ্নালত কৃষক বিক্ষোভ প্ৰত্যাহাৰ

publisher by publisher
September 12, 2021
in India, News
Reading Time: 1 min read
0
কাৰ্নালত কৃষক বিক্ষোভ প্ৰত্যাহাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

সপ্তাহজোৰা অচলাৱস্থাৰ পাছত অৱশেষত কাৰ্নালত আন্দোলনকাৰী কৃষকসকলৰ বিক্ষোভৰ অন্ত পৰিল । যোৱা ২৮ আগষ্টত কাৰ্নালত কৃষকসকলৰ বিক্ষোভ সমাবেশক ছত্রভংগ কৰিবলৈ বিক্ষোভকাৰীসকলৰ ‘মূৰ ফালি দিয়াৰ’ নির্দেশ দিছিল এছডিএম আয়ুষ সিনহাই । সেই মন্তব্যৰ প্রতিবাদত আৰু আমোলাজনৰ শাস্তিৰ দাবীত যোৱা সপ্তাহৰ পৰা কাৰ্নালত বিক্ষোভত বহিছিল কৃষকসকল । আজি কৃষকসকলৰ চাপত সহাৰি জনাই ৰাজ্যৰ বিজেপি চৰকাৰৰ তৰফৰ পৰ আশ্বাস দিয়া হয়, অভিযুক্ত বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰস্তুত তেওঁলোক ।

ADVERTISEMENT

এজন প্রাক্তন ন্যায়াধীশৰ নেতৃত্বত বিষয়াজনৰ ভূমিকাক লৈ তদন্ত কৰি এমাহৰ ভিতৰত ৰিপ’র্ট জমা দিয়া হ’ব । তদন্ত চলাকালীন এসডিএমজনক ছুটিত পাঠোৱা হ’ব । কৃষক নেতাসকলৰ স’তে দ্বিপাক্ষিক বৈঠকত প্রশাসনৰ তৰফৰ পৰা এই আশ্বাস পোৱাৰ পাছত কাৰ্নালৰ বিক্ষোভ প্রত্যাহাৰৰ সিদ্ধান্ত লয় সংযুক্ত কিষান মোর্চাৰ নেতৃত্ব‌ই ।

কাৰ’নাকালত বিক্ষোভৰত কৃষকসকলৰ ওপৰত লাঠি চালনা কৰি মূৰ ফালি দিয়াৰ নির্দেশ দিয়া এছডিএম-ক, শাস্তি দিয়াৰ পৰিৱৰ্তে তেওঁক সহযোগ কৰিছিল হৰিয়ানাৰ বিজেপি চৰকাৰে । তেওঁক পদোন্নতিও দিয়া হয় । নৰেন্দ্র মোদী চৰকাৰৰ তিনি কৃষি আইনক লৈ যোৱা বছৰৰ নৱেম্বৰৰ পৰা বিক্ষোভকাৰী কৃষকসকলৰ বিজেপিৰ প্ৰতি ক্ষোভ থকাৰ সময়তে, প্রশাসনে এছডিএম-ক সহযোগ কৰা আৰু আৰক্ষীৰ লাঠি চালনাত দুই কৃষকেৰ মৃত্যু আৰু একাধিক বিক্ষোভকাৰী আহত হোৱাৰ ঘটনায় জুইত ঘি ঢালিলে । এনে সময়তে, কিছুদিন পূৰ্বে উত্তৰপ্রদেশৰ মুজফৰনগৰত কিষান মহাপঞ্চায়তত কৃষক নেতাসকলে জনা‌য়, এসডিএমজনৰ শাস্তিত দাবীত তেওঁলোকে কাৰনালত মিনি ছেক্রেটেৰিয়েটেৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিব ।

কৃষকসকলৰ বিক্ষোভে যাতে বৃহৎ ৰূপ নলয়, তাৰ বাবে কাৰ্নাল আৰু নিকটৱৰ্তী অঞ্চলত ইন্টাৰনেট পৰিষেৱা বন্ধ কৰি দিয়ে মনোহৰলাল খট্টৰৰ চৰকাৰে । বিপুল আৰক্ষী বাহিনীও মোতায়েন কৰা হয় । কিন্তু বিক্ষোভত অনড় থাকে কৃষকেসকল । ইয়াৰ মাজতে কৃষক নেতাসকলৰ স’তে প্রশাসনৰ কে’বা পৰ্যায়ৰ আলোচনা হয় যদিও সমস্যাৰ সমাধান নোলায় ।

সমগ্ৰ পথত আন্দোলন কৰি থকি কৃষকসকলৰ সমস্যা বৃদ্ধি কৰিবলৈ প্রশাসনে কালি মিনি ছেক্রেটেৰিয়েটৰ সন্মুখৰ চৌহদত গছৰ ডাল পর্যন্ত কাটি দিয়ে । তাক লৈ বিভিন্ন মহলৰ তীব্র সমালোচনাৰো সন্মুখীন হয় ৰাজ্যৰ বিজেপি চৰকাৰ । অৱশেষত আজি প্রাক্তন ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিচন গঠন আৰু সেই কমিচনৰ ৰিপ’র্ট নিদিয়া পর্যন্ত অভিযুক্ত এছডিএম-ক ছুটিত পাঠোৱাৰ কথা ঘোষণা কৰে খট্টৰ চৰকৰ । নিহত কৃষকেৰ পৰিয়ালৰ দুজনক চাকৰি দিয়াৰ কথাও জানায় চৰকাৰে ‌। কিন্তু বিক্ষোভকাৰীসকলৰ তৰফৰ পৰা মৃতৰ পৰিয়ালক এককালীন আর্থিক সহায়তাৰ দাবী নাকচ হৈছে ।

আজি বিক্ষোভ প্রত্যাহাৰৰ সময়ত কৃষক নেতা ৰাকেশ টিকায়তে কয়, চৰকাৰে দাবী নামানিলে তেওঁলোকে ছিংঘু আৰু টিকৰি সীমান্তৰ দৰে কাৰনালতো স্থায়ী মঞ্চ গঢ়াৰ কথা ভাবিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPFarmers ProtestKarnalrakesh tikait
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d