Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ৰঙীন পোছাক, অনাবৃত মুখ, তালিবানৰ বোৰ্খা নীতিৰ অভিনৱ প্ৰতিবাদ আফগান মহিলাসকলৰ

publisher by publisher
September 13, 2021
in International, News
Reading Time: 2 mins read
0
ৰঙীন পোছাক, অনাবৃত মুখ, তালিবানৰ বোৰ্খা নীতিৰ অভিনৱ প্ৰতিবাদ আফগান মহিলাসকলৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

 Gossaigaon :গোসাইগাওঁত বিশেষ সম্প্ৰদায়ৰ পুৰুষে পলোৱাই লৈ গল জনজাতি মহিলাক

শৰীৰ ঢাকবিলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত পোছাকেই যথেষ্ট । বোৰ্খা এৰি তালিবানক সেয়াই বুজাই দিলে আফগান মহিলাসকলে । কিন্তু এইবাৰ কিছু অন্য প্ৰকাৰে । পৰম্পৰাগত আফগান পোছাকত নিজকে সজাই কেমেৰাৰ সন্মুখত থিয় হয় তেওঁলোকে । তাৰ পাছত নিজৰ ছবি তুলি প’ষ্ট কৰিলে সামাজিক মাধ্যমত । সেই ছবিৰ বিৱৰণত হেছটেগ দি তালিবানক উদ্দেশ্যি এটা সতর্কবার্তা লিখে —#DoNotTouchMyClothes অর্থাৎ ‘মোৰ পোছাকত হাত নিদিব’‌ ।

ADVERTISEMENT

আফগানিস্তানৰ নতুন তালিবান চৰকাৰে ২৪ ঘণ্টা আগতেই ঘোষণা কৰিছিল, শ্বৰিয়তি আইন মানি বোৰ্খা পৰিধান কৰিয়ে মহিলাসকলে কামত যোগ দিব পাৰিবে । এই প’ষ্ট আৰু হেছটেগ তাৰেই প্রতিবাদ । এই অভিনৱ প্রতিবাদক লৈ আন্তর্জাতিক মহলতো আলোচনা চলিছে ।

দেওবাৰে নিশাৰ পৰাই আফগানিস্তানসহ বিশ্বৰ বিভিন্ন প্রান্তত থকা আফগান মহিলাসকলৰ পৰম্পৰাগত পোছাকৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমত । সেই ছবিবোৰত দেখা গৈছে গেৰুৱা ঢাকখোৱা পোছাক পৰিধান কৰিছে আফগান মহিলাসকলে । পোছাকৰ হাতেও মণিবন্ধ ঢাকিছে । ৰঙীন পোছাক । মূৰত ৰঙীন ওৰণি । পৰম্পৰাগত পোছাকত মুখ নঢকাকৈয়ে ছবি তুলিছে আফগান মহিলাসকলে । ধূসৰ বা ক’লা বোৰ্খাৰ পৰিৱৰ্তে তেওঁলোকে বাছি লৈছে ৰং ।

দেওবাৰে ক’লা বোৰ্খাৰে মূৰৰ পৰা ভৰি পর্যন্ত ঢকা আফগান মহিলাসকলৰ এটা সমদলৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল । ভিডিঅ’ত দেখা গৈছিল, হাতত তালিবানৰ পতাকা, বোৰ্খা পৰিধান কৰি তালিবানৰ সমর্থনত শ্লোগান দিছে শতাধিক মহিলাই । সামাজিক মাধ্যমত পোছাক-প্রতিবাদত তালিব মহিলাসকলে লিখে, ‘এয়া আমাৰ আফগান সংস্কৃতি । আমাৰ দেশৰ পৰম্পৰাগত পোছাক ৰঙীন আৰু সুন্দৰ । আগতে আপোনালোকে যি ছবি দেখিছিল সেয়া সত্য নহয় ।’

This is Afghan culture. I am wearing a traditional Afghan dress. #AfghanistanCulture pic.twitter.com/DrRzgyXPvm

— Bahar Jalali بهار جلالی (@RoxanaBahar1) September 12, 2021

I wear my traditional Afghan dress proudly.

It's colourful and beautiful.

Not at all like the images you saw circulating yesterday.

Thank you @RoxanaBahar1 who's encouraging us #AfghanWomen to share the beauty of #AfghanistanCulture. pic.twitter.com/OAyNhku78l

— Tahmina Aziz (@tahmina_aziz) September 12, 2021

I thought about whether I should join this campaign & share vibrant photos of our traditional clothing when women back home are stripped of their choices & our people are getting massacred but this how we keep our traditions alive! #DoNotTouchMyClothes#AfghanistanCulture pic.twitter.com/JT8VXQBwYk

— Elaha (@dressingsonnets) September 12, 2021

https://twitter.com/BreshnaTahrik/status/1437262908463878150?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1437262908463878150%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Funique-protest-against-burqa-order-of-taliban-afghanistan-women-posting-photo-in-traditional-attire-dgtl%2Fcid%2F1303460

তালিবানে ইমান দিনে আফগান মহিলাসকলক লৈ উদাৰনীতিৰ কথা প্রচাৰ কৰিলেও বাস্তৱত মহিলাসকলৰ বহু অধিকাৰ হস্তক্ষেপ কৰিছে । ইতিমধ্যে মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু কর্মক্ষেত্রত মহিলাসকলৰ বোৰ্খা পৰিধান কৰা বাধ্যতামূলক ঘোষণা কৰিছে নতুন তালিব চৰকাৰে । লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মহিলা আৰু পুৰুষৰ শ্রেণীকোঠা পৃথক কৰাৰ প্রস্তাৱো দিয়া হৈছে ।

ইয়াৰ পূৰ্বে নিৰাপত্তাৰ অজুহাত দেখুৱাই মহিলাসকলৰ কর্মক্ষেত্রত যোগদানতো কিছু দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল তালিবানে । আফগান মহিলাসকলৰ একাংশই জনায়, চাকৰি কৰিব দিলে তেওঁলোকে বোৰ্খা পৰিধান কৰাৰ চর্তও মানি ল’ব । এইবাৰ চাকৰিৰ অনুমোদনৰ লগতে বোৰ্খা পৰিধান কৰাৰ ফতৱা পায় সম্পূর্ণ ভিন্ন স্বৰ প্রকাশ্যত আহিল । আফগান মহিলাসকলৰ আন একাংশ‌ই জনায়, তালিবানে তেওঁলোকৰ পোছাকত হস্তক্ষেপ কৰাতো নিবিচাৰে তেওঁলোকে ।

This is how #Afghan cultural dress for women look like. #Afghanistan https://t.co/mcikMUHilQ pic.twitter.com/XPZfstkGc8

— Malali Bashir (@MalaliBashir) September 12, 2021

This is how we #AfghanWomen dress. Some of us wear traditional clothes, some westernized, some wear hijab and some dress modestly but niqab hijab is forced by the Taliban, niqab hijab is not our dress code. #DoNotTouchMyClothes #AfghanistanCulture pic.twitter.com/BCG2NoJlJa

— Nahid Fattahi ناهید فتاحی (@NahidFattahi) September 13, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: TalibanWomen Protest
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d