Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত নামিছে ইউপিপিএল-বিজেপিৰ শীৰ্ষ নেতা

মিত্ৰজোঁটৰ ৰসায়ন ৰাইজৰ উন্নয়নৰ বাবে মিলিছে, বিৰোধীয়ে ৰোধ কৰিবলৈ শক্তিহীনঃ প্ৰমোদ বড়ো

publisher by publisher
October 17, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত নামিছে ইউপিপিএল-বিজেপিৰ শীৰ্ষ নেতা
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত বিজেপি আৰু ইউপিপিএলৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ জোৰদাৰ হৈ উঠিছে । উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা বাগসাৰ শালবাৰীত উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, বিধায়ক ভূপেন বড়ো, বিধায়ক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়োৰ লগতে দুয়োটা দলৰ বহুসংখ্যক শীৰ্ষ নেতা ।

ADVERTISEMENT

নিশাৰ ভাগলৈ শালবাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত এখন সভাত ভাষণ দি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে অসমৰ মিত্ৰজোঁট চৰকাৰখনে ৰাইজৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই সৰ্বস্তৰৰ ৰাইজ চৰকাৰখনৰ প্ৰতি বহু আকৰ্ষিত হৈছে । অসমত মিত্ৰজোঁট আৰু বিটিচিত বিজেপি – ইউপিপিএলৰ ৰসায়ন মিলিছে । বিটিচিত বিজেপি – ইউপিপিএলৰ ৰসায়ন, অসমত মিত্ৰজোঁটৰ ৰসায়ন ৰাইজৰ উন্নয়নৰ বাবে । মিত্ৰজোঁটক ৰোধ কৰাৰ ক্ষেত্ৰত বিৰোধী শক্তিহীন ৷

সভাত ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে তেওঁৰ ভাষণত কয় যে উপ নিৰ্বাচনত পাঁচখন আসনৰ পাঁচখনতেই বিৰোধীয়ে নূন্যতম ভোট লাভ কৰি বিধ্বস্ত হ’ব । অকল উপ নিৰ্বাচনতেই নহয়, অসমৰ পৰৱৰ্তী সময়ত সকলোবোৰ নিৰ্বাচনতেই মিত্ৰজোঁটৰ জয়যাত্ৰা অব্যাহত থাকিব ৷ ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে অভিলেখ সংখ্যক ভোটেৰে বিজয়ী হোৱাটো নিশ্চিত বুলিও দাবী কৰে নাৰ্জাৰীয়ে ।

ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিকণ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিধায়ক ভূপেন বড়ো, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়োৱে ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ বিজয়ী নিশ্চিত বুলি দাবী কৰে । লগতে ইউপিপিএলৰ মহিলা কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, দলৰ শালবাৰী জিলা সমিতিৰ উপ সভাপতি সুৰেশ সৰকাৰ, সাধাৰণ সম্পাদক প্ৰদীপ সৰকাৰ, দলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়ো, শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীকে ধৰি কেবাগৰাকীও বিজেপি আৰু ইউপিপিএলৰ নেতা উপস্থিত থাকে ।

উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিটিএডিৰ ছখন ভিচিডিচিৰ বিষয়ববীয়া, দলৰ বিভিন্ন ব্লক, প্ৰাইমাৰী, বুথ কমিটীৰ বিষয়ববীয়াসহ সহস্ৰাধিক ইউপিপিএলৰ নেতা কৰ্মীৰ স’তে মত বিনিময় কৰি প্ৰমোদ বড়ো, ৰৌণগৌৰা নাৰ্জাৰী, জয়ন্ত মল্ল বৰুৱা, ভূপেন বড়ো, মহীপাল বড়োৰ লগতে ইউপিপিএল আৰু বিজেপিৰ নেতৃবৃন্দই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ সমৰ্থনত ৰাইজৰ মাজত জোৰদাৰ প্ৰচাৰ অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে ।

ইফালে আজি বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়োৰ নেতৃত্বত ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়ো অধ্যুষিত অঞ্চলত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ হৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায় । তদুপৰি বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বতো ফনীধৰ তালুকদাৰৰ সমৰ্থনত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupen BoroBJPJayanta Malla BaruahPramod BoroRangapura NarzaryUPPL
publisher

publisher

Related Posts

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
Assam

গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d