Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

এআইইউএফৰ পঞ্চায়ত সভাপতিসহ দুই শতাধিকৰ বিজেপিত যোগদান

এইবাৰৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো বিৰোধীয়েই নাই, ফনীয়ে বেটাৰমেন দিব : ভবেশ কলিতা

publisher by publisher
October 18, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
এআইইউএফৰ পঞ্চায়ত সভাপতিসহ দুই শতাধিকৰ বিজেপিত যোগদান
2
SHARES
18
VIEWS
ShareShareShareShare

“অসমৰ এইবাৰৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ সন্মুখত কোনো বিৰোধীয়েই নাই । কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ ভূমিকা অতি দুৰ্বল । শক্তিহীন হৈ পৰিছে বিৰোধী শক্তি । ফুটবল খেলত বিৰোধী পাৰ্টি নাহিলে কমিটীৰ লগত খেলখন খেলাৰ দৰে হৈছে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনী খেলখন ।” আজি ভৱানীপুৰৰ সমষ্টিৰ গলিয়াত অনুষ্ঠিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ হৈ অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এইদৰে বিৰোধীক তাচ্ছিল্য কৰে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই তেওঁৰ ভাষণত ।

ADVERTISEMENT

কলিতাই তেওঁৰ ভাষণত অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত আটাইবোৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ গৌৰৱময় বিজয়ী হ’ব বুলিও সদম্ভেৰে দাবী কৰে । সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয়, “যোৱাবাৰ নিৰ্বাচনত মই জয়ী হৈছিলো যদিও ফলাফল সন্তোষজনক নাছিল । পৰীক্ষাৰ ফলাফল সন্তোষজনক নহ’লে কৃতী পৰীক্ষাৰ্থীয়ে বেটাৰমেন দিয়াৰ দৰে মোৰ বাবে এইবাৰৰ উপ নিৰ্বাচন বেটাৰমেনৰ দৰে ।”

RelatedPosts

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

কংগ্ৰেছক চোকা সমালোচনা কৰি প্ৰাৰ্থী ফনীধৰ তালুকদাৰে কয়, “২০১১ৰ পৰা প্ৰতিটো বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাইছে । এইবাৰো হেৰুওৱাটো নিশ্চিত । কংগ্ৰেছ দলে ভৱানীপুৰত এইবাৰৰ উপ নিৰ্বাচনত আমানতৰ ধনখিনি কিদৰে ঘূৰাই পায় তাৰেই চেষ্টা কৰি নিৰ্বাচন খেলক ।”

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, প্ৰাৰ্থী ফনীধৰ তালুকদাৰক নিৰ্বাচনী সভাখনত সংগ দিয়াৰ লগতে সভাখনত ভাষণ দিয়ে ক্ৰমে – পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,‌ বিজেপিৰ ৰাজ্যিক নেতা মনোজ বৰুৱা, ৰাতুল শৰ্মা, বিকুল ডেকাই । নিৰ্বাচনী সভাখনত এআইইউএফ দলৰ পৰা নিৰ্বাচিত গলিয়া গাঁও পঞ্চায়তৰ সভিপতি নুৰুল ইছলাম হাজৰিকাৰ লগতে ২০৭ গৰাকী এআইইউএফ দলৰ নেতা-কৰ্মীয়ে প্ৰাৰ্থী ফনীধৰ তালুকদাৰক সমৰ্থন জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

ভৱেশ কলিতাই প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ লগতে বিজেপিৰ নেতৃবৃন্দক লগত লৈ ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাধৱপুৰ, তাতিকুছি পাৰাবজাৰ, ধুমাৰপাথাৰ, মৈৰামভিঠা আৰু চাউলীয়াবৰীত পৃথকে পৃথকে অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি নিৰ্বাচনী প্ৰচাৰ চলায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIUDFBhabesh KalitaBJPPhanidhar Talukdar
publisher

publisher

Related Posts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d