Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বাগসাৰ আনন্দ বজাৰত ভৱেশ কলিতা-অজন্তা নেওগ

ভৱানীপুৰত নাথাকে কোনো ভোটৰ ব্যৱধান, বিজেপিয়ে সেৱাৰ ৰাজনীতি কৰে : ৰাজ্যিক সভাপতি কলিতা

publisher by publisher
October 25, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বাগসাৰ আনন্দ বজাৰত ভৱেশ কলিতা-অজন্তা নেওগ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

ভৱানীপুৰত নাথাকে কোনো ভোটৰ ব্যৱধান ।ভৱানীপুৰত বিপুল ভোটত জয়লাভ কৰিব বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে ৷ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ ভৱানীপুৰ সমষ্টিৰ শালবাৰীৰ আনন্দ বজাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ সমৰ্থনত আজি অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, ‘অন্য দলে সংখ্যালঘু, সংখ্যাগুৰুৰ ৰাজনীতি কৰে কিন্তু বিজেপিয়ে সেৱাৰ ৰাজনীতি কৰে ।ভৱানীপুৰ সমষ্টিত বিজেপিয়ে পাঁচ-১০ হেজাৰ সংখ্যালঘু ভোট লাভ কৰিব ৷কংগ্ৰেছে মৰুভূমিত মৰিচীকা দেখিছে । কংগ্ৰেছৰ নৃত্য-নাটিকাত ৰাইজে আৰু ভোল নাযায় ।বদৰুদ্দিন আজমলে নাজানে যে পদুম ফুল নপচে, পদুম ফুল শুকাই যায় ৷ তথাপি গোন্ধ নকমে ৷ ভৱানীপুৰৰ ৰাইজে সিদ্ধান্ত লৈছে ৷ এইবাৰ ফণীধৰ তালুকদাৰক ভোট দিয়াৰ বাবে সাজু হৈছে ৷’

ADVERTISEMENT

বিজেপিৰ সভাপতিজনে লগতে কয়, ‘ভৱানীপুৰ সমষ্টিৰ ৰাস্তা-ঘাট জিলাপিৰ পেছৰ দৰে ৷ বিটিচি অঞ্চলত চাউল মাক-দেউতাকেহে পায় ৷ ল’ৰাই নাপায় ৷ এতিয়া সকলোৱে পাব ৷ কংগ্ৰেছে মূল্যবৃদ্ধিৰ কথা কোৱা ভূতৰ মুখত ৰামনাম শুনা একে কথা ৷ পদুম ফুলৰ কথা বদৰুদ্দিন আজমলে কি বুজি পাব‌ ৷ পদুম ফুল ৰাষ্ট্ৰ ভক্তি, দেশভক্তিৰ কাৰণে লাগে, তলাটো ক’তো নালাগে ৷’

তেওঁ কয়, ‘বিকশিত অসম, বিকশিত ভৱানীপুৰ গঢ়িবলৈ আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হ’বলৈ বিজেপিক ভোট দিব লাগিব ৷ স্বাস্থ্যৰ পৰা অন্ন লৈকে গুৰুত্ব দিয়া চৰকাৰখনেই হৈছে মোডী চৰকাৰ ৷ এশ কোটি জনতাক বিনামূলীয়া ভেকচিন দিছে মোডীয়ে ৷ বিজেপি চৰকাৰ জনতাৰ সেৱাৰ বাবে, দুৰ্নীতিৰ বাবে নহয় ৷ ২০২৬ৰ ভিতৰত ভৱানীপুৰত কোনো কেচা ৰাস্তা নাথাকিব ৷’

একেখন সভাতে অংশগ্ৰহণ কৰি মন্ত্ৰী অজন্তা নেওগে কয়, ‘আমাৰ ৰাইজলৈ মেছেজ এটাই সেইয়া হ’ল উন্নয়ন ৷ কেৱল উন্নয়ন ৷‌ মুখ্যমন্ত্ৰীয়ে সকলো কথাই স্পষ্টভাৱে কৈছে ৷ যোৱা পাঁচটা মাহত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে যি পদক্ষেপ লৈছে সেয়া বলিষ্ঠ পদক্ষেপ ৷ এইবেলি ভৱানীপুৰৰ ৰাইজে বিজেপিক ভোট দিয়ক আৰু ভিন্ন সমস্যাৰ পৰা সমষ্টিবাসী মুক্ত হওক ৷ অসম জাতীয় পৰিষদে বিগত নিৰ্বাচনত যি ফল দেখুওৱালে সেয়া ৰাইজে দেখিছেই ৷ এইবেলি পাঁচোটা সমষ্টিতে বিজেপি বিপুল ভোটত জয়ী হ’ব ৷ আমাক আশীৰ্বাদ দিয়ক আমি তাৰ বিনিময়ত উন্নয়ন কৰিম ৷’

ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলা মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমণি ৰয়ে ৷ সভাত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন বিধায়ক গুণীন দাস, মলয়া বৰ্মন, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ajanta neogBhabesh KalitaBJPPhanidhar Talukdar
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d