Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

সাৱধান ! দীর্ঘসময়ৰ হেডফোন ব্যৱহাৰ কৰে নেকি ?

publisher by publisher
October 31, 2021
in Lifestyle
Reading Time: 1 min read
0
সাৱধান ! দীর্ঘসময়ৰ হেডফোন ব্যৱহাৰ কৰে নেকি ?
2
SHARES
23
VIEWS
ShareShareShareShare

আজিকালি কাণত হেডফোন লগাই গান শুনাৰ লগতে আন কাম কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। নিজকে আনৰ দৃষ্টিত অধিক স্মার্ট দেখুৱাবলৈ হেডফোন ব্যৱহাৰৰ মানসিকতাই গা কৰি উঠিছে।

ADVERTISEMENT

আনকি দীর্ঘসময় ধৰি হেডফোন ব্যৱহার কৰাৰ মানসিকতাও কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত গঢ়ি উঠিছে। পিতৃ-মাতৃয়েও সন্তানক অধিক স্মার্ট কৰাব মানসিকতাবে এইবোৰ কিনি দিয়ে। পিছে বেছি সময় হেডফোন ব্যৱহাৰৰ ফলত শৰীৰৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে।

RelatedPosts

লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

Artificial food colors : শৰীৰৰ বাবে বিৰাট ক্ষতিকাৰক খাদ্যৰ কৃত্ৰিম ৰং !

★প্রথমে উল্লেখ কৰিব লাগিব যে কাণৰ ভিতৰৰ চাপ আৰু বাহিৰৰ চাপৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে শব্দৰ কল্পনাংক কর্ণ পৰ্দাত সঠিকভাৱে আঘাত কৰিব। যেতিয়া কাণত দীর্ঘসময় ধৰি হেডফোন ব্যৱহাৰ কৰা হয় তেতিয়া এই প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। হেডফোন ব্যৱহাৰৰ সুফল সম্পর্কে সম্প্রতি বিভিন্ন দেশত গৱেষণা আৰম্ভ হৈছে। কাণৰ ভিতৰত ভালদৰে বতাহ চলাচল কৰিব নোৱৰা বাবে ভিতৰত সংক্রমণ বৃদ্ধি হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

★শ্রৱণ শক্তিৰ ওপৰতো প্ৰভাৱ পৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। ৯০ ভেচিবেলৰ ওপৰত যদি শব্দই কর্ণ পৰ্দাত আঘাত কৰে তেতিয়াহ’লে লাহে লাহে শ্ৰৱণশক্তি হ্রাস পাবলৈ ধৰে। আনহাতে, ১০০ ডেচিবেলৱ ওপৰত যদি কোনো লোকে ১৫ মিনিটতকৈ বেছি সময় গান আদি শুনে তেতিয়া হ’লে শ্রবণশক্তিত প্ৰভাৱ পৰাটো নিশ্চিত।

★মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পৰে। কাৰণ হেডফোন ব্যৱহাৰ কৰিলে তড়িৎ চুম্বকীয় তৰংগৰ সৃষ্টি হয়। সেইবাবে বিশেষজ্ঞসকলে হেডফোন দীর্ঘসময় ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিছু বছৰ আগলৈকে বয়স্ক লোকৰহে বাত বিষ হয় বুলি ধাৰণা আছিল। জীৱন ধাৰণৰ পদ্ধতি, কর্ম ব্যস্ততা আৰু অত্যধিক চাপৰ সমান্তৰালকৈ এতিয়া কম বয়সীয়া ল’ৰা-ছোৱালীৰো এনে ৰোগ আৰম্ভ হৈছে। এইবোৰ ৰোগ জীৱন শৈলী খাদ্যাভ্যাস আদিৰ ওপৰত নিৰ্ভৰ কৰে। আজিকালি ফাষ্টফুড, জাংকফুড আদি খোৱা শিশুৰ সংখ্যা বেছি। যিমানেই এনে খাদ্য বেছিকৈ খোৱাৰ প্ৰৱণতাই গা কবি উঠিছে সিমানেই মেদবহুল শিশুর সংখ্যাও বৃদ্ধি পাইছে। মেদবহুলতাৰ বাবে পৰোক্ষভাৱে বাতবিষৰ সৃষ্টি হয়।

★সময়ৰ পৰিৱৰ্তনৰ লগে লগে ছাত্র-ছাত্রীৰ ওপৰত অতিবিক্তভাৱে চাপ দিয়াৰ পদ্ধতিও আৰম্ভ হৈছে। বেগৰ বোজা ইমান হৈছে গৈ যে কিছুমান শিশুৱে সিমান ওজন সহাই কৰিব নোৱাৰে। পিঠিৰ অতিরিক্ত কিতাপৰ বেগৰ ওজনৰ বাবেও এতিয়া কম বয়সীয়া ল’ৰা-ছোৱালীৰ এনে সমস্যাই গা কবি উঠিছে।

★আধুনিক জীৱন-যাপনৰ পদ্ধতিৰ বাবে এতিয়া শৈশৱহীন। শিশু অৱস্থাৰ মাজেদি জীৱনৰ গতিপথত খোজ দিছে। শিশু অৱস্থাৰ পৰাই চাপৰ মাজত থাকিবলগীয়া হোৱাত মুকলি মনেৰে ৰং খেলা, খেলা ধূলা আদিৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত যিবোৰ সংস্যাই গা কৰি উঠিছে সেইবোৰৰ ভিতৰত অন্যতম হ’ল বাতবিষ। অর্থাৎ যি ৰোগ বয়স হোৱাৰ লগে লগে হ’ব লাগিছিল সেইবোৰ এতিয়া অতি কম বয়সতে আৰম্ভ হৈছে ।

★দীৰ্ঘ সময় ধৰি টিভি, কম্পিউটাৰ আদিৰ সন্মুখত বহি থকা শিশুসকলৰ এনে সমস্যাই গা কৰি উঠিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: earphonesHarmful
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d