Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চলচ্চিত্ৰ গৃহ মুকলিৰ অপেক্ষাত : তেজপুৰত অত্যাধুনিক চলচ্চিত্ৰ গৃহ সাজু দৰ্শকৰ বাবে

publisher by publisher
November 3, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
চলচ্চিত্ৰ গৃহ মুকলিৰ অপেক্ষাত : তেজপুৰত অত্যাধুনিক চলচ্চিত্ৰ গৃহ সাজু দৰ্শকৰ বাবে
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

কৰ’নাৰ বাবে বিগত প্ৰায় ডেৰটা বছৰত অন্যান্য সকলো ক্ষেত্ৰৰ দৰেই ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতখন যি বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল সেয়া অব্যাহত থাকিলে ৰাজ্যৰ নতুনকৈ গঢ় লৈ উঠা চলচ্চিত্ৰ গৃহসমূহ বন্ধ হৈ পৰাৰ আশংকা আছে ৷ তদুপৰি, শেহতীয়াকৈ ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটোৱে এক নতুন ৰূপ ল’বলৈ আৰম্ভ কৰাৰ সময়তে ক’ভিডৰ মাধমাৰে নিশকতীয়া কৰা চলচ্চিত্ৰ উদ্যোগটোলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ ছবিগৃহ সমূহ পুনৰ মুকলি হোৱাৰ দিশে আগবঢ়াৰ বাবে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে ৰাজ্যৰ ছবিগৃহ সমূহ সুদীৰ্ঘ কালৰ বিৰতিত খুলিবলৈ প্ৰস্তুতি চলাৰ সময়ত তেজপুৰতো মুঠ ন টা ছবিগৃহ পুনৰ মুকলিৰ বাবে সাজু হৈছে ৷ ৰাজ্যৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ জোনাকী হলৰ বাহিৰে তেজপুৰৰ পুৰণি সকলো চিনেমা হলেই চিৰদিনলৈ বন্ধ হৈ পৰাৰ পাছত বৰ্তমান চহৰখনত সৰু সৰু আধুনিক চিনেমা হল স্হাপন হৈছে ৷ কিন্তু এই ছবিগৃহ সমূহ আৰম্ভ হোৱাৰ কিছুদিনৰ পাছতেই বন্ধ হৈ পৰাত ছবিগৃহৰ কৰ্মচাৰী তথা গৰাকীসকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৷

তেজপুৰত মুঠ ২৬০খন আসনৰে বেংকৰ পৰা সাত কোটি টকা ঋণ‌ লৈ স্থাপন কৰা অত্যাধুনিক ছবিগৃহ এছ ভি এফ চিনেমা শীঘ্ৰেই মুকলি কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ৷ যোৱা ডেৰ বছৰে বেংকৰ পৰা লোৱা সাত কোটি টকা ঋণৰ কিস্তি পৰিশোধ কৰিবলগীয়া হৈছে সুশীল গুঞ্চাই ৷ উল্লেখযোগ্য যে, ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগ ঠন ধৰি উঠাটো মনে-প্ৰাণে কামনা কৰা গুঞ্চাই শোণিতপুৰৰ বিভিন্ন চাহ বাগিচাৰ লগতে শিলিগুৰিৰ পৰা বিশ্বনাথ, মাজুলি, তিনিচুকীয়া, লখিমপশৰ, ঢকুৱাখানা, ধেমাজিত চিনেমা প্ৰদৰ্শন কৰিছিল ৷ ১৯৮০ৰ পৰা ২০০০ লৈকে প্ৰথমে মটৰ চাইকেলৰে চিনেমা প্ৰদৰ্শন কৰা গুঞ্চাই তেতিয়াই সুযোগ পালে তেজপুৰত এটা অত্যাধুনিক চিনেমাগৃহ স্থাপনৰ সপোন দেখিছিল ৷

২০০০ৰ পাছত ৰাজ্যত টেলিভিচনে ছবিগৃহৰ পৰিৱেশ বিনষ্ট কৰিলে বুলি কোৱা ব্যৱসায়ী গুঞ্চাই লগতে কয় যে, অসমৰ নগৰ আৰু গ্ৰাম্য অঞ্চলৰ দৰ্শকৰ ছবিৰ বাচনি পৃথক ৷ এখন ছবি চাবলৈ দৰ্শকক জোৰ-জবৰদস্তি কৰাৰ সলনি দৰ্শকৰ ৰুচীবোধক লৈ ছবি নিৰ্মাণৰ লগতে গ্ৰামাঞ্চলত ছবি সৰু গৃহ নিৰ্মাণ কৰি সকলো দৰ্শকক সহজে ডাঙৰ পৰ্দাত ছবি চোৱাৰ সুযোগ দিব লাগিব বুলি কয় । তেওঁ আৰু কয় যে গুৱাহাটীতকৈ ঢকুৱাখানা বা মাজুলিত অসমীয়া ছবিৰ উপাৰ্জন বহু ভাল হোৱাৰ নজিৰ আছে ৷ তদুপৰি, বছৰটোত কমেও ২০খন অসমীয়া ছবি নিৰ্মাণ হ’লেহে অসমীয়া ছবি উদ্যোগ গঢ় লৈ উঠিব বুলিও তেওঁ কয় ৷

কলকতাৰ দৰে ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাতা কোম্পানীৰ প্ৰৱেশ ঘটিলে ইয়াৰ চিনেমা উদ্যোগ কলাকুশলী সকলো উপকৃত হ’ব বুলি উল্লেখ কৰি গুঞ্চাই কয় যে বৰ্তমান তেওঁৰ ছবিগৃহটোৰ আসন আয়নেক্সৰ দৰে আৰামদায়ক কৰাৰ লগতে প্ৰযুক্তিও তেনে কৰিছে ৷ বৰ্তমান অ’টিটি ব্যৱস্থা ছবিগৃহৰ বাবে নতুন প্ৰত্যাহ্বান হৈ আহিছে বুলিও তেওঁ কয় ৷ কিন্তু চিনেমা হলৰ সোৱাদ সুকীয়া বুলি মন্তব্য কৰি ৰাজ্যখনৰ চলচ্চিত্ৰ উদ্যোগো ঠন ধৰি উঠিব বুলি আশা ব্যক্ত কৰি তেওঁ কয় যে ভাল ছবি নিৰ্মাণ হ’লে দৰ্শকে গুৰুত্ব দিব আৰু দৰ্শকে সহজে সুবিধা পালেহে ছবি ঘৰলৈ আহিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cinema HallTEZPUR
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d