Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উৎকৰ্ষতাৰ কেন্দ্ৰ : গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ বিশেষজ্ঞ দলৰ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে আলোচনা

publisher by publisher
November 18, 2021
in Assam, India, News
Reading Time: 1 min read
0
উৎকৰ্ষতাৰ কেন্দ্ৰ : গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ বিশেষজ্ঞ দলৰ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে আলোচনা
2
SHARES
18
VIEWS
ShareShareShareShare

গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰ (চেণ্টাৰ অৱ এক্সেলেন্স) ৰূপে উন্নীতকৰণেৰে দেশৰ আগশাৰীৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠান হিচাপে গঢ়িবলৈ অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে লোৱা সিদ্ধান্ত কাৰ্যৰূপায়ণৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা আৰু প্ৰাককলন প্ৰস্তুতিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । এই বিষয়ত সহযোগিতা তথা কাৰিকৰী পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড০ মনোজ নেছাৰীৰ নেতৃত্বত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে প্ৰেৰণ কৰা এটা বিশেষজ্ঞ দলে আজি জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কৰে ।

ADVERTISEMENT

পৰিদৰ্শনকাৰী কেন্দ্ৰীয় দলটোৰ আন চাৰিগৰাকী সদস্য হৈছে কলকতাৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক ঔষধ উন্নয়ন গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি ভি প্ৰসাদ, আইআইটি গুৱাহাটীৰ গৱেষণা আৰু বিকাশ শাখাৰ ডীন অধ্যাপক বিমল কাটিয়াৰ আৰু গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড০ তাপসী বৰুৱা । আয়ুষ মন্ত্ৰণালয়ক প্ৰতিনিধিত্বকাৰী দলটোৱে ৰাজ্যিক আয়ুষ মিছন, অসমৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ স’তে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ, চিকিৎসালয়কে ধৰি সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ কাৰ্যৰূপায়ণৰে জড়িত কাৰিকৰী দিশসমূহৰ চৰজমীন অধ্যয়ন কৰে ।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

WhatsApp Image 2021 11 18 at 8.15.01 PM 1

এই পৰিদৰ্শনৰ অন্তত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যিক আয়ুষ মিছনৰ সঞ্চালক ডাঃ লক্ষ্মনন আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ স’তে উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ খৰতকীয়া কাৰ্যৰূপায়ণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰেৰিত বিশেষজ্ঞ দলে । আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ লগতে কেন্দ্ৰীয় দলটোক প্ৰতিনিধিত্ব কৰা আন চাৰিগৰাকী সদস্যয়ো অংশগ্ৰহণ কৰা এই আলোচনাত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়খনত বিশ্বমানৰ পঞ্চকৰ্মা চিকিৎসালয়ৰ নিৰ্মাণ আৰু নতুনকৈ আয়ুৰ্বেদিক ঔষধৰ ফাৰ্মাচী তথা উৎপাদন কেন্দ্ৰ প্ৰতিষ্ঠাকে ধৰি মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ গুৰুত্বপূৰ্ণ দিশসমূহকলৈ বিষদভাৱে চৰ্চা কৰা হয় ।

WhatsApp Image 2021 11 18 at 8.15.01 PM

বিদেশী পৰ্যটককো পঞ্চকৰ্ম তথা আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণৰ বাবে আহিবলৈ আগ্ৰহী কৰিব পৰাকৈ উপযুক্ত তথা আকৰ্ষণীয় আন্তঃগাঁঠনি নিৰ্মাণৰ বিষয়ত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড০ নেছাৰীয়ে আলোচনাত বিশেষ জোৰ দিয়ে । এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দিহা-পৰামৰ্শ আগবঢ়াই গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ কাৰ্যৰূপায়ণ প্ৰক্ৰিয়াক এক সুনিৰ্দিষ্ট ৰূপ দিয়াত বিশেষ ভাৱে সহায় আগবঢ়াবলৈ ড০ নেছাৰীক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় ।

WhatsApp Image 2021 11 18 at 8.15.00 PM

উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ অধীনত আয়ুৰ্বেদিক মহাবিদ্যালয়খনত নিৰ্মাণ হ’ব লগা পঞ্চকৰ্ম চিকিৎসালয় আৰু নতুন আয়ুৰ্বেদিক ঔষধালয় তথা ঔষধ উৎপাদন কেন্দ্ৰক বিশ্বমানৰ কৰি তুলিব পৰাকৈ উপযুক্ত পৰিকল্পনা আৰু প্ৰাককলন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাৰিকৰী পৰামৰ্শ প্ৰদানেৰে বিশেষ ভূমিকা গ্ৰহণৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সন্মতি জনায় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টাগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তই অলপতে দিল্লীত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ পৰিকল্পনা তথা প্ৰাককলন প্ৰস্তুতিৰ ক্ষেত্ৰত কাৰিকৰী দিশসমূহৰ বিষয়ে আগতীয়া পৰামৰ্শ প্ৰদান কৰিবলৈ এটা কেন্দ্ৰীয় বিশেষজ্ঞ দল প্ৰেৰণৰ বাবে অনুৰোধ জনাইছিল। এই অনুৰোধ ৰক্ষা কৰি ভাৰত চৰকাৰৰ আয়ুৰ্বেদ উপদেষ্টা ড০ নেছাৰীৰ নেতৃত্বত কেন্দ্ৰীয় বিশেষজ্ঞ দলটো প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱালৰ প্ৰতি কৃতজ্ঞতা জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Government Ayurvedic CollegeGuwahatiKeshab Mahanta
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d