Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অধিক জনপ্ৰিয় হৈ উঠিব Google Pay !

publisher by publisher
November 23, 2021
in News, Tech
Reading Time: 1 min read
0
অধিক জনপ্ৰিয় হৈ উঠিব Google Pay !
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

গুগল পে, ফোন পে বা পেটিএমৰ পৰা ভুল একাউণ্টলৈ টকা গৈছিল নেকি?

আজিৰ পৰা সলনি হৈছে UPI পেমেণ্টৰ নিয়ম , কি পৰিৱৰ্তন আহিছে জানি লওক

গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

ডিজিটেল ৱালেট প্লেটফৰ্ম হিচাপে ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছে গুগল পে(Google Pay)ইতিমধ্যে এক কোটি অতিক্ৰম কৰিছে ব্যৱহাৰকাৰী ।গুগলে প্লেটফৰ্মটো ব্যৱহাৰকাৰীসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিবলৈ দুটা নতুন সুবিধা ৰখাৰ কথা ঘোষণা কৰিছে গুগলে।

ADVERTISEMENT

জনাইছে আৰু দুটা ডাঙৰ চমক আনিব গুগলে। কি কি আছে চমক ? ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ভাষা সংক্ৰান্ত চমক । এইটো প্ৰথম বাৰৰ বাবে গুগলৰ এটা এপত হিংলিছ ভাষাও ব্যৱহাৰ কৰিব ।

হিন্দী আৰু ইংৰাজীৰ স’তে মিহলি হৈ, এই ভাষাটোৱে দেশৰ এক বৃহৎ অংশৰ বক্তাসকলক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ বাবে, আপুনি ছেটিংছলৈ গৈ সলনি কৰিব পাৰিব আপোনাৰ পছন্দৰ ভাষা । ভাৰতৰ দৰে এখন দেশত য’ত বেছিভাগ লোক ইংৰাজীত স্বাচ্ছন্দ বোধ কৰে, এই পৰিৱৰ্তনে গুগল পেক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো নিশ্চিত।

প্ৰৱৰ্তন কৰা নতুন সুবিধাটোক ‘বিল স্প্লিট’ বুলিও কোৱা হয়। বন্ধুবৰ্গৰ লগত যদি একেলগে ৰেষ্টুৰেণ্টলৈ যায় তেন্তে বিলৰ ব্যয় আৱণ্টন কৰিব বিচাৰে, এই সুবিধাৰ স’তে সম্ভৱ হ’ব।

গুগলে যোৱা বছৰৰ পৰা এই এপটোত গ্ৰুপ সৃষ্টিৰ বিকল্পও আগবঢ়াই আহিছে। এইবাৰ, যদি এটা গোটৰ বন্ধুসকলে একেলগে খাবলৈ যায়, ব্যৱহাৰকাৰীসকলে এই সুবিধাটো অন কৰিলেহে সহজে তেওঁলোকৰ শ্বেয়াৰ ভাগ বতৰা কৰিব পাৰে।

কেৱল সেইয়া নহয়। গুগলে সন্ধান বিকল্পবোৰো সলনি কৰিছে। এতিয়াৰ পৰা, অনুসন্ধানৰ ফলাফল স্পীকাৰৰ যোগেদি শুনিব পাৰিব।

অৰ্থাৎ, গুগলে ইয়াক পঢ়ি শুনাব। গতিকে ব্যৱহাৰকাৰীসকলে গাড়ী চলোৱাৰ সময়ত বা আন কোনো কাৰণত ব্যস্ত থকাৰ সময়ত ফোনৰ স্ক্ৰীণ নিৰীক্ষণ কৰাত সমস্যা হ’লে এনেদৰে অনুসন্ধান কৰিব পাৰে। কেতিয়া আহিব এই পৰিৱৰ্তন ? এতিয়া নহয়, নতুন সুবিধাৰ বাবে অপেক্ষা কৰিব লাগিব ২০২২পৰ্যন্ত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Google PayTech News
publisher

publisher

Related Posts

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d