Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নবিল চাপৰিৰ বালিচৰত ডেৰশ বিঘা মাটিত মগু মাহ-মাটি মাহৰ খেতি

publisher by publisher
November 26, 2021
in Assam, India, News
Reading Time: 1 min read
0
নবিল চাপৰিৰ বালিচৰত ডেৰশ বিঘা মাটিত মগু মাহ-মাটি মাহৰ খেতি
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে কেৱল মাত্ৰ চৰকাৰী সংস্থাপনৰ আশাত বছৰ পাছত বছৰ ধৰি অপেক্ষা কৰি দিন কটাবলগীয়া হৈছে ঠিক তেনে সময়তে তৰুণ প্ৰজন্মৰ একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৃষি বিজ্ঞান কেন্দ্ৰক সহযোগী হিচাপে লৈ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কৃষি কৰ্মৰ জৰিয়তে প্ৰথম প্ৰচেষ্টাতেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

ADVERTISEMENT

উল্লেখযোগ্য যে কিছু ঠাইত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ বালি চাপৰিসমূহ এনেই পৰি থকালৈ লক্ষ্য কৰি এইবাৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত নবিলত ব্ৰহ্মপুত্ৰৰ বালি চৰত কে’বাজনো শিক্ষিত যুৱকেৰে গঠিত জোনাক আত্মসহায়ক গোটে তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ স’তে যোগাযোগ কৰি প্ৰায় ডেৰশ বিঘা বালি চৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যোগান ধৰা উন্নত মানদণ্ডৰ মাটি মাহ আৰু মগু মাহ খেতি কৰিছিল‌ । যুৱকসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পৰীক্ষা মূলকভাৱে যোগান দিয়া উন্নত জাতৰ মাটি আৰু মগু মাহৰ খেতি কৰি সফলতা পাবলৈ সক্ষম হৈছে ।

আজি তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা এই খেতি পৰিদৰ্শন কৰিবলৈ অহা কেন্দ্ৰটোৰ শস্য ৰক্ষা বিশেষজ্ঞা সংযুক্তা শইকীয়াই উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যোগান ধৰা বীজৰ উৎপাদন সম্পৰ্কে কৃষকসকলৰ পৰা বুজ লয় । ইফালে একেটা মাটিত কি দৰে অধিক উৎপাদন কৰিব পাৰি বা মাটিৰ গুণাগুণ সম্পৰ্কে কৃষকসকলৰ স’তে মত বিনিময় কৰে ভূমি বিজ্ঞানী বিষয়া নমিতা দত্তই ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ স’তে সহ প্ৰকল্প বিষয়া পলাশ ঠেঙাল আৰু এপাৰ্টৰ বিষয়া পদ্ম দলেও উপস্থিত থাকি জোনাক আত্মসহায়ক গোটৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত কৃষকসকলে পৰিশ্ৰমৰ জৰিয়তে কৃষি বিজ্ঞানৰ তৰফৰ পৰা যোগান ধৰা বীজ সমূহৰ সঠিক ব্যৱহাৰ কৰি যি উৎপাদন কৰিলে ইয়াৰ দ্বাৰা আন কৃষকসকলেও উপকৃত হ’ব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, যি সময়ত কৃষি বিভাগৰ তৰফৰ পৰা যোগান ধৰা বীজৰ খেতি কৰি প্ৰায়ে কৃষকসকল ঠগ খাব লগা হয় তেনে সময়তে তেজপুৰ নপাম কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা উন্নত জাতৰ বীজ লাভ কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষক গোটটোৱে । শেহতীয়াকৈ এই গোটটোকেই পুনৰ উন্নত জাতৰ মটৰ আৰু মচুৰ দাইলৰ বীজ যোগান ধৰিছে কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা । শিক্ষক তৰুণ চন্দ্ৰ নাথ, স্থানীয় কৃষক ৰঞ্জিত নাথ, জয়ন্ত নাথ, নিৰেন কুৰ্মীৰ বিশেষ প্ৰচেষ্টা জৰিয়তে জিলাখনৰ কে’বাগৰাকী শিক্ষিত যুৱকৰ দ্বাৰাই যোগাত্মক দৃষ্টিভংগীৰে কৃষি কৰ্মত আত্মনিয়োগ কৰা এই সকল কৃষকৰ কৃষি কৰ্মই অঞ্চলটোত কৃষি কৰ্মৰ প্ৰতি বহুতকে আকৰ্ষিত কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: TEZPUR
publisher

publisher

Related Posts

৩২ বছৰত পদাৰ্পণ দৈনিক অগ্ৰদূতৰ, সংবাদ সেৱাৰ যাত্ৰাত নতুন অধ্যায়
Assam

October 7, 2026
Dainik Agradoot Today’s Edition: 7th Oct 2026

মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d