Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নিদ্ৰাহীনতাত ভুগিছে ? কেনেকৈ পাব পৰিত্ৰাণ ?

publisher by publisher
December 12, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
নিদ্ৰাহীনতাত ভুগিছে ? কেনেকৈ পাব পৰিত্ৰাণ ?
4
SHARES
38
VIEWS
ShareShareShareShare

টোপনিৰ ক্ষেত্ৰত পৰিৱেশৰ ভূমিকা গুৰুত্বপূর্ণ। উপযুক্ত পৰিৱেশ নাথাকিলে কাৰােৱে ভাল টোপনি নাহে।কোলাহলপূর্ণ পৰিৱেশত থকাসকলৰ টোপনিত ব্যাঘাত জন্মাতাে স্বাভাৱিক। যদিহে টোপনি ভাল নহয় তেতিয়াহ’লে উপযুক্ত পৰিৱেশ এটাৰ সৃষ্টি কৰিব লাগে। শােৱা কোঠাত টিভি,ৰেডিঅ’ অথবা আন বিনােদনৰ উৎস নথকাটোৱে মংগলজনক। বহুতে টোপনি ভাল নহ’লে বা টোপনি নাহিলে গান শুনে অথবা চিনেমা চায়। কিতাপ পঢ়ে। কোঠাৰ ভিতৰত পাইচাৰি কৰে। এনে কৰিলে টোপনি অহাতাে দূৰৈৰ কথা, ব্যাঘাত জন্মাতহে সহায় কৰে। শােৱা কোঠাৰ লাইট আদি নুমুৱালেও এটা সুস্থ পৰিৱেশ গঢ়ি উঠে। পৰিৱেশ উপযুক্ত নােহােৱালৈকে টোপনিত ব্যাঘাত জন্মিবই।

ADVERTISEMENT

★টোপনিত ব্যাঘাত জন্মিলে বহুতে বিভিন্ন ধৰণৰ নিচা জাতীয় দ্রব্য সেৱন কৰে। চিগাৰেট সেৱন কৰিলে অথবা মদ্যপান কৰিলে টোপনি ভাল হােৱা বুলি ভবাটো ভ্রান্ত ধাৰণাহে মাথােন। এইবােৰ হ’ল অভ্যাস। কিছুমানে শােৱাৰ আগতে চিগাৰেট খায় অথবা মদ্যপান কৰে। কিন্তু যেতিয়া এনে অভ্যাসৰ ফলত মাদক দ্রব্যৰ পৰিমাণ বৃদ্ধি হৈ থাকে তেতিয়া পৰিস্থিতিয়ে অন্যফালে ঢাল খায়। লাহে লাহে টোপনিত ব্যাঘাত জন্মিব ধৰে। দীর্ঘদিন এনে হােৱাৰ ফলত সৃষ্টি হয় মানসিক ভাৰসাম্যহীনতাৰ। টোপনি অহাৰ বাবে কেতিয়াও মাদক দ্রব্য সেৱন কৰিব নালাগে।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

★দিবা নিদ্ৰাৰ বাবেও বহুতৰ নিশা টোপনি নাহে। সেয়েহে নিদ্রাহীনতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দিবা নিদ্ৰাৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে যিসকলৰ দিনত অলপ সময় বিছনাত বাগৰাৰ অভ্যাস আছে তেওঁলােকৰ কথা সুকীয়া। দিনত অলপ সময় বিছনাত বাগৰিলে কাম কৰাৰ বাবে পুনৰ শক্তি লাভ কৰিব পাৰে যদিও বেছি সময় শুলে আকৌ ক্ষতিহে হয়।

★টোপনিত ব্যাঘাত জন্মিলে চিকিৎসকে বিভিন্ন ধৰণৰ ঔষধ অথবা ব্যায়াম আদিৰে সেইবােৰ আঁতৰাবলৈ পৰামর্শ আগবঢ়ায়। পার্শ্বক্রিয়া থকা ঔষধৰ পৰিৱর্তে পার্শ্বক্রিয়াহীন ঔষধ অথবা যদিহে থাকেও তেতিয়াহ’লে সেয়া নােহােৱা কৰিবলৈ আন ঔষধ খাবলৈ দিয়ে। ফলত টোপনি স্বাভাৱিক হয়। কিন্তু বহুতে টোপনিত ব্যাঘাত জন্মিলেই চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰাকৈয়ে ফার্মাচীৰ পৰা ঔষধ কিনি আনে। ফলত পৰৱৰ্তী সময়ত নিদ্রাহীনতাৰ লগতে আন সমস্যায়াে গা কৰি উঠে। আনকি চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰাকৈ ঔষধ খােৱাৰ ফলত মৃত্যু পর্যন্ত হ’ব পাৰে। মনত ৰাখিব চিকিৎসক পৰামর্শ অবিহনে টোপনিৰ ঔষধ খালে শাৰীৰিক-মানসিক দুয়াে ক্ষেত্ৰতে ক্ষতি হয়।

★কিছুমান অসুখত বিশেষ ঔষধ দীর্ঘদিন খােৱাৰ ফলত পার্শ্বক্রিয়াৰূপে নিদ্রাহীনতাই গা কৰি উঠে। যদিহে কোনাে ঔষধ খােৱাৰ ফলত এনে ধৰণৰ সমস্যাই গা কৰি উঠে তেন্তে শীঘ্ৰে বিষয়টো চিকিৎসক স’তে আলােচনা কৰা উচিত।

★আনহাতে, কেতিয়াবা কিছুমান অসুখৰ বাবেও টোপনিত ব্যাঘাত জন্মে। এনে ধৰণৰ অসুখৰ চিকিৎসা কৰিলেও সুফল পােৱা যায়।

★মানসিক চাপ অত্যধিক হলে নিদ্রাহীতাই গা কৰি উঠে। যিমানেই মানসিক চাপ বৃদ্ধি হৈ থাকে সিমানেই টোপনিত ব্যাঘাত জন্মে। সেইবাবে নিদ্রাহীনতাৰ পৰা হাত সাৰিবলৈ চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে আধুনিক জীৱন-যাপনত কোনাে লােকেই সম্পূর্ণৰূপে চাপমুক্ত হৈ থকাতাে সম্ভৱ নহয়।যিবােৰ কামৰ চাপ অধিক তেনে কাম সােনকালে সম্পূর্ণ কৰিবলৈ চেষ্টা কৰিব লাগে।আনহাতে,কিছুমান কাম গুৰুত্বপূৰ্ণ নহ’লেও বহুতে তেনে কামক লৈয়ে ব্যস্ত থাকে। ফলত মানসিক চাপ বৃদ্ধি পায়। সেইবাবে যিমান সম্ভৱ সিমানে মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত।

★কিছুমান খাদ্যৰ বাবেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ গুৰুপাক আহাৰ,অত্যধিক চাইনজ ফুড, শীতল পানীয়, প্রচুৰ পৰিমাণে কফি আদি খালেও নিশা টোপনি ক্ষতি হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মত পােষণ কৰিছে। গতিকে এনে ধৰণৰ খাদ্য বেছি পৰিমাণে খােৱাৰ পৰিৱর্তে নির্দিষ্ট পৰিমাণে খালেহে সুফল পােৱা যায়।★নিশা বিছনালৈ তেতিয়াহে যাব লাগে যেতিয়া টোপনি ভাব আহে। টোপনি ভাব অহাৰ পূর্বে বেছি সময় বিছনাত শুই থাকিলে টোপনিত ব্যাঘাতহে জন্মে।

★কিছুমানে কম সময় টোপনি যােৱাৰ পৰিৱর্তে আন কিছুমানে বেছি সময় টোপনি যায়। এজনে কম সময় টোপনি মাৰিলে বুলিয়ে যে আন এজনেও কম সময় টোপনি যাব লাগে তেনে কোনাে কথা নাই। পৰিশ্ৰম, ব্যস্ততা আদিৰ ওপৰতাে টোপনিৰ সময় নিৰ্ভৰ কৰে। দিনটো পথাৰত কঠোৰ পৰিশ্ৰম কৰা লােক এজনক যিমান সময়ৰ প্রয়ােজন এজন ঘৰতে কাম- বন নকৰাকৈ থকা লােকৰ সিমান প্রয়ােজন নহয়।

★ধূমপান, মদ্যপান আদিৰ অভ্যাস ত্যাগ কৰিব লাগে।

★বিছনাখন যাতে আৰামদায়ক হয় তাৰ ওপৰতাে গুৰুত্ব প্রদান কৰা উচিত। বিছনাত ইকাটি-সিকাটি হলেই শব্দ হােৱা, বিছনাৰ কাপােৰ আদিৰ পৰা উৎকট গােন্ধ ওলােৱা আদিৰ বাবেও টোপনিত ব্যাঘাত জন্মে। এনেবােৰ বিষয়তাে গুৰুত্ব প্রদান কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthSleepless
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d