★খালী পেটত তুলসী খালে একাধিক উপকাৰিতা পাব পাৰি।
★হজম কৰাত সহায় কৰে
★খালী পেটত তুলসীয়ে মলত্যাগ স্বাভাৱিক ৰখাত সহায় কৰে। পিএইচ স্তৰ বজাই ৰাখে
★ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
★ শৰীৰত চৰ্বি আৰু কাৰ্বোহাইড্ৰেট বিপাক সহজ কৰি তোলো তুলসীয়ে । যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
★ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
★এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-বেক্টেৰিয়া উপাদানেৰে পৰিপূৰ্ণ তুলসী । যি প্ৰাকৃতিকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বিকাশ কৰে।
★ শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে
★ তুলসীয়ে শৰীৰৰ বিপাক নিয়ন্ত্ৰণ কৰে, বিষাক্ত পদাৰ্থ বোৰ উলিয়াই দিয়ে আৰু হজম কৰাত সহায় কৰে। ইয়াৰ ফলত শৰীৰৰ ওজন দ্ৰুতগতিত হ্ৰাস হ’ব পাৰে
★তুলসীত থকা এণ্টিঅক্সিডেণ্টবোৰে ছালখন সতেজ ৰাখে। খালী পেটত তুলসী খালে, ই বিষাক্ত পদাৰ্থ বোৰ উলিয়াই দিয়ে আৰু ব্রণ প্ৰতিৰোধ কৰে।