Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 বাঁহীত সুৰ দি পথ-দুৰ্ঘটনা ৰোধৰ অভিনৱ আহ্বান দীপক শৰ্মাৰ

নাৰেঙ্গীত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ পথ-সুৰক্ষা অনুষ্ঠান

publisher by publisher
December 19, 2021
in Assam, News
Reading Time: 1 min read
0
 বাঁহীত সুৰ দি পথ-দুৰ্ঘটনা ৰোধৰ অভিনৱ আহ্বান দীপক শৰ্মাৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ভূপেনদাৰ “মানুহে মানুহৰ বাবে ” গীতটি বাঁহীৰ সুৰত তুলি ধৰি পথ-সুৰক্ষা আৰু সজাগতাৰ বাবে ৰাইজলৈ এক ব্যতিক্ৰম আহ্বান জনালে বিশিষ্ট বাঁহীবাদক তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই।

ADVERTISEMENT

উল্লেখ্য যে,পথ সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা আৰু জনসচেতনতাৰে ৰাজ্যত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত অধিক গুৰুত্ব দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বিশেষকৈ অহা ৩১ ডিচেম্বৰত যাতে ৰাজ্যত এটাও পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত নহয় সেই সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ প্ৰতি নিজকে সকলোৰে পৰিয়ালৰ এজন সদস্য বুলি উল্লেখ কৰি অতি বিনয়েৰে আহ্বান জনাইছে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ব্যতিক্ৰম আৰু গুৰুত্বপূৰ্ণ আহ্বানত সক্ৰিয় হৈ ইতিমধ্যেই ভাগে ভাগে সজাগতা অনুষ্ঠান আয়োজন কৰি জনসাধাৰণৰ মাজত ব্যাপক সচেতনতা সৃষ্টি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে।

ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত শনিবাৰে নিশা অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত পোনতেই পৰিবহণ বিষয়াগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ আহ্বানৰ মহত্বৰ কথা উল্লেখ কৰে।

তেওঁ কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি তাৰ ক্ষীপ্ৰ সমাধানত মনোনিৱেশ কৰাৰ লগতে ৰাজ্যবাসীক এটা আপোন পৰিয়ালৰ দৰে হৃদয়ঙ্গম কৰা বাবেই অতি আন্তৰিকতাৰে এই পথ সুৰক্ষাৰ এই আহ্বান জনাইছে।

কিয়নো বৰ্তমান সময়ত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুয়ে এক ভয়ংকৰ ৰূপধাৰন কৰিছে ৷ সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনায়।

বিশিষ্ট শিল্পী দীপক শৰ্মাই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সজাগতা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধত সকলোৰে সহযোগিতা আহ্বান কৰে ৷

ইয়াৰ লগে লগে মহানগৰীৰ নামঘৰীয়া সমাজৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি তাল, খোল আৰু নাগাৰা বজাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে ৷

উল্লেখ্য যে পৰিবহণ বিভাগৰ এই সজাগতা অনুষ্ঠানৰ গুৰুত্ব অনুভৱ কৰি ৰাইজৰ মাজৰ পৰা ইজন সিজনকৈ আগবাঢ়ি আহি অনুষ্ঠানটিত অংশগ্ৰহন কৰা বিশিষ্ট লোকসকলক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা আহ্বান আখৰে আখৰে পালনৰ বাবে অঙ্গীকাৰবদ্ধ হয়।

চিত্ৰশিল্পী পৰাণ বন্তি দেৱী, এচিপি নীলোৎপল ডেকা, শিল্পী দীনেশ দাস, চানমাৰি ডিভিজনৰ যান বাহন শাখাৰ উপ পৰিদৰ্শক দীপক শইকীয়ায়ো সভাত উপস্থিত থাকি ভাষন দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDipen Sarmasinger
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d