Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তেজপুৰৰ ভোমোৰাগুৰিত ঢেকিয়াপতীয়া বাঘ

publisher by publisher
December 27, 2021
in Assam, News
Reading Time: 1 min read
0
তেজপুৰৰ ভোমোৰাগুৰিত ঢেকিয়াপতীয়া বাঘ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলৰ লগতে কাষৰীয়া অঞ্চলত যোৱা প্ৰায় ২০দিনে এটা প্ৰাপ্ত বয়স্ক ঢেকিয়াপতীয়া বাঘে বিচৰণ কৰি আছে ৷এই কথা নিশ্চিত কৰিছে বন বিভাগে ।

ADVERTISEMENT

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি ধাৰণা কৰা এই বাঘটোৱে সম্প্ৰতি ভোমোৰাগুৰি পাহাৰতে আশ্ৰয় লৈ আছে৷উল্লেখযোগ্য যে,১৫৬.১৭ হেক্টৰজোৰা বনাঞ্চলখনত বনৰীয়া গাহৰি,পহু,বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ সাপ আছে৷

ব্ৰহ্মপুত্ৰৰ পাৰৰ তথা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ কাষৰে এই বনাঞ্চলত হঠাতে ঢেকিয়াপতীয়া বাঘটোৰ আৱিৰ্ভাৱকলৈ ইতিমধ্যে বন্যপ্ৰাণী সংমণ্ডলক জনোৱা হৈছে৷

উল্লেখযোগ্য যে,কাজিৰঙা কৰ্তৃপক্ষই ভোমোৰাগুৰিত শেহতীয়াকৈ স্হাপন কৰা উদ্যান তথা বনভোজথলীৰ পৰা দেওবাৰে বনভোজ দলসমূহকো সন্ধিয়াৰ পূৰ্বেই উভটাই পঠাই
বনকৰ্মীয়ে৷

দেওবাৰে নিশা ভোমোৰাগুৰিস্হিত বনবিভাগৰ বিটকাৰ্যালয়ৰ কাষতে বাঘটোৰ আৱিৰ্ভাৱ ঘটে৷কাৰ্যালয়টোৰ এটা পকী কুঁৱাৰ কাষত নিশা প্ৰায় ৭-১৫বজাত এটা কুকুৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বাঘটোৱে৷

বাঘটোৰ উপস্থিতিৰ বিষয়ে অজ্ঞ বনবিষয়া প্ৰদীপ নাথ,দামোদৰ বৈশ্য,লোহিত নেওঁগ আদিয়ে কাৰ্যালয়টোৰ পৰা ওলাই গৈ বাঘটোক দেখা পাই ফটকা ফুটুৱাত বাঘটো আতৰি যায়৷উল্লেখযোগ্য যে, এই তিনিগৰাকী বনকৰ্মীৰ উপৰি সংৰক্ষিত বনাঞ্চল খনৰ সুৰক্ষাৰ দায়িত্বত আন দুজন নিৰ্দ্ধাৰিত পৰিমানৰ বেতন লাভ কৰা ফাৰুক হুছেইন আৰু ৰুমেছ আলি নামৰ বনকৰ্মী দুগৰাকী আছে৷

৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষৰ এই কাৰ্যালয়টোত পোহৰৰ কোনো ব্যৱস্থাই নায়৷উল্লেখযোগ্য যে,চাৰিশৰীয়া পথ নিৰ্মাণৰে জড়িত এটা কোম্পানীয়ে এই বনকাৰ্যালয়টোৰ নিৰ্মাণৰ লগতে পোহৰৰ ব্যৱস্থা কৰাৰ বাবে ইতিমধ্যে বনবিভাগক ধন আদায় দিয়াৰ পাছত গৃহনিৰ্মাণৰ কাম চলিছে য’দিও পোহৰৰ ব্যৱস্থা কৰা হোৱা নায়৷

প্ৰণিধানযোগ্য যে,এই কাৰ্যালয়টোত সৌৰশক্তি ৰ দ্বাৰা পোহৰৰ ব্যৱস্থা কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷সম্প্ৰতি ঢেকিয়াপতীয়া বাঘটোৰ উপস্থিতিত নিশা বনকাৰ্যালয়টোৰ পৰা বাহিৰলৈ ওলাবলৈকো শংকিত হৈছে বনকৰ্মী সকল৷

ইপিনে দুনিশা পূৰ্বে বাঘটো নৱনিৰ্মীত চাৰিশৰীয়া পথৰ ওপৰতে থকাত পথনিৰ্মাণৰে জড়িত বাহনো আৱদ্ধ হৈ পৰে৷ৰাজভৰালকে ধৰি ভোমোৰাগুৰিৰ কাষৰীয়া অঞ্চলত বিচৰণ কৰা বাঘটোৱে নিশা গোজৰণি মৰাৰ বিষয়ে প্ৰকাশ কৰি বনকৰ্মী সকলে কয় যে সহবাসৰ এই সময়ত অৰণ্যত আন বাঘৰ আক্ৰমণৰ পৰা সাৰিবলৈকে এইদৰে বাঘটো ভোমোৰাগুৰিলৈ অহাৰ সম্ভাৱনা আছে৷

উল্লেখযোগ্য যে কাজিৰঙাৰ লগতে কাষৰীয়া বুঢ়াচাপৰিতো বৰ্তমান ঢেকিয়াপতীয়া বাঘৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ পৰাও পূৰ্বে বাঘ আহি ভোমোৰাগুৰি আৰু কাষৰীয়া অঞ্চলত বিচৰণ কৰাৰ একাধিক নজিৰ আছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLeopardTEZPUR
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d