Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰকৃতি প্ৰদত্ত সৌন্দ্যৰ্যৰে ভৰপূৰ বিশ্বনাথৰ মৌজুলি : গঢ়ি উঠিব পাৰে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ ৰূপে

publisher by publisher
January 2, 2022
in Assam, News
Reading Time: 1 min read
0
প্ৰকৃতি প্ৰদত্ত সৌন্দ্যৰ্যৰে ভৰপূৰ বিশ্বনাথৰ মৌজুলি : গঢ়ি উঠিব পাৰে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ ৰূপে
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও ৰাজ্যৰ বহুসংখ্যক অঞ্চলত পৰ্যটনৰ আন্তগাথনি গঢ় লৈ উঠা নাই এইপৰ্যন্ত ৷ অবিভক্ত শোণিতপুৰৰ তথা বৰ্তমান বিশ্বনাথ জিলাতো এনে বিভিন্ন অঞ্চল আছে যি সমূহত চৰকাৰী সুদৃষ্টি পৰিলে তথা সুপৰিকল্পিত ভাবে সজাই তুলিলে ৰাজ্যখনৰ একোটা জাকত জিলিকা পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈ উঠিব৷

ADVERTISEMENT

এইক্ষেত্ৰত বিশ্বনাথৰ অসম অৰুনাচল সীমান্তৱৰ্তী বালিচাঙত নৈসৰ্গিক শোভা তথা নিৰ্মল জলপ্ৰবাহেৰে সকলোকে মোহাছন্ন কৰা এক অঞ্চল হৈছে মৌজুলি ৷ ইয়াত থকা প্ৰৱাহিত জলসিঞ্চন আচনিখনো পৰিকল্পিত ভাবে এক পৰ্যটন কেন্দ্ৰৰ ৰূপ দিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷

বৰ্তমান বহু লোককে আকৰ্ষণ কৰে এই আঁচনিখনৰ লগতে কাষৰীয়া পৰিৱেশে৷পাহাৰ আৰু সেউজীয়া মনোমোহা প্ৰাকৃতিক পৰিৱেশ এই স্হানৰ অন্যতম আকৰ্ষণ৷ বিভিন্ন স্থানৰ পৰা অহা আলোকচিত্ৰ শিল্পী সকলে এই প্ৰাকৃতিক সম্ভাৰৰ আলোকচিত্ৰ সংগ্ৰহ কৰাৰ উপৰি একাধিক অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰো দৃশ্যগ্ৰহণ হৈছে ইয়াত৷

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাহাৰৰ বিভিন্ন উৎসৰ পৰা নিগৰি বৈ অহা ক্ষুদ্ৰ জলধাৰাৰে সৃষ্ট থেবাং নৈখন এই অঞ্চলৰ লগতে প্ৰাকৃতিক পৰিৱেশক স্বৰ্গীয় মাত্ৰা প্ৰদান কৰা মূল উপাদান৷পাহাৰীয়া জুৰিৰ দৰে বৈ আহি ভৈয়ামত মৌজুলি নৈৰ নাম লৈ পৰৱৰ্তী সময়ত ঘিলাধাৰীৰ ৰূপত মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশালতাত বিলীন হৈ পৰিছে৷

চৌদিশে বিভিন্ন চিনাকী অচিনাকী গছ গছনি তথা ফুলৰে ভৰপুৰ প্ৰাকৃতিক পৰিৱেশত বিভিন্ন চৰাই চিৰিকটিৰ কাকলিয়ে সৃষ্টি কৰে মধুৰ পৰিৱেশ৷ইয়াতে থকা মৌজুলি জলসিঞ্চন আঁচনিৰ তথা জলপ্ৰবাহৰ সমীপতে আছে এক শিৱ মন্দিৰ৷

তদুপৰি ইয়াতে এটা পৰিদৰ্শন বঙলাও আছে৷প্ৰায় ১০-১২বিঘা ভূমি সামৰি আৰু বহু মাছ থকা দুটাকৈ জলাশয়ে অনন্য মাত্ৰা প্ৰদান কৰা অঞ্চলটোত পূৰ্বে এক বৃহৎ পুখুৰীও আছিল বুলি স্হানীয় লোকে প্ৰকাশ কৰিছে য’দিও বৰ্তমান এই পুখুৰীৰ কোনো অস্তিত্ব নাই৷সেউজীয়া আৰু বিশাল পৰিধিৰ চাহ বাগিচা তথা শীতকালত কুঁৱলী সনা পৰিৱেশে এক সজীৱ পৰিৱেশৰ সৃষ্টি কৰা মৌজুলিত পূৰ্বে নিৰ্মাণ হোৱা জলসিঞ্চন আচনিখন পৰৱৰ্তী সময়ত উন্নীতকৰনেৰে দুইখলপীয়াকৈ নিৰ্মান কৰা হয়৷

এই আঁচনিখনো বৰ্তমান বহুলোকৰ বাবে এক অন্যতম আকৰ্ষণ ৷ ইয়াৰ পৰা কিছু নিলগৰ মহজুলি পথাৰত নতুনকৈ গঢ় লৈ উঠিছে এক ব্যৱসায়ীক কেন্দ্ৰ৷ প্ৰতিবছৰে জানুৱাৰী মাহত লানি নিচিগাকৈ বনভোজকাৰী দলৰ আগমন ঘটে এই প্ৰাকৃতিক পৰিৱেশৰ অঞ্চললৈ৷

গ্ৰীষ্মকালতো শীতল বতাহে মণ প্ৰাণ জুৰাই যোৱা অঞ্চলটোত একাধিক মন্দিৰ আছে৷উল্লেখযোগ্য যে, জলসিঞ্চন আঁচনিখনৰ পৰিসৰৰ ভিতৰত পৰা বহু ভূমি পৰিত্যক্ত অৱস্থাত আছে ৷ জলসিঞ্চন আচনিখনৰে জড়িত বিভাগীয় কৰ্মচাৰী সকলৰ বাবে থকা বহুকেইটা গৃহত কোনো কৰ্মচাৰী নাথাকে৷

এই প্ৰকৃতিপ্ৰদত্ত অঞ্চলটোক পৰিকল্পিত ভাবে আৰু প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি সজাই তুলিলে এক অন্যতম পৰ্যটন থলি ৰূপে জনপ্ৰিয় হৈ উঠিব বুলি সৰ্বসাধাৰণে মত প্ৰকাশ কৰিছে৷এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো ৰাইজে আহ্বান জনাইছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamTEZPUR
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d