Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক

    পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

    Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সংবাদমেল

অঙ্গনবাড়ী কৰ্মীক ব্লেকলিষ্টেড কোম্পানীৰ মোবাইল ফোন দিয়াৰ গুৰুতৰ অভিযোগ

publisher by publisher
January 25, 2022
in Assam, News
Reading Time: 1 min read
0
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

চৰকাৰৰ সমাজ কল্যান বিভাগৰ পোষণ অভিযানত সংঘটিত হৈছে কোটি কোটি টকাৰ কেলেংকাৰী । অংগণবাড়ী কৰ্মীক মোবাইল ফোন বিতৰণৰ নামত সংঘটিত হৈছে ২১.৬৮ কোটি টকাৰ ব্যাপক কেলেংকাৰী । এই অভিযোগ সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ।

ADVERTISEMENT

আজি গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক সংবাদমেলত পৰিষদৰ নেতৃত্বই এই অভিযোগ উত্থাপন কৰে । পৰিষদৰ সভাপতি বিদ্যুৎ কলিতাই কয় ‘ কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযানৰ এখন বিশেষ আঁচনিৰ অধীনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ দিনত ৰাজ্যৰ প্ৰতিগৰাকী আগনবাড়ি কৰ্মীক প্ৰদান কৰিছিল এটাকৈ স্মাৰ্টফোন ।

কিন্তু স্মাৰ্টফোনৰ নামত ৰাজ্যৰ অংগণবাড়ী কৰ্মীসকলে লাভ কৰিছিল দেশত ব্লেকলিষ্টেড হোৱা অতি নিম্নমানৰ স্মাৰ্টফোন ।’ তেওঁ কয় ‘ অংগণবাড়ী কৰ্মীসকলক স্মাৰ্টফোন বিতৰণৰ বাবে ২০১৯-২০ বৰ্ষত নিবিদা আহ্বান কৰা হৈছিল । জিইএম/ ২০১৯/বি/১৭৩৪০৫ আৰু জিইএম/২০২০/বি/৫৩৬৭৫৬ নম্বৰৰ নিবিদা লাভ কৰিছিল গুৱাহাটীৰ ‘কম্পিউটাৰ ৱৰ্ল্ড চাৰ্ভিছেছ’ আৰু নতুন দিল্লীৰ ‘এনএফ ইনফ্ৰাটেক ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে’ ।

মোবাইল ফোনৰ নামত সৰ্বমুঠ ৬৭,৪১,০০০০০ টকা আৱন্তন দিছিল চৰকাৰে । নিবিদা অনুসৰি কম্পিউটাৰ ৱৰ্ল্ড চাৰ্ভিছেছ’ য়ে পাইছিল ১০,৭,৯১ টা মোবাইল ফোন ।যাৰ মূল্য ৭,৮৬,০৬০৬৮ টকা । অৰ্থাৎ এটা মোবাইল ফোনৰ বাবদ লাভ কৰিছিল ৭২৮৫ টকা । লগতে এই কোম্পানীয়ে সম পৰ্যায়ৰ মোবাইল পাৱাৰ বেংক বিতৰণৰ নামত লাভ কৰিছিল মুঠ ৭,৫৩,৮৫৯২ টকা ।

অৰ্থাৎ এটা পাৱাৰ বেংকৰ বিপৰীতে লাভ কৰিছিল ৭০০ টকা । কম্পিউটাৰ ৱৰ্ল্ড ছাৰ্ভিছে বিতৰণ কৰিছিল ‘লাভা কোম্পানীৰ’ LavaZ61 মোবাইল ফোন । যাৰ বজাৰ মূল্য ৪৯৯৯ টকা । ইয়াৰ অৰ্থ কম্পিউটাৰ ৱৰ্ল্ড ছাৰ্ভিছে এটা ফোনৰ বিপৰীতে বজাৰ মূল্যতকৈ ২২৮৬ টকা বেছিকৈ লাভ কৰিছিল । সেইফালৰ পৰা চালে ১০,৭৯১ টা ফোনৰ নামত ২,৪৬,৬৮২২৬ টকা অধিক সংগ্ৰহ কৰিছিল ।’

সভাপতি কলিতাই নিবিদা লাভ কৰা আনটো কোম্পানী সন্দৰ্ভত কয় ‘ এন ই ইনফ্ৰাটেক ছাৰ্ভিছে বিতৰণ কৰিছিল ‘পেনাচনিক এলুগা আই৭’ নামৰ মোবাইল ফোন । তেওঁলোকে মুঠ ৪৮,৬১৯ টা ফোনৰ অৰ্ডাৰ লাভ কৰিছিল । ইয়াৰ বাবদ সৰ্বমুঠ মূল্য লৈছিল ৪৩,৫২,৮৫,৯০৭ টকা । অৰ্থাৎ এটা ফোনৰ বাবদ ৮৯৫৩ টকাকৈ নিবিদা লাভ কৰিছিল ।

এই ফোনটোৰ বজাৰ মূল্য ৫০০০ টকা । অৰ্থাৎ এই কোম্পানীটোৱে চৰকাৰৰ ৰা ৩৯৫৩ কৈ সৰ্বমুঠ ১৯,২১,৯০,৯০৭ টকা লুণ্ঠন কৰিছে । সদৌ অসম একত্ৰিত যুৱ পৰিষদে লাভ কৰা আৰ টি আইত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে বুলি সভাপতি কলিতাই উল্লেখ কৰে ।

তেওঁ পুনৰ কয় ‘ এই বৃহৎ কেলেংকাৰীৰ সময়ত সমাজ কল্যান বিভাগ আৰু পোষণ অভিযানৰ দায়িত্বত আছিল সঞ্চালক হেমেন দাস । পৰিষদে হিতাধিকাৰীৰ পৰা পোৱা অভিযোগৰ ভিত্তিত এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলোঁ । অতিকৈ আশ্বৰ্যৰ বিষয় যে, নিবিদাত নথকা ইনটেক্স স্মাৰ্টফোনো লাভ কৰিছে অঙ্গনবাৰী কৰ্মীয়ে । ইতিমধ্যে পৰিষদৰ তৰফৰ পৰা ২৪ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত এটা গোচৰ ৰুজু কৰা হৈছে । আমি এই কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনালোঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Yuva ParishadAssamPress Meet
publisher

publisher

Related Posts

অপছন্দৰ বাতৰি প্ৰচাৰ কৰা সংবাদগোষ্ঠীক চৰকাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: পাঠক
Assam

September 14, 2026
পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়

September 14, 2026
শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে
Assam

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d