Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

    BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

    সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

    Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

    BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

    Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

নাকৰ শব্দ ওলাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ

publisher by publisher
January 30, 2022
in Lifestyle
Reading Time: 1 min read
0
নাকৰ শব্দ ওলাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

নিশা শােৱাৰ সময়ত প্ৰায়ভাগ লােকৰেই নাকৰ পৰা ঘৰ ঘৰ শব্দ হ’বলৈ ধৰে। আনকি এনে শব্দৰ বাবে বহুতেই নিশা ভালদৰে টোপনি যাব নােৱাৰে। বিশেষকৈ পতি-পত্নীৰ মাজত যদি কোনােবা এগৰাকীৰ এনে সমস্যা থাকে তেতিয়াহ’লে সংগীগৰাকীৰ এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব।বহুতে এয়া এক সাধাৰণ ঘটনা বুলি ভাবে যদিও বয়সৰ লগে লগে সমস্যাই জটিল ৰূপ ধাৰণ কৰে। সেই বাবে নাকৰ পৰা ওলােৱা শব্দ আঁতৰ কৰিবলৈ যিবােৰ বিষয়ত মন দিব লাগে সেয়া উল্লেখ কৰা হ’ল—

ADVERTISEMENT

★টোপনিৰ সময়ত যদি শ্বাস- প্রশ্বাস সঠিকভাৱে নহয় তেতিয়া ইয়াৰ প্ৰভাৱ শৰীৰৰ ওপৰত পৰাটো নিশ্চিত। বিভিন্ন ৰােগৰ বাবে নাকৰ পৰা শব্দ ওলায়। সেইবাবে ইয়াৰ পৰা হাত সাৰিবলৈ এজন বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত।

★টোপনি যােৱাৰ ভংগিমা যদি ত্রুটিপূর্ণ হয় তেতিয়াহ’লে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুতাে লােকে শােৱাৰ সময়ত যি ভংগিমা লয় তাৰ পৰা চাপ নাকৰ ওপৰতাে পৰে।সেইবাবে লাহে লাহে নাকৰ শব্দ হােৱাৰ লগতে শ্বাস-প্রশ্বাসৰ সমস্যাই দেখা দিয়ে।

★মেদবহুল লােকসকলে সদায় সতর্ক হ’ব লাগিব। কাৰণ এনে লােকৰ শৰীৰৰ অতিৰিক্ত ওজনৰ বাবে নাকৰ ওপৰত প্ৰভাৱ পৰে।

★শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে (ট্রোপনি ভাল নহ’লে’ও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
প্ৰতিগৰাকী লােকে সাতৰ পৰা ন ঘণ্টা পর্যন্ত টোপনি যাব লাগে যদিহে পর্যাপ্ত টোপনি নহয় তেতিয়াহ’লেও নাকৰ পৰা শব্দ হয়।

★মদ্যপানৰ বাবেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে। সেইবাবে মদ্যপান কৰা লােকসকলে চিকিৎসক পৰামর্শ গ্রহণ কৰা উচিত।

★মদ্যপানৰ সমানেই ক্ষতিকাৰক ধূমপান। বহুতে এই বিষয়ে জ্ঞাত নহয় বাবে নাকৰ পৰা শব্দ হােৱাৰ পাছতাে বিষয়টোত গুৰুত্ব প্রদান নকৰে।

★এনে ধৰণৰ সমস্যাৰ সৃষ্টি হলে বিষয়টো একেবাৰে অৱহেলা নকৰি চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত। যিমানেই পলম হ’ব সিমানেই সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ আশংকা থাকে।

★শিশুৰ যদি এনে হয় তেতিয়াহ’লে শীঘ্রেই চিকিৎসক ওচৰলৈ যাব লাগে। কাৰণ কেতিয়াবা নাকৰ হাড় আদি বেঁকা থাকিলেও এনে হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: causingHealthSnoring
publisher

publisher

Related Posts

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ
Lifestyle

ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

September 13, 2026
আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?
Lifestyle

আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

September 12, 2026
সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d