Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 পৌৰ নিৰ্বাচন : নগৰৰ দুখীয়াক চৰকাৰী ঘৰ প্ৰদানৰ পুনৰ আশ্বাস

publisher by publisher
February 26, 2022
in Assam, News
Reading Time: 1 min read
0
 পৌৰ নিৰ্বাচন : নগৰৰ দুখীয়াক চৰকাৰী ঘৰ প্ৰদানৰ পুনৰ আশ্বাস
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে নিজে তদাৰক কৰা কেন্দ্রীয় চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি— প্রধানমন্ত্রী আৱাস যােজনা (নগৰ)। ২০২২ৰ মাৰ্চৰ ভিতৰত দেশৰ নগৰ অঞ্চলৰ কোনাে লােক যাতে গৃহহীন হৈ থাকিব নালাগে সেই লক্ষ্যৰে বিগত ২০১৪ জুনত আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হৈছিল।

ADVERTISEMENT

সেই সময়সীমা স্পর্শ কৰিবলৈ মাজত এমাহহে আছে। অসমত এই আঁচনিখন অতি শামুকীয়া গতিত ৰূপায়ণ হােৱাই নহয়, চাৰিখন নগৰত আজিলৈকে এটা ঘৰাে সম্পূর্ণ নহ’ল। নগৰকেইখন হ’ল গােলকগঞ্জ, জাগীৰােড, বৈঠালাংছ আৰু লাংহিন। এই তথ্যৰে একপ্রকাৰ অভিলেখ গঢ়া অসমত মাত্র এটা ঘৰৰ নিৰ্মাণ সম্পূর্ণ হােৱা নগৰখন হ’ল ডুমডুমা।

বিগত ২০১৬ৰ পৰা কেন্দ্রীয় চৰকাৰে অসমক আঁচনিখনৰ অধীনত আবণ্টন দিছে ১,২৭,৮৪৫টা ঘৰ। অসমত এই ঘৰ নিৰ্মাণৰ দায়িত্বত থকা প্রধানমন্ত্রী আৱাস যােজনা (নগৰ)ৰ মিছন সঞ্চালকালয়ে যােৱা জানুৱাৰীলৈ ইয়াৰে মাত্র ২৮,৮১৩ টা ঘৰৰ নিৰ্মাণহে সম্পূর্ণ কৰিব পাৰিছে।

অর্থাৎ আবণ্টিত ঘৰৰ চাৰিভাগৰ এক অংশৰ নির্মাণে অসমে সম্পূর্ণ কৰিব পৰা নাই। ৰাজ্যৰ সমাগত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰতিটো দলেই পৌৰসভা অঞ্চলৰ গৃহহীন আৰু দুখীয়া তথা দৰিদ্র সীমাৰেখাৰ তলৰ নাগৰিকক চৰকাৰী ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্রতিশ্রুতি দিছে।

এনে প্রতিশ্রুতি বাৰম্বাৰ কৈ অহা হৈছে। সেইবােৰৰ বাস্তৱ স্বৰূপ শেহতীয়া উক্ত পৰিসংখ্যাতে জলজল পটপট হৈছে। গৃহ নির্মাণৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্রয়ােজনীয় পুঁজি অনাতাে ব্যর্থ হােৱাটো বিভাগীয় পৰিসংখ্যাত ওলাই পৰিছে।

চৰকাৰৰ তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রণালয়ে অসমক ২০১৬-১৭ত ১১,১৬১ টা গৃহৰ আবণ্টন দিছিল। তেনেদৰে ২০১৭-১৮ত ৪৪,৭৩৬ টা, ২০১৮-১৯ত ৩,৩৫৪টা, ২০১৯-২০ত ৪৮,৪৫৮টা আৰু ২০২০-২১ত ২০,১৩৭টা গৃহৰ আবণ্টন আঁচনিখনৰ অধীনত দিয়ে।

অসমৰ মিছন সঞ্চালকালয়ৰ তথ্য অনুসৰি আবণ্টিত ঘৰৰ সংখ্যাৰ বিপৰীতে ২০১৬-১৭ত ৬৬টাৰহে নির্মাণ সম্পূর্ণ হয়। ২০১৭০১৮ত সম্পূর্ণ হােৱা ঘৰৰ সংখ্যা হ’ল ৩৮১টা।

২০১৮-১৯ত সম্পূর্ণ হয় ১৩,৮৪৭চা, ২০১৯-২০ত সম্পূর্ণ হয় ৩,৯৫৩টা আৰু ২০২০-২১ৰ জানুৱাৰীলৈ নির্মাণ সম্পূর্ণ হয় ১০,৫৬৬ টা ঘৰৰ। এনে ব্যর্থতাৰ সন্দৰ্ভত অসম চৰকাৰ তথা মিছন সঞ্চালকালয়ৰ সূত্রই কেন্দ্রীয় চৰকাৰক জগৰীয়া কৰে।

কেন্দ্রই পুঁজি মােকলাই নিদিয়াৰ ফলতে অসমে বদনাম ল’বলগীয়া হৈছে বুলি সূত্ৰটোৱে মন্তব্য কৰে। একে সময়তে কিন্তু অসম চৰকাৰে মােকলাই দিয়া পুঁজি হিতাধিকাৰীক যােগান নধৰা সন্দৰ্ভত কিন্তু মিছন সঞ্চালকালয়ৰ লগতে অসম চৰকাৰাে নীৰৱ।

শেহতীয়াকৈ অসম চৰকাৰে হাতত জমা থকা সত্ত্বেও আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ধন কে’বামাহাে মােকলাই নিদিয়াক লৈ হিতাধিকাৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হয়।

ইয়াকে লৈ সৃষ্টি হােৱা তীব্র প্রতিক্রিয়াত একপ্রকাৰ বাধ্য হৈহে প্রাপ্য কিস্তি হিতাধিকাৰীক মােকলাই দিবলৈ বাধ্য হয়। প্রসংগক্রমে উল্লেখ্য যে ২০১৬-১৭ৰ পৰা কেন্দ্রীয় চৰকাৰে অসমক আঁচনিখনৰ বাবদ আবণ্টন দিয়া ধনৰ পৰিমাণ হ’ল ২,০৮৮.৬৭ কোটি টকা।

ইয়াৰে মােকলাই দিয়া পুঁজিৰ পৰিমাণ ৯৮২.৮৬ কোটি টকা। ২০১৬-১৭ত আবণ্টন দিয়া হৈছিল ১৬৭.৪১ কোটি টকা আৰু তাৰে মােকলাই দিয়া হয় ১৩.৮৬ কোটি টকা। ২০১৭-১৮ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৬৭২.১৭ কোটি টকা আৰু মােকলাই দিয়া হয় ৩২৬.৪৩ কোটি টকা।

২০১৮-১৯ত আৱণ্টন দিয়া হৈছিল ৫২.৫০ কোটি টকা আৰু মােকলাই দিয়া হৈছিল ১৫.০৮ কোটি টকা। ২০১৯-২০ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৮৭৯.৩৮ কোটি টকা আৰু মােকলাই দিছিল ৪৯.৪৫ কোটি টকা। তেনেদৰে ২০২০-২১ত আবণ্টিত ৩১৭.২০ কোটি টকাৰ বিপৰীতে মােকলাই দিয়া ধনৰ পৰিমাণ হ’ল ১৩২.৮৫ কোটি টকা।

আঁচনিখনৰ বাবে হিতাধিকাৰীক দিয়াৰ ধনৰ পৰিমাণ হ’ল দুই লাখ টকা। তিনিটা কিস্তিত এই ধন দিয়া হয়। প্রথম কিস্তিত ৮০ হেজাৰ টকা দিয়া হয়। সেই ধনেৰে ঘৰৰ ভেঁটিলৈ নির্মাণ সম্পূর্ণ কৰাৰ পাছত তাৰ প্ৰমাণ দাখিল কৰিলে দ্বিতীয় কিস্তিৰ ৯০ হেজাৰ টকা দিয়া হয়।

ঘৰৰ নির্মাণ সম্পূর্ণ হােৱাৰ পাছত ৰং দিয়া আৰু অন্যান্য ৰৈ যােৱা কামৰ বাবে তৃতীয় কিস্তিত ৩০ হেজাৰ টকা হিতাধিকাৰীয়ে লাভ কৰে। তথ্য অনুসৰি অসমৰ ৯০খন নগৰত প্রধানমন্ত্রী আৱাস যােজনা (নগৰ) আঁচনিখন ৰূপায়ণ হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assampradhan mantri awas yojana
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d