Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছত মুখ খুলিলে বিৰোধী মন্ত্ৰী দেবব্ৰত শ‌ইকীয়াই

publisher by publisher
April 25, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কংগ্ৰেছৰ বিকল্প বিজেপি । যিসকলে বিজেপি কৰে তেওঁলোকে বিজেপি কৰিব নিবিচাৰিলে কংগ্ৰেছ কৰিব লাগিব । আপ কৰি পেলাই কংগ্ৰেছৰ বিকল্প হ’ব নোৱাৰে । বৰঞ্চ ম‌ই যিটো জানো, ভাবো যে বিজেপি আৰু আপ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । ইণ্ডিয়া এগেইনষ্ট কৰাপছন নামৰ এটা আন্দোলন হৈছিল, সেই আন্দোলনৰ পৰৱৰ্তী সময়ত কংগ্ৰেছক শাসনৰ পৰা আঁতৰাই পেলোৱা হৈছিল দিল্লী আৰু বিভিন্ন ৰাজ্যত । আৰু সেই আন্দোলনত সক্ৰিয় ভূমিকা লোৱা যিসকল আছিল যেনে অন্না হজাৰে তেওঁ লোকপাল বিচাৰিছিল । আজি তেওঁৰ কোনো খবৰ নাই । কিৰণ বেদি আছিল । তেওঁ পৰৱৰ্তী সময়ত চৰকাৰী লেফটেনেন্ট গভৰ্নৰ হ’ল ।

ADVERTISEMENT

ঠিক তেনেকৈ সেইখিনি সময়ত অৰবিন্দ কেজৰিৱালেও এই ইণ্ডিয়া এগেইনষ্ট কৰাপছনত যুক্ত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হ’ল । সেয়ে এই গোটেইবিলাকে কংগ্ৰেছ বিৰোধী এটা শক্তিৰ অংশ । কোনোবাই তেওঁলোকৰ পোছাক আপ কৰিছে কোনোবাই বিজেপি কৰিছে । সেয়ে কংগ্ৰেছৰ বিকল্প আপ কেতিয়াও নহয় । কংগ্ৰেছৰ বিকল্প বৰ্তমান সময়ত কোনো নাই আৰু যদিহে ভাৰতৰ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰে কংগ্ৰেছ দলক সমৰ্থন কৰিব‌ই লাগিব । আপক সমৰ্থন কৰিলে সেয়া অপ্ৰত্যক্ষভাৱে বিজেপি দলকহে সমৰ্থন কৰা হ’ব ।

আমি ক’লে বিৰোধিয়ে ক’ব যে শাসকপক্ষক বিৰোধীয়ে সমালোচনা কৰে । ম‌ই ভাবো যে আমাৰ ৰাজ্যৰ জনগণ শিক্ষিত আৰু শিক্ষিত সমাজ, বিদ্যান সমাজ, জ্ঞানী সমাজ । সামাজিক ব্যক্তিসকলে এই কথাবিলাক কিছু গভীৰভাৱে অনুধাৱন কৰা উচিত । এনেকুৱা মন্তব্য সংবিধান ৰক্ষাৰ শপত লৈ বিধানসভাৰ সদস্য, মন্ত্ৰীসভাৰ সদস্য কোৱা সকলে কৰা উচিত নে অনুচিত এই কথাটো ৰাইজে চিন্তা কৰা উচিত । কাৰণ আমি শপত ল‌ওঁ‌ যে আমি যিখিনি কাম কৰিম নিৰপেক্ষভাৱে কৰিম । দেশ, জাতি, অঞ্চল কোনো বৈষম্য নকৰাকৈ নিজৰ দায়িত্ব পালন কৰিম ।

কিন্তু তাৰ পাছত যদি এনেকৈ কয় তেতিয়াহ’লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা সংবিধান উলংঘা কৰাৰ কথা হ’ব নোৱাৰে । হিংসাত্মক ঘটনা হ’ল । এইখিনি সময়ত তেওঁলোকে কি ভূমিকা লৈছিল সেই কথাটো লক্ষ্যণীয় । গতিকে কংগ্ৰেছৰ স্থানটো শূন্য আহিলেও কোনেও পূৰাব নোৱাৰে । কংগ্ৰেছেই বিজেপি দলৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে, যদিও আমি নিৰ্বাচনৰ সময়ত জয়লাভ কৰা নাই । তাৰ বাবে বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰা দৰকাৰ আৰু সংশোধনী কৰিব লাগিব । সংশোধনী নকৰালৈকে ৰাইজো কিছু চিন্তিত যে আমাৰ নেতাবোৰ কিয় ওলাই যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPBJPCongressDebabrata Saikia
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d