Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁও -শোণিতপুৰ জিলাৰ চহৰৰ হেজাৰ হেজাৰ বিঘা মাটিত গোমধানৰ খেতি

মৰুময় চৰক সেউজীয়া কৰি সপোন ঠন ধৰাইছে কৰ্মঠ কৃষকে

publisher by publisher
May 7, 2022
in Assam, News
Reading Time: 1 min read
0
নগাঁও -শোণিতপুৰ জিলাৰ চহৰৰ হেজাৰ হেজাৰ বিঘা মাটিত গোমধানৰ খেতি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

এফালে সশস্ত্ৰ মাতব্বৰ বাহিনীৰ ভয়-ভাবুকি,আনফালে প্ৰতি পদে পদে উচ্ছেদৰ ভয়।ইয়াৰ মাজতেই কঠোৰ শ্ৰমেৰে নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত একাংশ চৰৰ চুলমান আলী,জহিৰুল,জাকিৰ,হবিবুৰ,ইমান আলী,জামালুদ্দিন,ছফিকুল ইছলাম,মন্নাছ আলী প্ৰমুখ্যে শ শ কৰ্মঠ কৃষকে চৰৰ মৰুময় শুকাণ বালিকো সেউজ ৰূপ দিছে গোমধান খেতিৰ জৰিয়তে ।

ADVERTISEMENT

আৰম্ভ কৰিছে এক সেউজ বিপ্লৱৰ। স্মৰ্তব্য যে,পূৰ্বতে চৰৰ এই কৃষক সকলে গ্ৰীষ্ম কালত ব্যাপক হাৰত আহু ধানৰ খেতি কৰিছিল যদিও সেই খেতিত উৎপাদন কমিবলৈ ধৰাত শাক-পাচলিৰ লগতে গোমধানৰ খেতিকেই প্ৰধান খেতি হিচাপে কৰি আহিছে।

গোমধান খেতি অতি লাভজনক হিচাপে বিবেচিত হোৱা হেতুকে জিলা দুখনৰ অধিকাংশ চৰতেই বিগত কেইটামান বছৰৰ পৰা গোমধানৰ খেতি কৰাত অধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। গ্ৰীষ্মকালৰ উপৰিও শীত কালতো চৰৰ হেজাৰ হেজাৰ বিঘা মাটিত গোধানৰ এই খেতি কৰা হয়। বিশেষকৈ পুহ-মাঘ মাহত গুটি সিঁচা গোমধান সমূহ জেঠ-আহাৰ মাহত আৰু ভাদ-আহিন মাহত গুটি সিঁচা গোমধান সমূহ ফাগুন মাহত উঠোৱা হয়।মুঠতে এবাৰ বাৰিষাৰ আগত আৰু এবাৰ বাৰিষাৰ পাছত এই খেতি কৰা হয় চৰ সমূহত।

নগাওঁ জিলাৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰবিল,ম’হখুঁটি,লহৰী,বিশখুঁটি লাঠিয়ামাৰী,গাইটাপো,বিন্দ্ৰে,বিচ্ছে,কুট্টামাৰী,তিনিটিকীয়া, নতুন বিন্দ্ৰে,বৰৈশালী গেৰেটাপো,মুছলিম টাপো,বিশখুটি,ডুৱৰামাৰী,মাইছবালি,কালাটাপো,কাট্টিমাৰী,কমলসুঁতি, দুই নম্বৰ কান্ধুলিমাৰী চৰ,উধানতলা প্ৰমুখ্যে অগনন চৰৰ হেজাৰ হেজাৰ বিঘা মাটিত এইবাৰো শ শ কৃষকে গোমধানৰ খেতি কৰিছে।

অলেখ প্ৰতিবন্ধকতাকো নেওচি চৰৰ কৃষক সকলে গাইপতি ছয়-সাত বিঘাৰ পৰা এশ বিঘা মাটি পৰ্যন্ত গোমধানৰ খেতি কৰিছে। যিহেতু গ্ৰীষ্মকালত চৰত আহুধান,মৰাপাটৰ বাদে আন একো খেতি কৰিব পৰা নাযায় আৰু সেই দুবিধ খেতিত বেছি লাভ নহয় সেয়েহে চৰৰ কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত গোমধানৰ খেতি কৰিবলৈ লয়।

লগতে গোমধানৰ খেতি কৰি তেওঁ লোক যথেষ্ট লাভৱান হোৱা বুলিও তিনিটিকীয়া চৰৰ আছাদুল্লা,জহিৰুল,জাকিৰ হুছেইন,হবিবুৰ ৰহমান,ইমান আলী ,মাইছবালি চৰৰ জামালুদ্দিন,ছফিকুল ইছলাম আৰু দুই নম্বৰ কান্ধুলিমাৰী চৰৰ মন্নাছ আলীয়ে জানিবলৈ দিয়ে।

চৰৰ কৃষক সকলে জনোৱা মতে, তেওঁলোকৰ খেতিৰ গোমধান সমূহ পুৰঠ হৈ ৰঙচুৱা বৰণ লোৱাৰ সময়তে প্ৰতি জোপা গোমধানৰ আগ কাটি দিয়া হয়।বহুতেই পুৰঠ গোমধানৰ বাকলি বোৰো আধা এৰুৱাই দিয়ে যাতে গছতে গোমধানবোৰ শুকাই যায়। গোমধান বোৰ গছতে আধা শুকুৱাৰ পাছত কৃষক সকলে সেইবোৰ উঠাই আনি মৰণামৰা ক্ৰেচাৰ মেচিনত দি গুটি বোৰ ওলিয়াই বস্তাত ভৰাই সেইবোৰ বিক্ৰীৰ বাবে সাজু কৰে।

নগাওঁ আৰু শোণিতপুৰ জিলাৰ চৰ সমূহত প্ৰতি বিঘা মাটিত ২০মোন পৰ্যন্ত গোমধান ওলায় বুলি কৃষক সকলে জানিবলৈ দিয়ে। উল্লেখ্য যে,ধিং চহৰৰ পাৰ্শ্বৱৰ্তী সমবায় অফিচ চাৰিআলীত গোমধান বিক্ৰীৰ এক বৃহৎ পাইকাৰী বজাৰ গঢ়ি উঠিছে।এই বজাৰলৈকে ১০-১৫কিলোমিটাৰ নিলগৰ চৰৰ কৃষকে বিভিন্ন বাহনৰ সহায়ত গোমধান সমূহ কঢ়িয়াই আনি বিক্ৰী কৰে।

এনে গোমধানৰ বজাৰ খনত পাইকাৰী দাম প্ৰতি কুইন্টলত ১২-১৩শ টকাৰ পৰা ১৪শটকা পৰ্যন্ত বুলি জানিব পৰা গৈছে।গোমধান খেতি কৰিয়েই এতিয়া নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ কৃষক সকলে একোটা ঋতুত অতি কমেও ২৬হেজাৰ টকাৰ পৰা চাৰি-পাঁচ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

যাতায়ত, বিদ্যুৎ, জলসিঞ্চন আদিৰ লগতে বজাৰৰ কোনো ব্যৱস্থা নথকা চৰৰ ৰাইজে হেজাৰ প্ৰতিবন্ধকতাকো উপেক্ষা কৰি কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰ বলত এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।চৰৰ শুকাণ বালিত নিজেই জলসিঞ্চনৰ ব্যৱস্থা কৰি বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানদণ্ডৰ গোমধান খেতি কৰি টনকিয়াল কৰিছে জিলা দুখনৰ কৃষি অৰ্থনীতি।

লগতে নিজেও আৰ্থিক ভাৱে স্বচ্ছল হোৱা পৰিলক্ষিত হৈছে।চৰৰ শুকাণ বালিতো যে বুটলিব জানিলে ধন পৰি আছে সেই কথা প্ৰতীয়মান কৰিছে নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ কৰ্মঠ কৃষক সকলে। এইবাৰ এই চৰ সমূহৰ গোমধানৰ খেতিয়ক সকলৰ সপোনত কিছু আউল লগাইছে কিছুদিন পূৰ্বে অহা এজাক প্ৰচণ্ড শিল বৰষুণে।

কিয়নো সেই শিল বৰষুণত গোমধান খেতি সমূহৰ বিস্তৰ ক্ষতি সাধন হয়।সেয়েহে পূৰ্বৰ তুলনাত এইবাৰ গোমধানৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ শ শ কৃষকে হেজাৰ হেজাৰ বিঘা মাটিত গোমধানৰ খেতি কৰি দূৰ দিগন্ত ব্যাপী পথাৰ শ্যামলী কৰিছে যদিও তেওঁ লোকক উৎসাহিত কৰিবলৈ আগবাঢ়ি যোৱা নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaonSonitpur
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d