Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Congress : বেআইনী অর্থ লেনদেনৰ অভিযোগ, ছোনিয়া আৰু ৰাহুল গান্ধীক জাননী প্ৰেৰণ কৰিলে ইডি-য়ে

publisher by publisher
June 1, 2022
in India, News, Politics
Reading Time: 1 min read
0
Congress : বেআইনী অর্থ লেনদেনৰ অভিযোগ, ছোনিয়া আৰু ৰাহুল গান্ধীক জাননী প্ৰেৰণ কৰিলে ইডি-য়ে
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

বেআইনীভাৱে অর্থ লেনদেনৰ লগত জড়িত থকাৰ অভিযোগত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুলক জাননী জাৰি প্ৰেৰণ কৰিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) । কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ তৰফৰ পৰা বুধবাৰে এই কথা জনোৱা হৈছে ।

ADVERTISEMENT

ইডি-ৰ তৰফৰ পৰা জনোলা হৈছে, নেছনেল হেৰাল্ড গোচৰত সোধপোচৰ বাবে ৰাহুলক দুই জুন আৰু ছোনিয়াক আঠ জুনত ইডি-ৰ দপ্তৰত উপস্থিত হ’বৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে । অধিবক্তা তথা কংগ্রেছ নেতা অভিষেক মনু সিংঘভিয়ে বুধবাৰে ইডি-ৰ জাননী প্ৰসংগত কয়, ‘‘এইটো বেআইনী অর্থ লেনদেনৰ গোচৰৰ এক অদ্ভুত জাননী, যাৰ লগত কোনো আর্থিক লেনদেন জড়িত নাই । এইটো সম্পূৰ্ণ প্রতিহিংসাৰ ৰাজনীতি । আমি ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিম ।’’

জৱাহৰলাল নেহেৰুৰ দ্বাৰা প্রতিষ্ঠিত নেছনেল হেৰাল্ড সংবাদপত্রক লৈ মনমোহন সিঙৰ শাসকসকলতেই দুর্নীতিৰ অভিযোগ তুলিছিল বিজেপিয়ে । ২০১৪ত নৰেন্দ্র মোদী চৰকাৰ ক্ষমতাত অহাৰ পাছত বিষয়টোক লৈ নতুনকৈ চিন্তা-চৰ্চা আৰম্ভ হয় । যাৰ মূল হয়তো বিজেপি নেতা সুব্রহ্মণ্যম স্বামী আছিল । তেওঁৰ অভিযোগ, ‘এছ’চিয়েটেড জার্নেলেছ লিমিটেড’ নামে যি সংস্থাৰ হাতত সংবাদপত্রখনৰ মালিকানা আছিল, তেওঁলোকৰ বজাৰত ৯০ কোটি টকাৰ ঋণ আছিল । যাৰ অধিকাংশ‌ই কংগ্রেছৰ পৰা লোৱা ।

২০০৮ত সংবাদপত্রখনৰ প্রকাশনা বন্ধ হৈ যায় । সেই সময়তেই সংস্থাটো অধিগ্রহণ কৰে ছোনিয়া, ৰাহুল আৰু শীর্ষস্থানীয় কংগ্রেএ নেতাৰ ‘ইয়ং ইণ্ডিয়ান প্রাইভেট লিমিটেড’ সংস্থাই । যাৰ পাছত নেছনেল হেৰাল্ডৰ কে’বা হেজাৰ কোটি টকাৰ সম্পত্তি ইয়ং ইণ্ডিয়ানৰ দখলত আহে । ৯০ কোটি টকা ঋণৰ বোজাৰো চাপ আছে তেওঁলোকৰ ওপৰত ।

ইয়াৰ কিছুদিন পাছত ‘ঋণৰ ধন উদ্ধাৰ কৰা সম্ভৱ নহয়’ বুলি কাৰণ দৰ্শাই কংগ্রেছৰ তৰফৰ পৰা ঋণৰ টকা মাফ কৰি দিয়া হয় । তাতেই আপত্তি স্বামীৰ । তেওঁৰ যুক্তি, কংগ্রেছ ৰাজনৈতিক দল । তেওঁলোকে কোনো কৰ দিব নালাগে । কোনো বাণিজ্যক সংস্থাক ঋণ দিয়াও তেওঁলোকৰ ক্ষেত্ৰাধিকাৰৰ বাহিৰত । সংবাদপত্রটোৰ সম্পত্তি বিক্রী কৰি কিয় কংগ্রেছ নেতৃত্ব‌ই ঋণৰ টকা পৰিশোধ নকৰে প্রশ্ন উত্থাপন কৰি আদালতত অভিযোগ কৰে, আয়কৰমুক্ত সম্পূৰ্ণ টকা নিজৰ পকেটত ভৰাইছে ছোনিয়া, ৰাহুলসহ কংগ্রেছ নেতৃত্ব‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressEDRahul GandhiSonia Gandhi
publisher

publisher

Related Posts

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d