Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিদেশমুখী অসমৰ নেমু

শালবাৰীৰ গাতিৰ নেমু খেতিয়কৰ মনলৈ নতুন উছাহ

publisher by publisher
July 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
বিদেশমুখী অসমৰ নেমু
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

Dhekiajuli:ঢেকিয়াজুলিৰ শলমাৰী গাঁৱৰ আয়ুব খান নামৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক জন ১২ দিন ধৰি নিখোঁজ

Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

নেমুটেঙা উৎপাদনৰ ক্ষেত্ৰত বাগসা জিলাৰ শালবাৰী মহকুমাৰ গাতি অঞ্চলৰ এটা সুকীয়া পৰিচয় আছে ৷ দীৰ্ঘবছৰে বৃহত্তৰ গাতি অঞ্চলৰ অধিকাংশ পৰিয়ালেই কম-বেছি পৰিমাণে নেমু উৎপাদনেৰেই স্বাৱলম্বী হৈ আহিছে ৷ শেহতীয়াকৈ গাতিত উৎপাদিত নেমু বিদেশলৈ ৰপ্তানি কৰা ব্যৱস্থাৰ আৰম্ভণি হোৱা খবৰে স্বাভাৱিকতে নতুন আশাৰ সঞ্চাৰ কৰিছে গাতিৰ নেমু খেতিয়কসকলৰ মনত ৷

ADVERTISEMENT

উল্লেখযোগ্য যে নীলাচল এগ্ৰ’ কোম্পানীৰ উদ্যোগত আজি বাগসা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰথম ‘কনছাইনমেণ্ট’ত ছয়শ কিলোগ্ৰাম নেমু লণ্ডনলৈ প্ৰেৰণ কৰা হয় ৷ এই কাৰ্যৰ আৰম্ভ কৰে বাগসা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গে ৷ আনহাতে জানিব পৰা মতে, নীলাচল এগ্ৰ’ কোম্পানীৰ লগত ইতিমধ্যে বৃহত্তৰ গাতি অঞ্চলৰ সাতশ নেমু খেতিয়ক পঞ্জীভুক্ত হৈছে আৰু প্ৰায় ১৫০০ খেতিয়ক লাহে লাহে কোম্পানীটোক সহযোগৰ বাবে আগবাঢ়ি আহি আছে ৷

ইফালে, আজি গাতি অঞ্চলত এই প্ৰতিবেদক উপস্থিত হৈ নেমু খেতিয়কসকলৰ স’তে পতা কথা-বতৰাত তেওঁলোকে জনায় যে, গাতিৰ নেমু লণ্ডনলৈ ৰপ্তানিৰ এই খবৰে তেওঁলোকক স্বাভাৱিকতে উৎফুল্লিত কৰিছে ৷ যদি নেমুৰ এই ৰপ্তানি প্ৰক্ৰিয়া অব্যাহত থাকে তেতিয়া অঞ্চলটোৰ ন ন লোক নেমু খেতিৰ বাবে আগবাঢ়ি আহিব, পৰিত্যক্ত হৈ থকা মাটিত নেমু খেতিৰে স্বাৱলম্বিতাৰ বাবে লোকসকল দুগুণে উৎসাহিত হৈ পৰিব বুলি প্ৰকাশ কৰে গাতিৰ নেমু খেতিয়কে ৷

WhatsApp Image 2022 07 18 at 8.20.05 PM

উল্লেখযোগ্য যে বাৰিষাৰ এই সময়ছোৱাত নেমুৰ উৎপাদন যথেষ্ট হয়, কিন্তু গাতিৰ নেমুখেতিয়কসকলে এইখিনি সময়ত আজিলৈ সন্তোষজনক বজাৰ মূল্য লাভ কৰা নাই ৷ সম্প্ৰতি প্ৰতি পোণত মাত্ৰ ৩০-৪০ টকা দৰত তেওঁলোকে বিক্ৰী কৰি আছে উৎপাদিত নেমু ৷ যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্টৰে উৎপাদন কৰা নেমুখেতি এডৰাৰ পৰা নিজৰ শ্ৰমখিনিৰ মূল্যও পাবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ কৰে বহুকেইগৰাকী নেমু খেতিয়কে ৷ অৱশ্যে ভাদ-আহিনত বজাৰমূল্য কিছু বৃদ্ধি পায় বুলিও জনায় তেওঁলোকে ৷

স্মৰ্তব্য যে বিগত নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাতিত উপস্থিত হওঁতে মঞ্চতে গাতিৰ নেমুৰ ৰস নিজহাতে কাটি খাই গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নেমুৰ বজাৰীকৰণত ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰিছিল ৷ সেই কথা ৰোমন্থন কৰি আজি গাতিৰ নেমু খেতিয়কে নেমুৰ ৰপ্তানিৰ এই ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ জ্ঞাপন কৰে আৰু এই ক্ষেত্ৰত অনাগত দিনতো তেওঁৰ সহযোগিতা কামনা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LemonSalbari
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d