Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM invitation boycott six community : ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান নেতৃবৰ্গৰ

অসম চৰকাৰ সৈতে নহ'ব ,হ'ব দিল্লীৰ স'তে

publisher by publisher
September 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
CM invitation boycott six community  : ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান নেতৃবৰ্গৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় কেবিনেটে তিনিখন ৰাজ্যৰ ১৫ জনগোষ্ঠীক জনজাতিকৰণত অনুমোদন জনোৱাৰ পিছতে অসমৰ ছয় জনগোষ্ঠীয় যৌথ সমিতি ক্ষোভিত হৈ পৰে৷অসমৰ ছটা জনগোষ্ঠীক পুনৰ বঞ্চিত কৰাক লৈ যৌথ কমিটিয়ে বৃহস্পতিবাৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষনাৰ পিছতে থৰকাছুটি হেৰায় ৰাজ্য চৰকাৰৰ৷ইতিমধ্যে জনগোষ্ঠীয় নেতৃবৰ্গক মন্ত্ৰী পৰ্যায়ত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও নেতৃবৰ্গই একেমুখে প্ৰত্যাখ্যান কৰে ৷

ADVERTISEMENT

ছয় গোষ্ঠীয় নেতৃবৰ্গই এই স্থিতিক গুৰুত্বসহকাৰে লৈ যেনেতেনে সৈমান কৰাবলৈ আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখে ৷ আনকি মুখ্যমন্ত্ৰী গৰাকী দিল্লীৰ পৰা গুৱাহাটীলৈ উভতে ৷ উল্লেখ্য যোৱাকালি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে ৷ কিন্তু আজি মাজনিশা মুখ্যমন্ত্ৰীৰে হ’ব লগা বৈঠক বৰ্জন ঘোষণা কৰে ছয় জনগোষ্ঠীয় যৌথ সমিতিৰ হৈ আটছাৰ সভাপতি ধীৰাজ গোৱালা আৰু আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই-এ ৷

আনহাতে, বৃহস্পতিবাবে ছয় জনগোষ্ঠী যৌথ সমিতিয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ প্ৰশাসনে দিছপুৰ সচিবালয় আৰু বিধায়ক আবাসৰ সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ আজি পুৱাৰে পৰা দিছপুৰ ৰাজধানী চৌহদত আৰক্ষী,অসম বেটেলিয়ন আৰু চিআৰ পি এফ মোতায়েন কৰা পৰিলক্ষিত হয় ৷ এফালে ছয় জনগোষ্ঠীৰ দিছপুৰ ঘেৰাওৰ হুংকাৰ৷আনফালে চৰকাৰী পক্ষৰ আন্দোলনকাৰীক সৈমানেৰে বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত বদ্ধপৰিকৰ ৷

উল্লেখ্য যে ছয় জনগোষ্ঠী যৌথ সমিতিৰ স্পষ্ট মত এতিয়াৰ পৰা আলোচনা অসম চৰকাৰৰ সৈতে নহয় ৷ হ’ব দিল্লীৰ স’তে ৷ দিল্লীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণত অনুমোদন জনাবই লাগিব বুলি হুংকাৰ দিয়ে নেতৃবৰ্গই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM invitation boycott six communityHimanta Biswa Sarma
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d