Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিজেপিয়ে পাঁচ ৰাজ্যৰ নিৰ্বাচনত খৰচ কৰিলে ৩৪৪ কোটি টকা

২০১৭ৰ নিৰ্বাচনতকৈ ৫৮ শতাংশ অধিক খৰচ

publisher by publisher
September 22, 2022
in India, News, Politics
Reading Time: 1 min read
0
বিজেপিয়ে পাঁচ ৰাজ্যৰ নিৰ্বাচনত খৰচ কৰিলে ৩৪৪ কোটি টকা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দেশৰ ৰাজনৈতিক দল সমূহৰ ভিতৰত অধিক ধনৱান বিজেপিয়ে এই বছৰ অনুষ্ঠিত হৈ যোৱা উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত নিৰ্বাচনৰ বাবে দলীয়ভাৱে ব্যয় কৰে প্ৰায় ৩৪৪.২৭ কোটি টকাৰ অধিক ৷ যিটো পাঁচ বছৰ পূৰ্বে দলটোৱে এই ৰাজ্যসমূহত নিৰ্বাচনী ব্যয় কৰিছিল ২১৮.২৬ কোটি টকা ৷ পূৰ্বৰ তুলনাত এইবাৰৰ খৰচ ৫৮ শতাংশ অধিক ৷ দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পায় ৷ নিৰ্বাচন আয়োগৰ হাতত পৰা দল সমূহৰ নিৰ্বাচনী ব্যয় অনুসৰি কংগ্ৰেছে এই পাঁচখন ৰাজ্যত ইয়াৰ নিৰ্বাচনী ব্যয় বৃদ্ধি কৰি ২০২২ত ১৯৪.৮০ কোটি টকা ৷আনহাতে ২০১৭ চনত ব্যয় কৰা ১০৮.১৪ কোটি টকাৰ তুলনাত ৮০ শতাংশতকৈ অধিক।

ADVERTISEMENT

বিজেপিয়ে পাঁচখন ৰাজ্যৰ নিৰ্বাচনত সৰ্বাধিক পৰিমাণৰ ২২১.৩২ কোটি ব্যয় কৰে উত্তৰ প্ৰদেশত ৷ য’ত দলটোৱে সংখ্যাগৰিষ্ঠতা পূৰ্বতৈ হ্ৰাস পাই ক্ষমতালৈ ঘূৰি আহিছিল ৷ ২০২২ৰ নিৰ্বাচনৰ সময়ত উত্তৰ প্ৰদেশত ইয়াৰ নিৰ্বাচনী ব্যয় ২০১৭ চনৰ ১৭৫.১০ কোটি টকাৰ সংখ্যাতকৈ ২৬ শতাংশতকৈ অধিক আছিল ।

অৱশ্যে ২০২২ত বিজেপিয়ে পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত ৩৬.৭০ কোটি টকা ব্যয় কৰিছিল৷ইয়াৰ বিপৰীতে ২০১৭ ত চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ব্যয়ৰ প্ৰায় পাঁচগুণ । কিন্তু দলটোৱে মাত্ৰ দুখন আসন জিকিবলৈ সক্ষম হয় ।

আনহাতে গোৱাত দলটোৱে এই বছৰৰ নিৰ্বাচনত ১৯.০৭ কোটি টকা ব্যয় কৰিছিল ৷ ২০১৭ চনৰ ইয়াৰ ব্যয়তকৈ চাৰিগুণ অধিক। একেদৰঃ মণিপুৰ আৰু উত্তৰাখণ্ডৰ ২০২২ চনৰ বিধানসভা নিৰ্বাচনত দলটোৰ নিৰ্বাচনী ব্যয় আছিল ২৩.৫২ কোটি টকা (২০১৭ চনত ৭.৮৬ কোটি টকা) আৰু ৪৩.৬৭ কোটি টকা (২০১৭ চনত ২৩.৪৮ কোটি টকা)।

উল্লেখ্য যে পাঁচখন ৰাজ্যত বিজেপিয়ে মুঠ নিৰ্বাচনী ব্যয়ৰ ভিতৰত আছিল ষ্টাৰ কেম্পেনাৰ ভ্ৰমণ, ৰাজহুৱা সভা, শোভাযাত্ৰা আৰু প্ৰচাৰাভিযান । দলটোৱে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰ্চুৱেল প্ৰচাৰত পখৰচ কৰিছিল ১২ কোটি টকা ।

মনকৰিবলগীয়া যে বিজেপিয়ে ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, মণিপুৰ আৰু গোৱাত ইয়াৰ ৰাজ্যিক গোটসমূহে ২০২২ৰ ৮ জানুৱাৰীত বিধানসভা নিৰ্বাচনৰ দিনাংক ঘোষণাৰ পৰা ২২ মাৰ্চৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ ৬৩ দিনৰ ভিতৰত দলটোৱে বিভিন্ন ব্যৱসায়ী মহল,শুভাকাংক্ষী আৰু গুণমুগ্ধৰ পৰা দান হিচাপে লাভ কৰিছিল ৯১৪ কোটি টকা ৷ একেদৰে কংগ্ৰেছ দলে পাইছিল ২৪০.১০ কোটি টকা৷ মুঠ প্ৰাপ্তিৰ প্ৰতিবেদন দাখিল কৰিছে নিৰ্বাচন আয়োগক । কংগ্ৰেছে “ছ’চিয়েল মিডিয়া প্লেটফৰ্ম/এপ আৰু অন্যান্য উপায়েৰে ভাৰ্চুৱেল প্ৰচাৰ”ত ব্যয় কৰে ১৫.৬৭ কোটি টকা ব্যয় । দলটোৱেএই সকলো তথ্যৰ প্ৰতিবেদন দাখিল কৰিছে নিৰ্বাচন আয়োগক ৷

স্মতৰ্ৱ্য যে নিৰ্বাচন আয়োগে নিৰ্দেশনা অনুসৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৰাজনৈতিক দলবোৰে নিৰ্বাচন ঘোষণাৰ তাৰিখৰ পৰা নিৰ্বাচন সম্পূৰ্ণ হোৱালৈকে নগদ ধন, চেক বা খচৰা প্ৰস্তুত কৰি ৰখাটো বাঞ্ছনীয় দলবোৰে বিধানসভা নিৰ্বাচনৰ ৭৫ দিন আৰু লোকসভা নিৰ্বাচনৰ ৯০ দিনৰ ভিতৰত তেওঁলোকৰ নিৰ্বাচনী ব্যয়ৰ প্ৰতিবেদন আয়োগৰ ওচৰত দাখিল কৰাটো বাধ্যতামূলক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPCongressElection
publisher

publisher

Related Posts

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d