Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 FLOOD SITUATION IN ASSAM THREE DIST : উজনি-উত্তৰ অসমত আবতৰীয়া বানৰ সংহাৰী ৰূপ

৪৬ খন গাওঁ জলমগ্ন,৩৪,০০০ লোক ক্ষতিগ্ৰস্ত

publisher by publisher
October 12, 2022
in Assam, Flood
Reading Time: 1 min read
0
 FLOOD SITUATION IN ASSAM THREE DIST : উজনি-উত্তৰ অসমত আবতৰীয়া বানৰ সংহাৰী ৰূপ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

 FLOOD SITUATION IN ASSAM THREE DIST : যোৱা তিনিদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ তিনি জিলাৰ নদ-নদী উফন্দি উঠি বানপানী সৃষ্টি কৰে ৷ বাঢ়নী পানীৰেধেমাজী,লখিমপুৰ আৰু ডিব্ৰুগড়ৰ তিনিখন জিলাৰ ৪৬ খন গাওঁ জলমগ্ন হৈ পৰিছে। একেদৰে ৮,৩৭৮ জন শিশুসহ প্ৰায় ৩৪,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে । যোৱা কেইদিনমানত অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কিছু অংশত নেৰানেপেৰা বৰষুণৰ ফলত বহুতো নদীৰ পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে ।

ADVERTISEMENT

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ যোৰহাটৰ নিয়ামতীঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে উত্তৰ অসমৰ ধেমাজি জিলাত ১৫,০৮৪ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে লখিমপুৰত ১৪,৮৯৫ জন আৰু ডিব্ৰুগড় জিলাত ৩,৮৫৭ জন প্ৰভাৱিত হৈছে । এএছডিএমএৰ তথ্য অনুসৰি ধেমাজি জিলাৰ ২২ খন, লখিমপুৰ জিলাৰ ২৩ খন গাওঁ আৰু ডিব্ৰুগড় জিলাৰ এখন গাওঁ বৰ্তমান বানৰ কবলত।

লক্ষণীয়ভাৱে বানপানীৰ ফলত তিনি জিলাত ১,৩০০ হেক্টৰ শস্যভূমি জলমগ্ন । ধেমাজি জিলা প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত ছয়টা সাহায্য শিৱিৰ স্থাপন কৰি বানাক্ৰান্ত সকলক আশ্ৰয় দিয়ে । উল্লেখ্য যে ধেমাজি আৰু লখিমপুৰ জিলাত বানপানীৰ ফলত প্ৰায় ১১,০০০ পশুধন প্ৰভাৱিত হৈছে ।

মঙলবাৰে বানপানীৰ ফলত লখিমপুৰ জিলাৰ নওবৈচাৰ এটা পথ আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ দুটা পথ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় । আজিও পুৱাৰে পৰা দি থকা মুষলধাৰ বৰষুণে পৰিস্থিতি অতি জটিল কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা প্ৰশাসন ৷ অৱশ্যে পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে এছডিআৰএফ আৰু এন ডি আৰ এফ সাজু কৰি ৰাখিছে সংশ্লিষ্ট জিলা প্ৰশাসন সমূহে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDhemajiDIBRUGARHFLOOD SITUATIONLAKHIMPUR
publisher

publisher

Related Posts

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d