Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Titabor Road in Deplorble Condition : এজাক বৰষুণতে তিতাবৰ চহৰৰ পথৰ ঠায়ে ঠায়ে জমা হয় পানী

পথচাৰীৰ ব্যাপক সমস্যা ,খলা-বমা পথে বৃদ্ধি কৰিছে যান-জঁট,দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাত অতিষ্ঠ তিতাবৰীয়া ৰাইজ

publisher by publisher
October 27, 2022
in Assam, India, News
Reading Time: 1 min read
0
Titabor Road in Deplorble Condition : এজাক বৰষুণতে তিতাবৰ চহৰৰ পথৰ ঠায়ে ঠায়ে জমা হয় পানী
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

Titabor Road in Deplorble Condition :

 এসময়ৰ গৌৰৱোজ্জ্বল তিতাবৰ চহৰৰ বৰ্তমান ছবিখন কেনে সেয়া বৰ্ণনা কৰি অন্ত নপৰে । দুই তিনিটা চপিং মল, কেইখনমান বৃহৎ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ হ’লেই সামগ্ৰিকভাৱে তিতাবৰ চহৰৰ উন্নয়ণ হৈছে বুলি ক’ব নোৱাৰি ।

ADVERTISEMENT

মেৰামতি নোহোৱা বাট-পথ, খোৱাপানীৰ অভাৱ আদি মৌলিক সমস্যাবোৰৰ যেতিয়ালৈকে অন্ত নপৰে তেতিয়ালৈকে তিতাবৰৰ উন্নয়ণ হোৱা বুলি কেতিয়াবা ধৰিব নোৱাৰি বুলি আজি তিতাবৰৰ একাংশ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ।

তিতাবৰ চহৰৰ গড় আলি সংযোগী চাৰিআলিৰ পৰা বৰহোলা ৰোডৰ তিনিআলিলৈ অতি ব্যস্ত পথচোৱাৰ ঠায়ে ঠায়ে ইমানেই খলা-বমা হৈ পৰিছে যে সাধাৰণ পথচাৰী সকল অতি যান-জঁটৰ মাজেৰে গাড়ী এখন লৈ যাতায়ত কৰিবলৈ এতিয়া চিন্তিত হৈ পৰে।

ইফালে পথৰ ছাইড বাম সমূহ নিৰ্মাণ কৰা বেছিদিন হোৱা নাছিল যদিও ক্ৰমাৎ ভাগিবলৈ আৰম্ভ কৰিছে । পথৰ ভগ্নপ্ৰায় অংশত এতিয়া এজাক বৰষুণ দিলেই পানীৰে উপচি পৰি জনসাধাৰণক যাতায়তত সমস্যাত পেলাইছে ।

তিতাবৰ-বৰহোলা ৰোডৰ তিনিআলিটোৰ এটা কোনত, তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সন্মুখত, ন-আলি তিনিআলিৰ ৰিলায়েন্স ট্ৰেণ্ড চপিং ম’লৰ সন্মুখত পানী জমা হৈ বৰ্তমান ৰাইজক সমস্যাত পেলোৱাৰ অভিযোগ উঠিছে । চহৰখনৰ মাজমজিয়াত পথটোৰ ওখোৰা-মোখোৰা অৱস্থাৰ বাবে এতিয়া যান-জঁটৰ সমস্যাও বৃদ্ধি পাইছে।

উল্লেখ্য যে যোৰহাটৰ পৰা তিতাবৰ হৈ বৰহোলা, নগাবাট, বেকাজানলৈ অহা লোকসকল, নাগালেণ্ডৰ মোককচাং, মৰিয়নীৰ পৰা গোলাঘাট, ডিমাপুৰ আদিলৈ যোৱা যান-বাহনসমূহ দৈনিক তিতাবৰৰ মাজেৰেই পাৰ হয়। যাৰ বাবে তিতাবৰ চহৰত যান-বাহনৰ চলাচল যথেষ্ট বৃদ্ধি হয় ।

কিন্তু তিতাবৰ চহৰৰ মাজমজিয়াৰ পথটোৱেই যদি বছৰ ধৰি বিধ্বস্ত হৈ থাকে তেনেহলে উন্নয়ণৰ আঁচনিৰে তিতাবৰীয়া ৰাইজক কিমান স্পৰ্শ কৰিছে সেয়া সহজেই অনুমেয় ।

বিধায়ক-সাংসদৰ মৌনতা, চৰকাৰৰ গুৰুত্বহীনতাৰ কথা কৈ আজি যেন অতিষ্ঠ হৈ পৰিছে তিতাবৰৰ ৰাইজ । ৰাইজৰ জ্বলন্ত সমস্যা সমূহৰ ক্ষেত্ৰত দল-সংগঠন সমূহৰ নীৰৱতাইয়ো অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

ৰাইজৰ জ্বলন্ত সমস্যা দূৰ কৰিব নোৱাৰা বিজেপি চৰকাৰ, সাংসদ, স্থানীয় বিধায়কৰ ভূমিকাক আজি তিতাবৰৰ একাংশ ভুক্তভোগী ৰাইজে গৰিহণা দি সংবাদ মাধ্যমৰ আগত কয় যে আমাৰ জনপ্ৰতিনিধি সকলে কি কৰিছে নাজানো ।

অন্ততঃ তিতাবৰৰ চহৰৰ মাজমজিয়াৰ পথসমূহ ঠিক হ’ব লাগে। তিতাবৰ চহৰৰ পথটোৰ এই অৱস্থাৰ বাবে এতিয়া লাজ পাও । তিতাবৰৰ প্ৰধান সমস্যাবোৰ ক’বলৈ গলে বহুত ওলাব । চৰকাৰে, জনপ্ৰতিনিধিসকলে ৰাইজৰ দুদৰ্শা বুজি এইবোৰ অলপ গুৰুত্ব দিব লাগে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

উল্লেখ্য যে তিতাবৰ চহৰৰ সমস্যাৰাজী সমাধানৰ ক্ষেত্ৰত পৌৰসভাকো সঠিকভাৱে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCMODamage RoadJORHATPWDTitabor
publisher

publisher

Related Posts

নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’
India

September 4, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

September 4, 2026
ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ
News

ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

September 4, 2026
ISROয়ে গঢ়িলে আন এক অভিলেখ
India

ISROয়ে গঢ়িলে আন এক অভিলেখ

September 4, 2026
মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী
Assam

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

September 4, 2026
মহানগৰীৰ বোন্দাজানত নিশা অঘটন
Assam

মহানগৰীৰ বোন্দাজানত নিশা অঘটন

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d