Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Alcohol : চুলাই সলনি বিদেশী সুৰা গ্ৰহণ কৰক : আৱকাৰী মন্ত্ৰী শুক্লবৈদ্য

publisher by publisher
November 2, 2022
in Assam, News
Reading Time: 1 min read
0
Alcohol : চুলাই সলনি বিদেশী সুৰা গ্ৰহণ কৰক : আৱকাৰী মন্ত্ৰী শুক্লবৈদ্য
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Alcohol :

সুৰাৰ জৰিয়তে চৰকাৰে এইবাৰ অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে ৷ ৰাজ্যৰ সকলো বাৰৰ অনুজ্ঞাপত্ৰ সুৰাৰ বিপনীলৈ পৰিৱৰ্তিত হ’ব ৷ ইতিমধ্যে চৰকাৰে বিশখন সুৰা বিপনীৰ বাবে বিজ্ঞাপন দিয়াৰ পিছত ১০ খনক অনুজ্ঞাপত্ৰ দিছে৷ বিগত বৰ্ষত সকলো চৰকাৰী বিভাগৰ ভিতৰত শীৰ্ষ ৰাজহ আদায় দিয়া বিভাগ ৰূপে চিহ্নিত হোৱা বিভাগটোৱে এইবাৰো বিত্তীয় বৰ্ষৰ অধিক ৰাজহ আদায়ৰ লক্ষ্য স্থিৰ কৰিছে ৷

ADVERTISEMENT

এই মন্তব্য ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ৷ আজি এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে,  বিগত ২০১৬ ত আমি চৰকাৰ গঠন কৰাৰ পিছত কোনো এখন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হোৱা নাছিলো ৷ আনহাতে আমি শেহতীয়াকৈ প্ৰত্যক্ষ কৰিছো যে যিবোৰ ঠাইত সুৰাৰ বিপনী নাই ৷তেনে অঞ্চলত মানুহে চলাই বা অৰুণাচলৰ সুৰা গ্ৰহণ কৰে ৷

এই সুৰা গ্ৰহণ কৰাৰ ফলত সুৰাপায়ী অসুস্থ হোৱাৰ বিপৰীতে চৰকাৰৰ লোকচান হৈছে ৰাজহ ৷ অৱশ্যে চৰকাৰৰ উদ্দেশ্য ৰাজহ সংগ্ৰহ নহয়৷অবৈধভাৱে গঢ়ি উঠা সুৰা বিপনী আৰু অৰুণাচলী সুৰা প্ৰচলন বন্ধ কৰিবৰ বাবে আমাৰ চৰকাৰে নতুন সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

কিন্ত এইক্ষেত্ৰত সংশ্লিষ্ট অঞ্চল জৰিপ কৰিহে দিয়া হ’ব সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ ৷ মন্ত্ৰী শুক্লবৈদ্যই আৰু কয় যে, ৰাইজে চুলাই সলনি ভাল সুৰাপান কৰিবলৈ আহ্বান জনাইছো ৷ এইটোও থিক যে আমি সুৰাপান কৰিবলৈ উদ্গনি দিয়া নাই ৷বৰং সুৰাৰ অবৈধ কাৰবাৰটো বন্ধ কৰাৰ প্ৰয়াস কৰা হৈছে ৷

উল্লেখ কৰিব পাৰি যে আমাৰ থলুৱা জনগোষ্ঠীয় পানীয়ৰ যাতে এক ভাল ব্যৱসায় হয়৷তাৰ বাবেও চৰকাৰে এখন সুকীয়া আইন অনাৰ চিন্তা কৰা হৈছে ৷ চৰকাৰৰ সুৰাৰ মূল্য বৃদ্ধি কৰাৰ কোনো অভিপ্ৰায় নাই৷ ৰাজহ বৃদ্ধি কৰাত বেছি গুৰুত্ব দিয়া হৈছে ৷ আগন্তুক বৰ্ষত আবকাৰী বিভাগে ৰাজহ সংগ্ৰহত শীৰ্ষস্থান অধিকাৰ কৰিব বুলি তেওঁ আশা কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: alcoholAssamParimal Suklabaidya
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d