Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

IndianSeafood Banned : ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিলে কাটাৰ বিশ্বকাপে :

samimsultana by samimsultana
November 23, 2022
in International
Reading Time: 2 mins read
0
IndianSeafood Banned : ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিলে কাটাৰ বিশ্বকাপে :
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে

Bangladesh:সন্ত্ৰাসবাদক পানীৰ দৰে গণ্য কৰিব নকৰিব !

Donald Tramp:সুসম্পর্ক থাকিল বুলিয়ে ভাৰতে শুল্কৰ পৰা ৰেহাই নাপায়: ট্রাম্প

IndianSeafood Banned :

ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাত নিষেধাজ্ঞা জাৰি কৰিলে কাটাৰ বিশ্বকাপে :

ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰাৰ কথা আছিল কাটাৰ বিশ্বকাপৰ । বিশ্বকাপৰ পূৰ্বে ভাৰতেও আশা কৰিছিল , কাটাৰে ভাৰতৰ পৰা সামুদ্ৰিক খাদ্য আমদানি কৰিলে ভাৰতৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাব ।

ADVERTISEMENT

কিন্তু ভাৰতৰ সেই আশাত চেঁচা পানী ঢালিলে কাটাৰ বিশ্বকাপে । সম্প্ৰতি ভাৰতৰ পৰা আমদানি কৰা কিছু সামুদ্ৰিক মাছত ক্ষতিকাৰক মাইক্ৰবেক্টেৰিয়া পোৱাত সাময়িকভাৱে ভাৰতৰ সামুদ্ৰিক মাছত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্বকাপ আয়োজক দেশখনে ।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰৰ পৰা আৰম্ভ হোৱা বিশ্বকাপৰ খেল আৰম্ভ হোৱাৰ পূৰ্বে বিদেশৰ পৰা অহা সকলো খাদ্য-সামগ্ৰীৰ পৰীক্ষা কৰা হৈছিল । সেইসময়তে ভাৰতৰ পৰা আমদানি কৰা সামুদ্ৰিক মাছৰ গুণগত মান নিম্নগামী হোৱাত নিষিদ্ধ ঘোষণা কৰে কাটাৰ চৰকাৰে ।

এইক্ষেত্ৰত ভাৰতৰ চিফুড এক্সপাৰ্ট এচোছিয়েশ্যনে জানিব দিয়ে যে, বিশ্বকাপৰ পিছত এই নিষেধাজ্ঞা কাটাৰ চৰকাৰে উঠাই ল’ব । সম্প্ৰতি বিশ্বকাপৰ বাবেই এই সিদ্ধান্ত ল’বলগীয়া হৈছে ।

ইফালে অন্য এক খবৰৰ ভিত্তিত , কাটাৰৰ ‘ মেৰিন প্ৰডাক্ট এক্সপাৰ্ট ডেভেলপমেন্ট অথৰিটি’ য়ে ইতিমধ্যে ভাৰতীয় ব্যৱসায়ীক সংস্থা সমূহলৈ শ্ব’কজ জাৰি কৰিছে ।

ইফালে বিগত বৰ্ষত ভাৰতে ২৫ মিলিয়ন ডলাৰ মূল্যৰ ৪০০০ টন চিফুড ৰপ্তানি কৰিছিল কাটাৰলৈ । বিশেষকৈ কাটাৰত ভাৰতৰ চিফুড খুবেই জনপ্ৰিয় । সেইয়ে বিশ্বকাপতো ইয়াৰ ৰপ্তানি বৃদ্ধি পাব বুলি আশা কৰিছিল যদিও কাটাৰ চৰকাৰে হঠাৎ এই নিষেধাজ্ঞা জাৰি কৰাত ভাৰতীয় বজাৰত যে এক বেয়া প্ৰভাৱ পৰিব সেইটো খাটাং ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indian govtIndian SeafoodQatar World Cup
samimsultana

samimsultana

Related Posts

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

September 10, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে
International

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ
International

আমেৰিকাত মেহেন্দী লগাই ১০ ঘণ্টাত এক লাখ টকা উপার্জন ভাৰতীয় ছফ্টৱেৰ অভিযন্তা যুৱতীৰ

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d