Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পোলেণ্ডে ‘শান্তিৰক্ষা অভিযান’ত ইউক্ৰেইনত নাটো বাহিনী বিচাৰিছে

publisher by publisher
March 16, 2022
in International, News
Reading Time: 1 min read
0
পোলেণ্ডে ‘শান্তিৰক্ষা অভিযান’ত ইউক্ৰেইনত নাটো বাহিনী বিচাৰিছে
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

পুতিনৰ স’তে আমেৰিকাৰ দূত–কুশনাৰৰ বৈঠক!

ইউক্রেনত পুনৰ ৰাছিয়াৰ আক্ৰমণ!

ৰুছ তেল ক্ৰয়ত কঠোৰ আমেৰিকা! ৫০০ শতাংশ শুল্কৰ বিলত অনুমোদন ট্ৰাম্পৰ

মঙলবাৰে পোলেণ্ডে ইউক্ৰেইনক সহায় কৰিবৰ বাবে ‘সশস্ত্ৰ বাহিনী দ্বাৰা সুৰক্ষিত’ নাটো‌ শান্তি মিছনৰ আহ্বান জনাইছে ।

ADVERTISEMENT

“এইটো এটা নিৰস্ত্ৰ অভিযান হ’ব নোৱাৰে”, ভাইচ প্ৰিমিয়াৰ জাৰ’শ্ল কাকজিনস্কিয়ে কিয়েভত ভ্ৰমণৰ সময়ত প’লিশ বাৰ্তা সংস্থা পিএপি-ক উদ্ধৃত কৰি কয় ।

তেওঁ লগতে কয়,”ই অৱশ্যে ইউক্ৰেইনক মানৱীয় আৰু শান্তিপূৰ্ণ সহায়তা প্ৰদানৰ চেষ্টা কৰিব ।”

কাকজিনস্কি, প’লিশ, চেক আৰু শ্লোভানিয়ান প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কি আৰু প্ৰধানমন্ত্ৰী ডেনিছ শমিগালৰ স’তে বৈঠকত মিলিত হয় । ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনৰ পাছত প্ৰথমবাৰৰ বাবে বৈদেশিক নেতাসকলে কিয়েভত ভ্ৰমণ কৰিছে ।

কাকজিনস্কিয়ে কয়, “ম‌ই ভাবো নাটোৰ পৰা আমাক এটা শান্তিৰক্ষা অভিযানৰ প্ৰয়োজন নতুবা সম্ভৱতঃ এটা বৃহত্তৰ আন্তৰ্জাতিক পৰিকাঠামোৰ পৰা, এনে এটা অভিযান যি নিজকে ৰক্ষা কৰিবলৈ সক্ষম আৰু ইউক্ৰেইনীয় ভূখণ্ডত কাৰ্যক্ষম হ’ব, যি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ চুক্তিত এই দেশত থাকিব আৰু ই প্ৰতিৰক্ষাহীন অভিযান নহ’ব ।”

পোলেণ্ডৰ শাসক ৰক্ষণশীল দলৰ নেতা আৰু চৰকাৰী নীতিৰ প্ৰধান কৌশলবিদ হিচাপে বিবেচিত কাকজিনস্কিয়ে পুনৰ কয়, “ই শান্তি প্ৰতিষ্ঠাৰ বাবে, মানৱীয় সহায়তা প্ৰদানৰ চেষ্টা কৰিব, কিন্তু একে সময়তে যথাযথ বাহিনী, সশস্ত্ৰ বাহিনীৰ দ্বাৰা সুৰক্ষিত হ’ব ।”

প’লিশ প্ৰধানমন্ত্ৰী মাতেউছ ম’ৰাউইকিয়ে ‘অতি শীঘ্ৰে ইউক্ৰেইন প্ৰাৰ্থীৰ মৰ্যাদা দিবলৈ’ আহ্বান জনাইছে আৰু কয়, “আমি প্ৰতিৰক্ষামূলক অস্ত্ৰ সংগঠিত কৰাৰ চেষ্টা কৰিম ।”

চৰকাৰী ৱেবছাইটত প’ষ্ট কৰা এটা বিবৃতিত কোৱা হৈছে, তিনি প্ৰধানমন্ত্ৰী আৰু কাকজিনস্কি “ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতাৰ বাবে সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ দ্ব্যৰ্থহীন সমৰ্থন নিশ্চিত কৰিবলৈ আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰ আৰু সমাজক সমৰ্থন কৰিবৰ বাবে এটা বিস্তৃত পেকেজ উপস্থাপন কৰিবলৈ কিয়েভত গৈছিল ।”

তেওঁলোকৰ আগমনৰ পাছত, ইউক্ৰেইনৰ উপ-প্ৰধানমন্ত্ৰী শমিগালে “ইউক্ৰেইনৰ প্ৰকৃত বন্ধুৰ সাহস”ৰ প্ৰশংসা কৰে ।

ৰাছিয়ান বাহিনীয়ে ইউক্রেইনৰ ৰাজধানী ঘেৰাও কৰাৰ চেষ্টা কৰাৰ সময়ত ইউৰোপীয় নেতাসকলে কিয়েভ ভ্ৰমণ কৰিছিল, যিসমূহ সান্ধ্য আইনৰ অধীনস্থ আৰু তেওঁলোকে কিছু প্ৰতিবেশী অঞ্চলত আঘাত কৰিছে ।

যদিও তিনিওগৰাকী চৰকাৰ প্ৰধান ইউৰোপীয় পৰিষদৰ সদস্য আৰু সেয়ে ইয়াৰ প্ৰতিনিধি, ব্ৰাছেলছৰ এটা ইউৰোপীয় সূত্ৰ মতে, পৰিষদৰ তৰফৰ পৰা তেওঁলোকৰ কোনো অফিচিয়েল আদেশ নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jaroslaw KaczynskiNATOPolandUkraineVolodymyr Zelensky
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d