Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

COVID-19 : কৰ’নাৰ উপৰূপক প্ৰতিৰোধ কৰিবলৈ কিমান কার্যকৰ ভাৰতীয় টিকা !

কি কয় বিজ্ঞানীসকলে ?

publisher by publisher
December 29, 2022
in COVID-19, India, News
Reading Time: 2 mins read
0
COVID-19 : কৰ’নাৰ উপৰূপক প্ৰতিৰোধ কৰিবলৈ কিমান কার্যকৰ ভাৰতীয় টিকা !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াত বৃদ্ধি পাইছে হৃদৰোগত মৃত্যুৰ সংখ্যা ! তদন্তৰ নির্দেশ কর্নাটকৰ মুখ্যমন্ত্রীৰ

COVID-19 :

বিশ্বজুৰি পুনৰ গা কৰি উঠিছে কৰ’না । উদ্বেগ বঢ়াইছে কৰ’নাৰ অ’মিক্রন ৰূপৰ উপৰপ বিএফ.৭-এ । এই উদ্বেগৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে, এই নতুন প্ৰকাৰৰ ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা টিকা কিমান কাৰ্যক্ষম ?

ADVERTISEMENT

চীনকে ধৰি কে’বাখনো দেশত বিএফ৭ উপৰূপৰ বাবেই হঠাৎ ক’ভিড বৃদ্ধি পাইছে বুলি মত বিজ্ঞানীসকলৰ । চীনৰ উপৰি আমেৰিকা, ব্ৰিটেইন, বেলজিয়াম, জাৰ্মানী, ফ্ৰান্স আৰু ডেনমাৰ্কত বিএফ-৭ৰ সন্ধান পোৱা গৈছে ।

যদিও চীনত দৈনিক কিমানজন লোক আক্ৰান্ত হয় তাৰ কোনো আনুষ্ঠানিক তথ্য নাই, ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি সেই দেশত প্ৰতিদিনে কমেও এক লাখ লোক আক্ৰান্ত হোৱাৰ লগতে পাঁচ হেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ শংকা কৰা হৈছে ।

এনে পৰিস্থিতিত ভাৰততো কৰ’নাৰ নতুন উপৰূপক লৈ উদ্বেগ সৃষ্টি হৈছে । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, নতুন প্ৰজাতিৰ টিকাৰ কাৰ্যকৰিতা মূল্যায়নৰ বাবে চৰকাৰে কিছু নমুনা অধ্যয়ন কৰি আছে ।

চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, বৰ্তমান উপলব্ধ টিকাসমূহ নতুন উপৰূপৰ সংক্ৰমণ বা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কাৰ্যকৰী হয় নে নহয়, সেই বিষয়ে বিজ্ঞানীসকলে গৱেষণা আৰম্ভ কৰিছে ।

ভাৰতত জুলাইৰ পৰা কমেও চাৰিজন লোক বিএফ৭ উপৰূপত সংক্ৰমিত হৈছে । অৱশ্যে আটাইকেইজন আক্ৰান্ত লোক সুস্থ হৈ উঠিছে ।

গতিকে ভাৰতীয় ভেকচিনসমূহ নতুন উপৰূপক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি আশা কৰা হৈছে । পৰিসংখ্যা অনুসৰি অধিকাংশ ভাৰতীয়কে ‘ক’ভিশ্বিল্ড’ বা ‘ক’ভেক্সিন’ৰ টিকাকৰণ কৰা হৈছে ।

প্ৰসংগত, দেশত কে’বাদিনো ধৰি প্ৰতিদিনে দুশতকৈও কম লোক কৰ’নাত আক্ৰান্ত হৈ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid Vaccinecovid19
publisher

publisher

Related Posts

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ
Assam

Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

September 25, 2026
২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d