Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAp PreesMeet In Guwahati :দিল্লীত সুৰা কেলেংকাৰীত হোৱা নাই এটকাৰো লেনদেন: আপ

publisher by publisher
May 8, 2023
in Assam, India, News
Reading Time: 2 mins read
0
AAp PreesMeet In Guwahati :দিল্লীত সুৰা কেলেংকাৰীত হোৱা নাই এটকাৰো লেনদেন: আপ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

AAp PreesMeet In Guwahati :

সুৰা কেলেংকাৰীত আম আদমী পার্টিয়ে ১০০ কোটি টকাৰ উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে।সোমবাৰে আপৰ অসম ৰাজ্যিক কমিটিয়ে মহানগৰীৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি সংবাদমেল সম্বোধন কৰি আপৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে উল্লেখ কৰে যে চি বি আই আৰু ইডি- এ আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ হাতত ৭০ কোটি টকাৰ উৎকোচৰ কোনো প্রমাণ নাই আৰু বাকী ৩০ কোটি টকা জনৈক ৰাজেশ যোশী’ নামৰ এজন ব্যক্তিয়ে আনি দিল্লীত আম আদমী পাৰ্টিৰ সদস্যক দিছিল।

ADVERTISEMENT

ছয় মে’ত দিয়া আদেশত আদালতে উল্লেখ কৰিছে যে ৰাজেশ যোশীয়ে কোনো ধৰণৰ ধন অনাৰ প্রমাণ নাই। গতিকে আদালতে পোনপটীয়াকৈ উল্লেখ কৰি কৈছে যে চি বি আই আৰু ইডি -এ য়ে দিয়া অভিযোগৰ বিষয়ত কোনোধৰণৰ উৎকোচৰ লেনদেন হোৱা নাছিল।

চি বিআই – ইডি ৰ দ্বিতীয়টো অভিযোগ যে গোৱাৰ নিৰ্বাচনত ১০০ কোটি উৎকোচৰ ধন আম আদমি পার্টীয়ে ব্যয় কৰিছিল। বিগত আঠ মাহত চিবিআই আৰু ইডিয়ে গোৱাত থকা আমাৰ সকলো বিক্ৰেতাক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে৷ চি বি আই আৰু ইডিৰ মতে সমগ্ৰ গোৱা নিৰ্বাচনত আপে নগদ ১৯ লাখ টকা, আৰু বাকী সকলো ধন চেক যোগে খৰচ কৰিছিল।

পৃথিৱীত এনে কোনো সৎ দল হ’ব পাৰেনে যিয়ে মাত্ৰ এখন ৰাজ্যৰ নিৰ্বাচনত নগদ ১৯ লাখ টকাহে খৰচ কৰে? গতিকে এতিয়া চিবিআই আৰু ইডিয়েও প্ৰমাণিত কৰিছে যে আম আদমি পাৰ্টী দেশৰ আটাইতকৈ সৎ দল।

ডা° ভবেন চৌধুৰীয়ে জোৰ দি কয় যে সমগ্ৰ গোচৰটো ভুৱা তথ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইডি- এ আদালতত ১৪টা ফোন ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মনীষ চিছদিয়াৰ বিৰুদ্ধে। পিছত তদন্তত দেখা গ’ল যে সকলো ফোনৰ হিচাপ আছিল আৰু ইয়াৰে পাঁচটা চিবিআই আৰু ইডিৰ হাতত ইতিমধ্যেই জমা দিয়া হৈছে।

ইডিয়েও নিজৰ চাৰ্জ শ্বীটত সঞ্জয় সিঙৰ নাম অন্তৰ্ভুক্ত কৰিছিল। যেতিয়া সঞ্জয় সিঙে ইডি বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ যোজা চলালে, তেতিয়া ইডিয়ে আদালতত মানি লৈছিল যে সঞ্জয় সিঙৰ নাম “ভুলতে” অভিযোগনামাত অন্তর্ভুক্ত কৰা হৈছে।

ইডিৰ দৰে এজেন্সীয়ে ভুলতে কাৰোবাৰ নাম চার্জ শ্বীটত অন্তৰ্ভুক্ত কৰিব পাৰেনে? যদি এনে ভুল হৈছিল তেন্তে বিজেপি নেতাৰ নাম কিয় অন্তর্ভুক্ত নহ’ল? ওপৰৰ পৰা হেঁচাত ফান্দত পেলাবলৈ সঞ্জয় সিংৰ নাম যে মিছাকৈ অন্তৰ্ভুক্ত কৰা হৈছিল সেয়া স্পষ্ট। এনে তদন্তক বিশ্বাস কৰিব পাৰিনে?

সুৰা কেলেংকাৰী নাম দি সাক্ষীক ভয় খুৱাই শাৰীৰিকভাৱে আক্ৰমণ কৰি, ভুৱা স্বীকাৰোক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিছিল বিজেপিয়ে। কমেও পাঁচজন লোকে আদালতত নিজৰ বক্তব্য প্রত্যাহাৰ কৰিবলৈ আবেদন দাখিল কৰি কয় যে তেওঁলোকক নির্যাতন চলোৱা হৈছিল আৰু বক্তব্য দিবলৈ বাধ্য কৰা হৈছিল। এজন ব্যক্তিক ইমান বেয়াকৈ প্ৰহাৰ কৰা হৈছিল যে তেওঁৰ কাণৰ পৰ্দা ফাটি গৈছিল। ইডিৰ বিষয়াৰ বিৰুদ্ধেও তেওঁ উচ্চ ন্যায়ালয়ত এজাহাৰ দাখিল কৰিছে।

আপ অসমৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে সংবাদমেলত আৰু কয় যে, “আচলতে দিল্লীত “সুৰা কেলেংকাৰী” বুলি কোনো ঘটনাই হোৱা নাই। এই সমগ্ৰ কাহিনীটো বিজেপি ৰ নিৰ্দেশনাত লিখা হৈছিল। আজি দেশৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালক এজন সৎ নেতা হিচাপে দেখিছে। কেজৰিৱালৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ গোটেই সুৰা কেলেংকাৰীৰ কাহিনী মোদীয়ে ব্যৱহাৰ কৰিছিল ৷

সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা কমল মেধিও উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap PressmeetAssam State Committee
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d