Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

    গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

    Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

    Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

    Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

    Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা

নিশা ন বজাত লোমহর্ষক কাণ্ড, পুত্ৰ বোৱাৰী সহ স্বত্বাধিকাৰীকে ধৰি ছজনক ৩২ পিষ্টলৰে নির্বিচাৰে গুলীয়ালে ঘাতক ঘনকান্ত গগৈয়ে, গুলীবৃদ্ধ অধিবক্তাও, ঘাতক ঘনকান্ত গগৈক বশিষ্ঠত নিশাই গ্ৰেপ্তাৰ:আৰক্ষী আয়ুক্ত

publisher by publisher
October 27, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Guwahati Encounter:মহানগৰীৰ উলুবাৰীৰ ‘হোটেল বিলাস ইন’ত পাঁচজনক গুলীয়াই হত্যা
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

Guwahati Encounter:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক::এক শিহৰণকাৰী হত্যাকাণ্ডই সোমবাৰে গুৱাহাটী মহানগৰীক কঁপাই যায়। মহানগৰীৰ সদা ব্যস্ত জিএছ ৰোডৰ বৰা ছাৰ্ভিচত অৱস্থিত ‘হোটেল বিলাস ইন’ত সংঘটিত এই ঘটনাত এজন লোকে পুৰুষ-মহিলাসহ ছজনৰ ওপৰৰ্ত নির্বিচাৰে গুলিবর্ষণ কৰে।
মাজনিশালৈকে আৰক্ষীয়ে নিশ্চিত কৰা তথ্য অনুসৰি ঘটনাত দুগৰাকী মহিলাসহ পাঁচজন গুলিবিদ্ধৰ থিতাতে মৃত্যু হয়। ষষ্ঠজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত জীৱন মৃত্যুৰে যুঁজি আছে। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই কয় যে নিশা ন বজাত সংঘটিত এই ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈ নামৰ লোকজনক ইতিমধ্যে বশিষ্ঠত গ্ৰেপ্তাৰ কৰা হৈছে। লগতে গগৈয়ে যিটো পইন্ট ৩২ পিষ্টলৰে নির্বিচাৰে গুলিবর্ষণ কৰিছিল সেই মাৰণাস্ত্ৰটো জব্দ কৰা হৈছে।
উল্লেখ্য যে নিহতসকলৰ তিনিজনেই হ’ল একেটা পৰিয়ালৰ। তেওঁলোক হ’ল হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱষী কাশ্যপ আৰু দেৱষীৰ পত্নী ৰিণিকি ভৰালী। ইয়াৰ লগতে হেলেনা ভৰালীৰ গাড়ীচালক সত্যেন্দ্ৰ পাঠক আৰু হোটেলৰ কৰ্মচাৰী নাৰায়ণ দাসৰো মৃত্যু হয়।
উল্লেখ্য যে বৰপেটাৰ এটা অতি আঢ্যৱন্ত পৰিয়ালৰ এই হোটেলখন লীজত দিয়া হৈছিল। আৰক্ষী আয়ুক্ত মহন্তই জনোৱা মতে, ধৃত ঘনকান্ত গগৈয়ে হোটেলখন লীজত লৈছিল। হোটেলৰ মালিক পক্ষ আৰু লেছী পক্ষৰ মাজত দীর্ঘদিনৰ পৰা বিবাদ চলি আছিল। সেই বিবাদৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়।
সূত্রত প্রকাশ যে লীজত লোৱাৰ পাছতো লেছীয়ে হোটেলৰ মালিক পক্ষক কমেও সাত মাহ ধৰি প্ৰাপ্য ধন আদায় দিয়া নাছিল। ইয়াকে লৈ দুয়োপক্ষৰ মাজত বিবাদ তুংগত উঠিছিল। সোমবাৰে এই গোটেই বিষয়টোৰ হেস্তনেস্ত কৰিবলৈ মালিক পক্ষই লেছী পক্ষৰ লগত এক আলোচনাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ বাবে পুৱা বৰপেটাৰ পৰা গুৱাহাটীলৈ আহে হেলেনা ভৰালীৰ জ্যেষ্ঠ ভ্রাতৃ ভূদেৱ ভৰালী। দুপৰীয়া বৰপেটাৰ পৰা হেলেনা ভৰালী আহে। হেলেনা ভৰালীৰ বাহনখনৰ চালক আছিল সত্যেন্দ্ৰ পাঠক।
পৰিয়ালৰ সূত্ৰই সদৰী কৰা অনুসৰি হেলেনা ভৰালীৰ পৰিয়াল গুৱাহাটীৰ বাসিন্দা। সোমবাৰে প্ৰস্তাৱিত আলোচনাৰ বাবে তেওঁ বৰপেটাৰ পিতৃৰ ঘৰলৈ গৈছিল। নিশা আলোচনাৰ পূৰ্বে পৰিয়ালৰ চাৰিও হোটেলৰ প্ৰথম মহলাৰ এটা কোঠাত বহি আছিল। সকলোৱে ঘনকান্ত গগৈৰ অপেক্ষা কৰি আছিল। নিশা প্রায় ৮-৪৫ বজাত গগৈয়ে কোঠাটোত প্ৰৱেশ কৰে। তাৰ পাছতে সংঘটিত কৰে এই শিহৰণকাৰী হত্যাকাণ্ডটো।
ভৰালী পৰিয়ালৰ আত্মীয়ৰ সূত্ৰই সদৰী কৰা অনুসৰি ঘনকান্ত গগৈয়ে কোঠাটোত প্ৰৱেশ কৰি কিছু সময় পাছতে নিজৰ লগত থকা পিষ্টলটো উলিয়াই সকলোকে লক্ষ্য কৰি নির্বিচাৰে গুলিচালনা কৰে।
মুঠ সাত জাঁই গুলি চলোৱাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। গুলিৰ আঘাতত হেলেনা ভৰালী, দেৱৰ্ষি কাশ্যপ, ৰিণিকি ভৰালী আৰু ভূদেৱ ভৰালী থিতাতে বাগৰি পৰে। ইয়াৰ পাছত অভিযুক্ত গগৈ বাহিৰলৈ ওলাই আহে আৰু বাহিৰত ৰৈ থকা সত্যেন্দ্ৰ দাস আৰু নাৰায়ণ দাসৰ ওপৰত গুলিবর্ষণ কৰে। তেজৰ ডোঙাত ছটফটাই থাকে সত্যেন্দ্র পাঠক আৰু ভূদেৱ ভৰালী। পাছত আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাতে সত্যেন্দ্র পাঠকৰ মৃত্যু হয়।
এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ কিছু সময়ৰ পাছতে ৰাষ্ট্ৰ হৈ পৰে। ফলত মুহূৰ্তৰ ভিতৰত লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ অঞ্চলটো। ব্যস্ত জিএছ ৰোডৰ দুয়োপাৰে সৃষ্টি হয় অভাৱনীয় যানজট। এনে এক লোমহর্ষক ঘটনাৰ গম ল’বলৈ মহানগৰীখনৰ দূৰদূৰণিৰ পৰাও বহু লোক ঢপলিয়াই আহে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Breaking NewsCrime NewsEncounterfive killedGuwahati Policehotel vilas innlatest newsMain Culpit ArrestedOne Injured
publisher

publisher

Related Posts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন
Assam

October 26, 2026
Assam

Gohpur :প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে উন্নয়ন নহয় ! গহপুৰৰ বান বিধ্বস্ত উত্তৰাঞ্চলত চৰকাৰ-প্ৰশাসনৰ কৰ্মদক্ষতাৰ ফোঁপোলা স্বৰূপ উদঙাইছে সোলেঙী নৈৰ ভগ্ন দলঙে

October 26, 2026
Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী
Assam

Heroin With Paddlar Arrested in Nagaon:নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত আৰক্ষীৰ অভিযানত হে’ৰইন সহ আটক চাৰি সৰবৰাহকাৰী

October 26, 2026
Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ
Crime

Rahul Gandhi: চুলতানপুৰ আদালতৰ ৰাহুল গান্ধীলৈ বৃহৎ সকাহ

October 26, 2026
Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত
National

Arunacal Pradesh:জলবিদ্যুৎ প্ৰকল্পৰ বাবে বন ধ্বংস কৰিব অৰুণাচলত

October 26, 2026
Guwahati:গুৱাহাটীবাসীয়ে কেতিয়ালৈ পাব বিশুদ্ধ খোৱাপানী ? উত্তৰবিহীন প্রশ্ন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d