Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Incident:মণিপুৰৰ এটা ভয়ংকৰ ভিডিঅ’ই কঁপাই গৈছে সমগ্ৰ ভাৰত

দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল,গ্ৰেপ্তাৰ মূল অভিযুক্তক

publisher by publisher
July 20, 2023
in Crime, India, News
Reading Time: 2 mins read
0
Manipur Incident:মণিপুৰৰ এটা ভয়ংকৰ ভিডিঅ’ই কঁপাই গৈছে সমগ্ৰ ভাৰত
6
SHARES
59
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

Manipur Incident:
অশান্ত জৰ্জড়িত মণিপুৰত বিগত দুমাহতকৈও অধিক সময় ধৰি উত্তপ্ত হৈ আছে পৰিস্থিতি। এনে পৰিস্থিতিৰ মাজতে পাৰ্বত্য ৰাজ্যখনত সংঘটিত হোৱা এক নৃশংস নাৰী নিৰ্যাতনৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশক ।

দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল কৰা ঘটনাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে পৰিস্থিতিৰ পুনৰ অগ্নিগৰ্ভা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই নৃশংস কাণ্ডই অধিক ৰূপত ভয়াৱহ কৰি তুলিছে মণিপুৰৰ পৰিস্থিতি।

ADVERTISEMENT

নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় কাণ্ডৰ ভিডিঅ’টোত মেইটেই সম্প্রদায়ৰ একাংশ লোকে দুগৰাকী কুকি মহিলাক পথত উলংগ কৰি সমদল কৰোৱাৰ দৃশ্য দেখা গৈছে। আনকি সন্দেহ কৰা মতে পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলা দুগৰাকী ধর্ষণ কৰাৰ অভিযোগো উত্থাপন কৰিছে ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি নেতা মঞ্চই ৷ সংগঠনটোৱে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা অনুসৰি ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ নিলগত কাংপকপি জিলাত যোৱা চাৰি মে’ দিনাই সংঘটিত হৈছিল এই জঘন্য লজ্জাজনক ঘটনাটো ৷ কাণ্ডটোত দুগৰাকী কুকি মহিলাক উলংগ কৰি পথত সমদল কৰাৰ লগতে একাংশই স্পৰ্শ কৰে মহিলা দুগৰাকীৰ গুপ্তাংগও।

উল্লেখ্য যে, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত বিগত দুমাহ দিন ধৰি অব্যাহত থকা সংঘৰ্ষৰ পহিলাতে এই জঘন্য গণ ধৰ্ষণৰ ঘটনাটি সংঘটিত হৈছিল যদিও ইন্টাৰনেট বন্ধ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।

আনকি ঘটনাৰ বিষয়ে ৰাজ্য চৰকাৰ অৱগত হৈছিল যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ তৎপৰ হোৱা নাছিল ৷

অৱশ্যে ঘটনা সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ভয়ানক ভিডিঅ’টো নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয় । মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিলো ৷

তেওঁ মোক জনাইছে যে বর্তমান তদন্ত চলি আছে। আনহাতে মণিপুৰৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ দি কয় মণিপুৰৰ ঘটনাই দেশৰ ১৪০ কোটি জনতাক লজ্জানত কৰিছে ।

আইন ব্যৱস্থা কঠোৰ কৰি তুলিবলৈ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ। মণিপুৰৰ অপৰাধীক ধৰিবলৈ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল’বলৈ মণিপুৰ চৰকাৰক নিৰ্দেশ দিয়ে মোদীয়ে ৷

প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ স্থিতিৰ পাছতে মণিপুৰ চৰকাৰ কঠোৰ হৈ পৰি জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ ভয়ংকৰ ভিজুৱেল শ্বেয়াৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়াত, শ্বেয়াৰ কৰিলেই পৰিব চৰকাৰৰ ৰোষত ৷

শেহতীয়াকৈ দেশ তোলপাৰ লগোৱা ভিডিঅ’ ভাইৰেল কৰা মণিপুৰৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ৰাজ্য চৰকাৰে ৷ একেদৰে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্তক ৷

ইফালে মণিপুৰৰ ঘটনাক লৈ কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ধমক দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। চৰকাৰে ব্যৱস্থা ল’ব নোৱাৰিলে আমি ব্যৱস্থা লম। চৰকাৰলৈ ২৪ ঘণ্টাৰ ডেডলাইন বান্ধি দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm N Biren SingMain Accused arrestedManipur ViolencePM Modi
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d