Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Elephant-Human Conflict : পূব অসমত মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ বাবে সাতটা ৰেপিড ৰেচপন্স গোট গঠন

publisher by publisher
July 27, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Elephant-Human Conflict : পূব অসমত মানুহ-হাতীৰ সংঘাত প্ৰশমনৰ বাবে সাতটা ৰেপিড ৰেচপন্স গোট গঠন
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

Elephant-human conflict is on the rise in assam:হাতী-মানুহৰ সংঘাতে লৈছে তীব্ৰতৰ ৰূপ, গম্ভীৰ নহয় সংশ্লিষ্ট কর্তৃপক্ষ

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

Elephant-Human Conflict :

মানৱ–হাতী সংঘাত (এইচ ই চি) প্ৰশমনৰ প্ৰচেষ্টাক শক্তিশালী কৰা আৰু স্থানীয় লোকৰ অংশগ্ৰহণৰ জৰিয়তে মানৱ আৰু বন্যপ্ৰাণীৰ অতি প্ৰয়োজনীয় সহাৱস্থানক উদগনি যোগোৱাৰ বাবে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পূব অসমৰ মাজুলী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ মানৱ-হাতী সংঘাতত জৰ্জৰিত কেতবোৰ অঞ্চলত তৃণমূল পৰ্যায়ত সাতটা ৰেপিড ৰেচপন্স গোট (আৰ আৰ ইউ) গঠন কৰিছে ।

ADVERTISEMENT

আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে অসমৰ বন বিভাগৰ সহযোগত আৰু ডাৰউইন ইনিচিয়েটিভৰ সহায়ত স্থানীয় লোকক লৈ এই ৰেপিড ৰেচপন্স গোটবোৰ গঠন কৰিছে। ২০২৩ চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহত স্থানীয় লোকসকলৰ সৈতে কৰা বিস্তৃত আলোচনাৰ জৰিয়তে সকলো গোট গঠন কৰা হৈছে ।

এই গোটসমূহে মানৱ-হাতীৰ সংঘাত প্ৰশমনত আগতীয়া সতৰ্কবাণী ব্যৱস্থা হিচাপে কাম কৰিব আৰু সেয়েহে এনে সংঘাতৰ ঘাই স্থানসমূহত সহাৱস্থানক উদগনিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

গোটসমূহে হাতীৰ গতিবিধি নিৰীক্ষণ কৰিব আৰু ওচৰৰ গাঁৱৰ লোকক হোৱাটছএপৰ জৰিয়তে অৱগত কৰিব তথা স্থানীয় লোকৰ পহৰা ব্যৱস্থা হিচাপে কাম কৰিব।

মাজুলী জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত গাঁও ক্ৰমে জাবৰচুক কাঠনি, জাবৰচুক বছা, গজেৰা, অনাইচুক, কাংমিলি, সৌৰুকীয়া আৰু হালাধিবাৰীৰ বহুকেইজন প্ৰতিনিধিৰ সৈতে আৰণ্যকৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা আলোচনাৰ অন্তত ৫ জুলাইত উজনি মাজুলীত প্ৰথমটো আৰ আৰ ইউ গঠন কৰা হয় ।

৫৮ জন স্থানীয় লোকে আৰ আৰ ইউৰ অংশ হ’বলৈ সন্মতি প্ৰকাশ কৰে । জিলা পৰিষদৰ কাউন্সিলাৰ দেবজিৎ পাতিৰেও এই আলোচনাত অংশগ্ৰহণ কৰি আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৬ জুলাইত ডিব্ৰুগড় জিলাৰ দিহিং পাটকাইৰ লেবাংকোলা গাঁৱৰ সমূহীয়া কেন্দ্ৰত গঠন কৰা দ্বিতীয় আৰ আৰ ইউত চৌবিশজন স্থানীয় লোকে যোগদান কৰে।

৭ জুলাইত আৰণ্যকৰ দলে দুটা আৰ আৰ ইউ গঠন কৰে। শিৱসাগৰ জিলাৰ চৰগুৱা, চৰগুৱা গ্ৰান্ট আৰু চমৰাজান গাৱঁৰ পৰা বাচনিকৃত ২৩ জন সদস্যক লৈ চৰগুৱা গ্ৰান্টৰ চৰগুৱা এল পি স্কুলত এটা আৰু মাজুমেলিয়া গাঁৱত মাজুমেলীয়া, ডেমৌমুখ মিছিং গাঁও আৰু গোহাঁইগাঁও গাঁৱৰ ১৪ জন স্থানীয় লোকক লৈ আনটো আৰ আৰ ইউ গঠন কৰা হয় ।

একেদৰে ৮ জুলাইত যোৰহাট জিলাত দুটা আৰ আৰ ইউ গঠন কৰা হয় । স্থানীয় লোকৰে হোৱা আলোচনাৰ অন্তত যোৰহাট জিলাৰ শগুণপৰা গাঁৱৰ শগুণপৰা এল পি স্কুলত গঠন কৰা এটা আৰ আৰ ইউত শগুণপৰা, তিনিঘৰীয়া, মিলিগাঁও আৰু জাপোণগাঁৱৰ পঁয়ত্ৰিশ জন স্থানীয় সদস্যই যোগদান কৰে।

যোৰহাট জিলাৰ বেজৰছিগাৰ শংকৰদেৱ এম ই স্কুলত আনটো আৰ আৰ ইউ গঠন কৰা হয়। বেজৰছিগা, কৈৱৰ্ত্তগড়, চুমনি চাপৰি আৰু হাতীশাল গাঁৱৰ ৩৯ জন লোকে এই আৰ আৰ ইউত যোগদান কৰে।

শেষত আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰৰ নেতৃত্বত হোৱা এক বিস্তৃত আলোচনাৰ অন্তত তিনিচুকীয়া জিলাৰ শদিয়াত ২২ জন সদস্যৰে সপ্তমটো আৰ আৰ ইউ গঠন কৰা হয়।

আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই জনায় যে আৰণ্যকে নিৰ্বাচন কৰা ‘গাঁও চেম্পিয়ন’ আৰু চৰকাৰে গঠন কৰা স্বেচ্ছামূলক গাঁও প্ৰতিৰক্ষা দলৰ সদস্যসকলক যথাসম্ভৱ এই আৰ আৰ ইউসমূহত অন্তৰ্ভুক্ত কৰা হৈছে ।

প্ৰতিটো আৰ আৰ ইউত বিভিন্ন অংশীদাৰৰ লগতে আৰণ্যকৰ মূল দলৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে এজন মুখপাত্ৰ নিযুক্ত কৰা হৈছে ।

আৰন্যকৰ গৱেষণা বিষয়া ৰুবুল তাঁতীয়ে মানৱ-হাতী সংঘাতপ্ৰৱণ অঞ্চলত এই সংঘাতৰ হাতী আৰু মানুহ উভয়ৰে ওপৰত পৰা প্ৰভাৱৰ বিষয়ে গাঁওবাসীক সজাগ কৰে আৰু সহাৱস্থানক উদগনি যোগোৱাৰ বাবে সংঘাত প্ৰশমনৰ ক্ষেত্ৰত সক্ৰিয় আৰ আৰ ইউৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

আৰণ্যকৰ জ্যেষ্ঠ বিষয়া জাকিৰ ইছলাম বৰা আৰু নিৰঞ্জন ভূঞাই গাঁওবাসীৰ সৈতে আলোচনাৰ আয়োজনৰ জৰিয়তে আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰ আৰ ইউ গঠন প্ৰক্ৰিয়াৰে জড়িত আৰণ্যকৰ দলৰ আন সদস্যসকল হৈছে ক্ৰমে প্ৰাণজিত বৰা, জোনাক বৰুৱা, দিবাকৰ নায়ক, ইজাজ আহমেদ, ধনটো গগৈ, তীব্ৰজ্যোতি গগৈ, লেখন গগৈ, অনন্ত দত্ত, লক্ষীনাথ টাইদ, চিৰঞ্জীৱ কলিতা, তন্ময় গগৈ, বিজয় কলিতা আৰু এজন শিক্ষানৱিছ বৈদিক গুপ্তা ।

মনোজ চেতিয়া, বিদ্যা বৰবৰা, সুনীল টায়ে, মাখন কলিত আদি “গাঁও চেম্পিয়ন” সকলো এই সমগ্র প্রক্রিয়াত জড়িত হৈছিল ৷ উল্লেখ্য যে গাঁৱৰ চেম্পিয়নসকল হৈছে আৰণ্যকৰ দলে প্ৰকল্প ৰূপায়ণ কৰা গাঁও সমূহত প্ৰকল্পৰ কাম-কাজৰ সুবিধাৰ বাবে প্ৰশিক্ষণ দিয়া স্থানীয় লোক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aranyak OrganizationElephant-human conflictRapid Responce Unit
publisher

publisher

Related Posts

ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই
Assam

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d