Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Bjp Pressmeet:বিৰোধী দলত নাই মূল্যবোধৰ ৰাজনীতি নাৰীৰ

অনাকাংক্ষিত মৃত্যুকো কংগ্ৰেছে উদ্‌যাপন কৰে : ৰাজ্যিক বিজেপি

publisher by publisher
August 21, 2023
in Assam, India, News
Reading Time: 2 mins read
0
State Bjp Pressmeet:বিৰোধী দলত নাই মূল্যবোধৰ ৰাজনীতি নাৰীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

State BJP Pressmeet in Guwahati:বিজেপিৰ ৰাজ্যিক কার্যালয়ত মন্ত্রী পিযুষ হাজৰিকাৰ সংবাদমেল

State Bjp Pressmeet:বাংলাদেশ, পাকিস্তানৰ আৰ্হিত অসমৰ চাপৰিতো আছে কৌমি মাদ্রাছা

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

State Bjp Pressmeet:

এগৰাকী নাৰীৰ অনাকাংক্ষিত মৃত্যুক কংগ্ৰেছ দলে উদ্‌যাপন কৰিছে। নাৰীৰ অনাকাংক্ষিত মৃত্যুক লৈয়ো ঘৃণনীয় ৰাজনীতি কৰাৰ মানসিকতা থাকিব পাৰে সেয়া ভাবিবই নোৱাৰি। আমি এনে মানসিকতাক গৰিহণা দিওঁ” – এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্র জানকী খাউণ্ডৰ ৷ দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদ মেলত মুখপাত্র গৰাকীয়ে এনেদৰে মত পোষণ কৰে।

ADVERTISEMENT

সংবাদ মেলত দলৰ ৰাজ্যিক উপ-সভানেত্রী বিজুলী কলিতা মেধি, ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞা আৰু মুখপাত্র ড০ জুৰি শৰ্মা বৰদলৈ উপস্থিত আছিল।

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে পৰা কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টিত নাৰীৰ সুৰক্ষিত নহয় বুলি এক প্ৰকাৰৰ কেম্পেইন চলাই আছে।

কিন্তু কংগ্ৰেছ দলে এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ পূৰ্বে নিজ দলৰ অপকৰ্মৰ ইতিহাসৰ পাত এবাৰ লুটিবাই চোৱাৰ প্ৰয়োজন আছিল বুলি বিজেপিৰ মহিলা নেত্ৰী সকলে মতপোষণ কৰে।

দলৰ উপ -সভানেত্রী বিজুলী কলিতা মেধিৰ মতে, কংগ্ৰেছ দলৰ ইতিহাস নাৰী নিৰ্যাতনৰ অলেখ ঘটনাৰে ভৰপূৰ। এই দলৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সাধাৰণ সম্পাদকলৈ বিভিন্ন জনৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অলেখ অভিযোগ আছে।

কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল অভিযোগক আলম হিচাপে লৈ কেতিয়াও কোনো দলৰ নাৰী সদস্য সম্পর্কত নিম্ন স্তৰৰ মন্তব্য কৰা নাই। এয়া আমাৰ সমাজৰ পৰিপন্থী কথা বুলি ৰাজ্যিক বিজেপিৰ উপ সভানেত্রী বিজুলী কলিতা মেধিয়ে মত পোষণ কৰে।

কেইবছৰমান পূর্বে সমগ্র দেশতে নাৰী নিৰ্যাতনৰ বিভিন্ন বিষয় লৈ “মী টু” নামেৰে এক অভিযান চলিছিল। সেই সময়ছোৱাতো অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেত্রী ববিতা শমাই তেওঁৰ বিৰুদ্ধে দলৰে জ্যেষ্ঠ নেতাই নির্যাতন চলোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল বুলি সংবাদ মেলত উপস্থিত থকা দলৰ ৰাজ্যিক সম্পাদিকা অপৰাজিতা ভূঞাই মত পোষণ কৰে।

কেইবছৰমান পূর্বে কংগ্ৰেছ দলৰ প্রাথমিক সদস্য পদত্যাগ কৰি ড০ জুৰি শৰ্মা বৰদলৈয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। কংগ্ৰেছ দলত কাম কৰা ২৮ বছৰীয়া অভিজ্ঞতাৰ বৰ্ণনা কৰি ড০ শৰ্মা বৰদলৈয়ে কয় যে, ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পার্টি কংগ্ৰেছতকৈ মূল্যবোধৰ ক্ষেত্ৰত বহু ওপৰত। কংগ্ৰেছত কোনোধৰণৰ মূল্যবোধেই নাই বুলি ড০ শৰ্মা বৰদলৈয়ে বর্ণনা কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Janaki khaundAparajita bhuyanDr.Jurisarma BordoloiSporksperson Bijuli Kalita MedhiState Bjp Pressmeet
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d