Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Air in Guwahati Is Poisonous:ধোঁৱাচাঙত নিৰ্দেশনা : বিষাক্ত গুৱাহাটীৰ বায়ু

মহানগৰীত একিউআই বৃদ্ধি ২৫৪ লৈ,বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্ধাৰিত হাৰতকৈ ৫.৫ গুণ বৃদ্ধি প্ৰদূষণ,দীপাৱলীত অবিৰাম গতিত ফুটোৱা ফটকাই সৃষ্টি কৰিছে প্ৰদূষণ

publisher by publisher
November 14, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Air in Guwahati Is Poisonous:ধোঁৱাচাঙত নিৰ্দেশনা : বিষাক্ত গুৱাহাটীৰ বায়ু
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Assam is the most polluted state in the country:দেশৰে সৰ্বাধিক প্ৰদূষিত ৰাজ্য অসম, দিছপুৰ আটাইতকৈ প্রদূষিত অঞ্চল প্ৰদূষণৰ অ

Air in Guwahati Is Poisonous:

ফটকা-আতচবাজীয়ে গুৱাহাটী মহানগৰীতো সৃষ্টি কৰিলে ব্যাপক প্রদূষণ। উচ্চতম ন্যায়ালয়ে এইবাৰ দীপাৱলীত শব্দ আৰু বায়ু প্ৰদূষণৰ অন্যতম কাৰক ফটকা ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও দেওবাৰে বিয়লিৰে পৰা ব্যাপক হাৰত ফটকা ফুটোৱাৰ পৰিণতিত নিশাৰে পৰা গুৱাহাটীৰ আকাশমার্গ ছানি ধৰে প্রদূষণে।

ADVERTISEMENT

পৰিস্থিতি এনে পর্যায়ত উপনীত হয় যে গুৱাহাটীত বায়ুৰ মান সূচকাংক’ (একিউআই)ৰ পৰ্যায় যোৱা নিশাৰে পৰা সৰ্বাধিক ২৫৪ পর্যন্ত বৃদ্ধি পায়। প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে প্ৰকাশ কৰা তথ্য মতে, গুৱাহাটীত বায়ু প্ৰদূষণৰ অন্যতম উপাদেয় পি এম ২.৫ হান বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্বাভাৱিক হাৰতকৈ আজি ৫.৫ গুণ বৃদ্ধি পাইছে।

উল্লেখ্য যে পি এম ২.৫ৰ হাৰ দ্ৰুত গতিত উর্ধ্বগামী হোৱাৰ পৰিণতিত গুৱাহাটীৰ বায়ু হাপানী ৰোগ আৰু হৃদৰোগৰ দৰে ৰোগাক্ৰান্তৰ বাবে বিপজ্জনক হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গুৱাহাটীত নিশা আঠ বজাৰ পৰা ১০ বজালৈ দুঘন্টাৰ বাবেহে সেউজ ফটকা ফুটাবলৈ অনুমতি দিছিল।

পিছে আশ্চৰ্যকৰ কথা এয়ে যে গুৱাহাটীত দেওবাৰে বিয়লি প্ৰায় চাৰি বজাৰ পৰাই আৰম্ভ হয় উচ্চ প্ৰাৱলাৰ ফটকা ফুটোৱাৰ অঘোষিত প্রতিযোগিতা। লক্ষ্যণীয় যে গুৱাহাটীৰ প্ৰতিটো পথতে যোৱা সপ্তাহৰ পৰাই গঢ়ি উঠিছিল ফটকাৰ এখন বৃহৎ ব্যৱসায়। পূৰ্বতকৈয়ো দুগুণে বৃদ্ধি পায় ফটকাৰ দোকানৰ সংখ্যা।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ আধাৰত ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰে যদিও ফটকা বিক্রীত প্রশাসনে কোনো হকা-বাধা নকৰাত গুৱাহাটীত ধোঁৱাচাঙত উঠে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আহ্বান।

এই প্রসংগত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এজন শীর্ষ বিষয়াই আজি কয় যে পৰিষদৰ আহ্বান অমান্য কৰা পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কৰ্তৃত্ব নাই পৰিষদৰ। পৰিষদে মাথোঁ এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্রশাসনকহে দায়িত্ব প্ৰদান কৰে। পিছে গুৱাহাটীত কালিৰে পৰা অবিৰাম গতিত অব্যাহত থকা ফটকা ফুটোৱা পক্ষসমূহক নিয়ন্ত্ৰণ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে মহানগৰ প্ৰশাসনে।

সেউজ ফটকা দূৰৈৰ কথা, মহানগৰীত মুকলিকৈয়ে বিগত দিনকেইটাত বিক্ৰী কৰা হ’ল বায়ু প্ৰদূষণ সৃষ্টিকাৰী ফটকাহে। উল্লেখ্য যে মহানগৰীৰ গড়চুক চাৰিআলিত সোমবাৰে বিয়লি একিউআইৰ হাৰ ২৫৪ পইন্ট, পাণবজাৰত ২৩৯ পইন্ট, বৰঝাৰ বিমান কোঠত ২২৮ পইন্ট আৰু আইআইটি গুৱাহাটী চৌহদত ২০৭ পইন্টলৈ ঊর্ধ্বগামী হৈছে। দেওবাৰে দুপৰীয়া গুৱাহাটীৰ সামগ্ৰিক একিউআইৰ হাৰ আছিল ১৮৩ আৰু পিএম ২.৫ৰ হাৰ আছিল ৮৪।

কিন্তু বিয়লিৰে পৰা আৰম্ভ হোৱা ব্যপক হাৰত ফটকা ফুটোৱাৰ অঘোষিত প্ৰতিযোগিতাই সন্ধিয়াৰে পৰা প্ৰদূষিত কৰি তোলে গুৱাহাটীৰ আকাশ-বতাহ।

উল্লেখ্য যে দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়াৱহ বায়ু প্ৰদূষণে কঢ়িয়াই অনা বিপদ ঘন্টাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে এইবাৰ পোহৰৰ উৎসৱ দীপাৱলীত উচ্চ প্ৰাৱল্য তথা প্ৰদূষণ সৃষ্টিকাৰী ফটকা ফুটোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল; কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বলবৎ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ দুৰ্বল ভূমিকাই এইবাৰৰ দীপাৱলীতো বাধাহীন গতিত ফটকা ফুটোৱাত অৰিহণাহে যোগায়।

প্ৰশাসনে নিশা ১০ বজাৰ পৰা পুৱা আঠ বজালৈ উচ্চ শব্দৰ ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিয়েই দায়িত্ব সামৰে। ফলত সোমবাৰে গুৱাহাটীত সমানে অব্যাহত থাকে ব্যাপক হাৰত ফটকা ফুটোৱাৰ ধাৰাবাহিকতা।

পৰিণতিত মহানগৰীত সোমবাৰে ব্যাপক হাৰত ঊর্ধ্বগামী হয় প্ৰদূষণৰ মাত্ৰা। চিকিৎসকৰ মতে, আজি গুৱাহাটীত একিউ আইৰ উচ্চ হাৰৰ সময়ত হাওঁফাওঁৰ সংক্ৰমণ, হৃদৰোগ, হাপানী আদি ৰোগাক্ৰান্ত লোকে মুকলিকৈ এই বায়ু সেৱন কৰাটো অতি বিপজ্জনক।

পৰাপক্ষত এনে শ্ৰেণীৰ লোকে ঘৰতে সোমাই থকাটোৱে মংগল বুলিও চিকিৎসকে মত প্রকাশ কৰিছে। ধাৰাবাহিক ফটকা ফুটোৱাৰ ফলত গুৱাহাটীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰাৰ পাছতো পিছে আজিও পৰিৱেশ প্ৰদূষণ ৰক্ষাৰ প্ৰতি তিলমানো গুৰুত্ব দিয়া নাই মহানগৰবাসীয়ে।

প্ৰদূষণ ৰোধৰ বাবে ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো গুৱাহাটীত দুদিন ধৰি বাধাহীনভাৱে অব্যাহত থকা ফটকা ফুটোৱাৰ ধাৰাবাহিকতাৰ প্ৰসংগত আজি কার্যতঃ অসহায়তা প্ৰকাশ কৰি হাত দাঙিলে মহানগৰ আৰক্ষীয়ে।

গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত প্রতীক থুৱেই ‘দৈনিক অগ্ৰদূত’ৰ আগত কয় যে প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিখন থানা অঞ্চলতে আৰক্ষীৰ নিয়মীয়া তহলৰ উপৰি ফটকা ফুটোৱাত বাধা আৰোপ কৰিবলৈ ‘স্পেছিয়েল স্কোৱাড’ গঠন কৰি মহানগৰীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে; কিন্তু আৰক্ষীৰ তহলদাৰীৰ দলে পিছ দিয়াৰ লগে লগে বহুলোকে ফটকা ফুটাইছে।

মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তজনে অসহায়তা ব্যক্ত কৰি কয়, ‘মূল সমস্যাটো হ’ল সকলো ঘৰৰ সন্মুখতে নিৰাপত্তাৰক্ষী নিয়োগ কৰাটো সম্ভৱ নহয়। তথাপি তহলদাৰী গোটে অভিযান অব্যাহত ৰাখিছে ।

মহানগৰ আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দিনৰ ভাগতো ফটকা ফুটাবলৈ বাধা দি ৰাইজক আহ্বান জনাইছো।’ উল্লেখ্য যে গুৱাহাটীত দেওবাৰৰ দৰে সোমবাৰৰ নিশালৈকে অব্যাহত আছে ব্যাপক হাৰত ফটকা ফুটোৱাৰ শব্দ। স্বাভাৱিকতে ধূসৰিত হৈ পৰিছে মহানগৰীৰ পৰিৱেশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: After DIWALIAir in GuwahatiPoisonousRECORDED AN AQI
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d