Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bharat Jodo Nyay Yatra: মহানগৰীৰ খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচাৰ্জ, বেৰিকেড ভাঙি জি এছ ৰোডলৈ প্ৰৱেশৰ চেষ্টা কৰা কংগ্ৰেছীক আৰক্ষীৰ বাধাৰোপ, আৰক্ষীৰ লাঠিচাৰ্জত আঘাতপ্ৰাপ্ত ভূপেন বৰা, দেৱব্ৰত শইকীয়া জাকিৰ জাকিৰ হুছেইন শিকদাৰ', হতাহতিত আঘাতপ্ৰাপ্ত কেইবাগৰাকী আৰক্ষীও, হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ একাংশ ৰাইজক উৎসাহিত কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

publisher by publisher
January 23, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Bharat Jodo Nyay Yatra: মহানগৰীৰ খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi Bharat Jodo Nyay Yatra:

অথন্তৰে যেন লগ এৰা নাই ৰাহুল গান্ধীৰ বহুচৰ্চিত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত। মণিপুৰৰ পৰা আৰম্ভ হোৱা ন্যায় যাত্ৰাই মহানগৰীৰ মুল প্ৰৱেশদ্বাৰ খানাপাৰাত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ জি এছ ৰোডলৈ যোৱাৰ প্ৰচেষ্টাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ADVERTISEMENT

জি এছ ৰোডলৈ প্ৰসাশনে প্ৰৱেশৰ অনুমতি দিয়া নাই নাই ভাৰত জোড়ো ন্যায় যাত্ৰা’ক৷যাক লৈ ক্ষুব্ধ ৰাহুল গান্ধী সহ এপিচিচিৰ নেতৃবৰ্গ । খানাপাৰাত বেৰিকেড সাজি মোতায়েন কৰা হৈছিল আৰক্ষী ৷ এপিচিচি সভাপতি ভূপেন বৰা সহ একাংশ কংগ্ৰেছীয়ে বেৰিকেড ভাঙি মহানগৰীৰ মাজলৈ যোৱাৰ বাবে চেষ্টা কৰাত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ স’তে কথাৰ কটাকটি হৈ ৷ ইয়াৰ পাছতে একাংশ কংগ্ৰেছী আৰক্ষীয়ে হতাহতিত লিপ্ত হয় ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা কৰে।আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ সহ বহু কেইজন কংগ্ৰেছ নেতা- কৰ্মী ৷ ইফালে, ৰাহুলে সকলো ঘটনা কিছু দূৰৰ পৰা প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে, গুৱাহাটীলৈ এই ন্যায় যাত্ৰাই প্ৰৱেশৰ বাবে ইতিপূৰ্বে এপিচিচিৰ ফালৰ পৰা অনুমতি বিচৰা হৈছিল। কিন্তু সাধাৰণ ৰাইজৰ হাৰাশাস্তি হোৱাৰ বাবে ৰাহুলৰ ন্যায় যাত্ৰা মহানগৰীৰ মাজেৰে যাব দিয়া নহ’ব বুলি ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বিপৰীতে যুদ্ধদেহিং স্থিতি লৈ এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই হুংকাৰ দিছিল ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই ৷

দুয়োজন নেতাই কয়,আমাৰ যাত্ৰা অসমত প্ৰৱেশ কৰাৰ পাছৰে পৰা পদে পদে চৰকাৰে বাধাৰোপ দি আহিছে ৷ তথাপিও ন্যায়ৰ এই যাত্ৰা অব্যাহত ৰাখিছো ৷ ৰাইজৰ সমৰ্থনত এই যাত্ৰা ৰাজধানী চহৰ গুৱাহাটী সহ নামনিৰ সকলো জিলা অতিক্ৰম কৰি পশ্চিমবংগত প্ৰৱেশ কৰিব ।

আনহাতে, ন্যায় যাত্ৰাৰ অংশগ্ৰহণকাৰী একাংশ কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ যাত্ৰাক লৈ মুখ্যমন্ত্ৰীয়ে শংকিত হৈছে মন্তব্য কৰে ৷

ইপিনে, জি এছ ৰোডলৈ যোৱাৰ পথত আৰক্ষীয়ে বেৰিকেড দি পথ অৱৰোধ কৰি ৰখাত ক্ষোভিত কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বাছৰ ওপৰৰ পৰা সমৰ্থকক সম্বোধন কৰে ৷ একেদৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়েও খানাপাৰাৰ পৰাই উপস্থিত সমৰ্থক আৰু ৰাইজক সম্বোধন কৰি কয় যে, অসমৰ ৰাইজৰ বজ্ৰ কণ্ঠ ৰুদ্ধ কৰা হৈছে। আমি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ভয় নকৰো। কোনো এজন কংগ্ৰেছ নেতা- কৰ্মী আৰ এছএছ – বিজেপি লৈ ভয় নকৰে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে আৰু কয় যে, আমি আজি প্ৰশাসনে লগোৱা বেৰিকেড ভাঙিছো কিন্তু কোনো ক্ষেত্ৰতে আইন উলংঘা নকৰো। অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ আইন ভংগ কৰিব পাৰে। কিন্ত আমি কংগ্ৰেছী সকলে আইন হাতত তুলি নলও ৷

অসমত ইতিমধ্যে আৰএছএছ – বিজেপিয়ে যি একনায়কত্ববাদৰ বিচাৰধাৰাক আমি সমুলঞ্চে পৰাভূত কৰিম। নেতাজনে এই কথাও কয় যে, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ স’তে আমি মতবিনিময়ৰ কৰিবলৈ বিচাৰিছিলো যদিও ৰাজ্য চৰকাৰে অনুমতি নিদিলে ৷ আচলতে চৰকাৰে আমাৰ এই যাত্ৰাক লৈ শংকিত হৈছে ৷ আগন্তুক দিনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাক ৷

ইপিনে, হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবলৈ একাংশ ৰাইজক উৎসাহিত কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharat Jodo Nyay YatraBhupen Boro InjuredKhanaparaPolice Lathi ChargeRahul Gandhi
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d