Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

30-Minute HSLC Examination Question Paper Was Leaked In Cachar:মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে অঘটন !

পৰীক্ষা আৰম্ভনিৰ ৩০মিনিটৰ ভিতৰত কাছাৰত ফাদিল ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত

publisher by publisher
February 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
30-Minute HSLC Examination Question Paper Was Leaked In Cachar:মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে অঘটন !
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

Indian Citizenships:CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কাছাৰৰ এগৰাকী মহিলাৰ

30-Minute HSLC Examination Question Paper Was Leaked In Cachar:

আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিনটোতে পুনৰ সংঘটিত হ’ল অঘটন ৷

ADVERTISEMENT

ছেবাই কে’বাটাও নতুন নিয়ম সংযোজনৰে কটকটীয়া নিৰাপত্তাৰে আৰম্ভ কৰা পৰীক্ষাৰ মাজতে কাছাৰত পৰীক্ষা আৰম্ভৰ মাত্ৰ ত্ৰিশ মিনিট সম্পূৰ্ণ নৌহওঁতেই ফাদিল হ’ল প্ৰশ্নকাকত।

ইতিমধ্যে ইংৰাজী বিষয়ৰ ফাদিল প্ৰশ্নকাকত খন ছ’ছিয়েল মিডিয়াত ব্যাপক ভাইৰেল হোৱাৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি,কাছাৰৰ বাশকান্দি নেনা মিয়া উ:মা: পৰীক্ষা কেন্দ্ৰৰ পৰা ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত খন কেন্দ্ৰটোত নিয়োজিত শিক্ষক হায়দৰ হুছেইন মজুমদাৰৰ দ্বাৰাই ফাদিলৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷

উল্লেখ্য যে,ছেবাই এইবাৰ অএম আৰ শ্বীট সহ কেতবোৰ নতুন নিয়ম সংযোজিত কৰি নিকাভাৱে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিল যদিও মুৰকত গৈ ছেবাৰ এই প্ৰচেষ্টা অৰ্থহীন হৈ পৰে। পুনৰ যেন বিৰ্তকৰ মাজত ছেবা ৷

স্মতৰ্ৱ্য যে,আজিৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা অন্ত পৰিব অহা ১৬ মাৰ্চত । ৰাজ্যৰ মুঠ ৯১৩টা কেন্দ্ৰত আয়োজিত মেট্ৰিক পৰীক্ষাত মুঠ ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷

উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাত এইবাৰ ছেবাই কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম সংযোজন কৰিছে ৷ সেই অনুসৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিট(OMR Sheet)ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ৷

সৰ্বমুঠ ৪ টাকৈ বিষয় ক্ৰমে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰীক্ষাৰ্থীয়ে অ’এম আৰ’ শ্বিটতে উত্তৰ দিব লাগিব ৷ উল্লিখিত চাৰিটাকৈ বিষয়ত ৪৫টা ১নম্বৰৰ প্ৰশ্ন থাকিব আৰু সুকীয়া এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে ৪৫ নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব।

এই নতুন নিয়ম অনুসৰি গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত ৯০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ ৪৫ নম্বৰকৈ দুখনকৈ সুকীয়া শ্বীটত উত্তৰ সমূহ লিখিব লাগিব পৰীক্ষাৰ্থীয়ে ।
আনহাতে,প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ মন্তব্য তেওঁ এই সন্দৰ্ভত অৱগত নহয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Banskandi Nena Mia H s SchoolCacharenglish subjectHSLC Examination 2024Question Paper leak
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d