Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two Missing Girls In Nunmati:ৰাহুল কাশ্যপ ছদ্মনামেৰে দৃষ্টিহীন মাধৱ দাসে জালত পেলাইছিল মহানগৰীৰ দুই ছাত্ৰীক

নুনমাটিৰ দুই সন্ধানহীন ছাত্ৰীৰ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ, বহি:ৰাজ্যলৈ নিয়াৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল অন্ধ মাধৱ দাসে

publisher by publisher
February 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Two Missing Girls In Nunmati:ৰাহুল কাশ্যপ ছদ্মনামেৰে দৃষ্টিহীন মাধৱ দাসে জালত পেলাইছিল মহানগৰীৰ দুই ছাত্ৰীক
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Mathgharia Accident Update: মঠঘৰীয়াত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

Odisha:উৰিষ্যাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিক

Two Missing Girls In Noonmati:

ৰাজ্যত মানৱ সৰবৰাহকাৰীৰ দৌৰাত্ম্যৰ এক ভয়ংকৰ কাণ্ড ৷সৰস্বতী পূজাৰ দিনা গুৱাহাটীৰ পৰা সন্ধানহীন হোৱা কিশোৰী ছাত্ৰীক উদ্ধাৰৰ জৰিয়তে বৃহস্পতিবাৰে পোহৰলৈ আহে।

ADVERTISEMENT

সৰস্বতী পূজাৰ দিনা বিয়লী নুনমাটিৰ পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ দুগৰাকী ছাত্রী সন্ধানহীন হৈছিল। সন্ধিয়া পর্যন্ত ঘৰলৈ উভতি নহাত নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীৰ অনুসন্ধান চলি থকাৰ মাজতে নিশা ছাত্রী দুগৰাকীৰ পৰিয়াললৈ বিশেষ হোৱাটছএপ বার্তা আহিছিল। তাত লিখা আছিল যে ঘৰত নানান অসুবিধাৰ সন্মুখীন হৈ তেওঁলোক ওলাই আহিছে। পাঁচ বছৰৰ পাছত পুনৰ তেওঁলোক ঘৰলৈ উভতি যাব। গতিকে চিন্তা কৰিব নালাগে। সংবাদ মাধ্যম আৰু আৰক্ষীকো জনোৱাৰ প্ৰয়োজন নাই বুলি বার্তাটোত উল্লেখ আছিল; কিন্তু আৰক্ষীৰ অভিযান চলিছিল।

অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে ম’বাইল ফোন ট্রেক কৰি কিশোৰী দুগৰাকীৰ অৱস্থান ধৰা পেলায়। তাৰ পাছতে টিহু আৰক্ষীয়ে টিহু হাটখালাৰ এটা ভাড়াঘৰৰ পৰা কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে।

ভাড়া ঘৰটোত গোপাল ৰামছিয়াৰী আৰু তেওঁৰ পত্নী জুনুমণি ৰামছিয়াৰী ভাড়াতীয়া হিচাপে থাকে। ইয়াৰ পাছত চলা প্রাথমিক অনুসন্ধানতে মানৱ সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম্যৰ উদ্বেগজনক কাণ্ড পোহৰলৈ আহে। বুধবাৰে নিশা তেওঁৰ ভ্ৰাতৃ অৰুণ দাসে মাধৱ দাস নামৰ এজনৰ লগত কিশোৰী দুগৰাকীৰ স’তে তেওঁলোকৰ ভাড়াঘৰত উপস্থিত হৈছিল। কিছু সময়ৰ পাছত অৰুণ আৰু মাধৱে কিশোৰী দুগৰাকীক অন্য এঠাইলৈ নিব বিচাৰে; কিন্তু জুনুমণিয়ে নিজৰ জীয়ৰীৰ বয়সৰ অচিনাকি কিশোৰী দুগৰাকীক নিশা ক’লৈকো নিবলৈ নিদি লগত ৰাখি থয়। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অৰুণ দাসে গুৱাহাটী ষ্টেছনত ফেৰিৱালাৰ কাম কৰে।

আনহাতে, দৃষ্টিহীন মাধৱ দাসে ৰাহুল কাশ্যপ ছদ্মনামেৰে ৰে’লৱে ষ্টেছনত গান গায়; কিন্তু আৰক্ষীয়ে মাধব দাসৰ দৃষ্টিহীনতাক লৈ সন্দেহ প্রকাশ কৰিছে। সেয়েহে আৰক্ষীৰ দ্বাৰা চকু পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। ষ্টেছনতে দুয়োজনৰ যোগাযোগ গঢ়ি উঠিছিল।

অৰুণ দাসৰ ম’বাইল ফোনটো পৰীক্ষা কৰাত আৰক্ষীয়ে তাত বহু যুৱতী আৰু কিশোৰীৰ ফটো উদ্ধাৰ কৰে। অৰুণ আৰু মাধৱেও কিশোৰী দুগৰাকীৰ লগত কোনো প্ৰকাৰে যোগাযোগ স্থাপন কৰি নানান প্রলোভন দি দুয়োকে বুধবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা নি টিহুত ৰাখিছিল।

বৃহস্পতিবাৰে কিশোৰী দুগৰাকীক কোনো স্থানলৈ প্রেৰণৰ পৰিকল্পনাও কৰা হৈছিল। এই চক্ৰটোৰ লগত ৰাহুল কলিতা নামৰ আন এজন লোক জড়িত থকাৰ তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে দৃষ্টিহীন মাধৱ, অৰুণ আৰু ৰাহুল কলিতাক গ্রেপ্তাৰ কৰিছে। আনহাতে, নিশাই কিশোৰী দুগৰাকীক নুনমাটি থানালৈ অনা হয়। ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ জেৰা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 3 Youth Arrested In Cannection to minor school girlNoonmati PoliceRESCUEDSchool gilrls missing
publisher

publisher

Related Posts

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d