Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Odisha:উৰিষ্যাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিক

কৰ্ম সন্ধানত শ্ৰমিক হিচাপে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা পুৰীলৈ গৈছিল চাৰি শ্ৰমিক

publisher by publisher
October 6, 2025
in Assam
Reading Time: 1 min read
0
Odisha:উৰিষ্যাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

Odisha:

উৰিষ্যাৰ পুৰীত উদ্ধাৰ অসমৰ চাৰিগৰাকী আবদ্ধ শ্ৰমিক I কৰ্ম সন্ধানত শ্ৰমিক হিচাপে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰা পুৰীলৈ গৈছিল চাৰিম ক্র, ধনছিং ফাংচ, গৌতমছিং ইংহি আৰু বীৰছিং তেৰাং নামৰ শ্ৰমিক কেইজন। আটাইকেইজন শ্ৰমিক আবদ্ধ হৈ আছিল পুৰীৰ নিলাপাৰাত।

ADVERTISEMENT

ইয়াৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজনে দুমাহ পূৰ্বেই গৈছিল পুৰীলৈ। কিন্তু প্ৰৱঞ্চকৰ জালত পৰি বিপদত পৰে বীৰছিং তেৰাং নামৰ শ্ৰমিকজন। RHI নামৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে আনকি বীৰছিং তেৰাঙৰ পৰা প্ৰৱঞ্চকে আগধন হিচাপেও আদায় লৈছিল বাৰ হাজাৰ টকা।

কিন্তু বীৰছিঙক কৰ্ম সংস্থাপন দিয়াৰ বিপৰীতে বিগত দুমাহ ধৰি পুৰীৰ নিলাপাৰা চহৰত এটা অট্টালিকাতহে আবদ্ধ কৰি ৰাখিছিল প্ৰৱঞ্চকে। বিগত দুমাহেই দিনটোৰ দুবেলা দুমুঠি ভাত খাবলৈ দিয়াৰ বাহিৰে বীৰছিঙে পোৱা নাছিল কোনো কৰ্ম সংস্থাপন কিম্বা দৰমহা। আৰু এনেদৰে দুমাহ অতিক্ৰম কৰাৰ পাছত বীৰছিঙৰ মনত কিছু সন্দেহ ওপজে আৰু অসমলৈ উভতি আহিব বিচাৰে। কিন্তু প্ৰবঞ্চকৰ দলটোয়ে বীৰছিঙক মুকলি কৰি দিয়াৰ বাবদ অসমৰ আন তিনিগৰাকী শ্ৰমিকক যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে বীৰছিঙক।

অৱশেষত নিজৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত উপায়ন্তৰ বীৰছিঙে খেৰণি অঞ্চলৰ চাৰিম ক্র, ধনছিং ফাংচ আৰু গৌতমছিং ইংহিক পুৰীত কৰ্ম সংস্থাপনৰ দিয়াৰ কথা কৈ মাতি পঠিয়াই পুৰীলৈ। আৰু পুৰীৰ উক্ত নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ পাছত বীৰছিঙৰ দৰে আটাইকেইজনে আবদ্ধ হৈ পৰে প্ৰৱঞ্চকৰ হাতত।

এই কথা অৱশেষত ফোনযোগে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি অগ’ষ্টীন ইংহিক সমগ্ৰ ঘটনাৰ কথা জনোৱাৰ লগতে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। আৰু তাৰ পাছতে সভাপতি অগ’ষ্টীন ইংহিৰ উদ্যোগত বৰ্তমানৰ ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা উৰিষ্যাৰ বাসিন্দা Dr. Smruti Ranjan Lenka ৰ সহযোগত পুৰী আৰক্ষীৰ সহায় লৈ পুৰীৰ নিলাপাৰাত আৱদ্ধ হৈ থকা চাৰিওজন শ্ৰমিককে উদ্ধাৰ কৰে। আৰু শেহতীয়াকৈ চাৰিওজনকে অসমলৈ উভতাই পঠিয়াই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: labour trappedOdishaRESCUEDyouth conress leader
publisher

publisher

Related Posts

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d