Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

publisher by publisher
May 7, 2026
in India, News
Reading Time: 1 min read
0
ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Barpeta:বাতিল হ’ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন !

Model Code of Conduct:✒️ভাৰতৰ নিৰ্বাচন আয়োগ(Election Commission of India)ৰ নিৰ্দেশত পশ্চিমবংগকে ধৰি পাঁচখন ৰাজ্যত উঠাই লোৱা হ’ল নিৰ্বাচনী আচৰণবিধি। বিধানসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পাছত আৰু নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বৃহস্পতিবাৰে এই ঘোষণা কৰে আয়োগে।

ADVERTISEMENT

কেৱল পাঁচখন ৰাজ্যই নহয়, যিসমূহ ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই স্থানসমূহতো প্ৰত্যাহাৰ কৰা হৈছে আদৰ্শ আচৰণবিধি। এই সন্দৰ্ভত পশ্চিমবংগ, অসম, কেৰেলা, তামিলনাডু, পুডুচেৰীৰ লগতে গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ জাননী প্ৰেৰণ কৰা হৈছে। সাত মে’ৰ পৰাই এই সিদ্ধান্ত কার্যকৰী হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৫ মাৰ্চত ভাৰতৰ নিৰ্বাচন আয়োগে (Election Commission of India) বাংলা-সহ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী সূচী ঘোষণা কৰিছিল। তাৰ পিছদিনাৰ পৰাই বলবৎ হৈছিল আদৰ্শ নিৰ্বাচনী আচৰণবিধি।

প্ৰায় দুমাহ ধৰি চলি থকা এই বিধি চাৰি মে’ত ফলাফল ঘোষণাৰ পাছত প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয়।

তথ্য অনুসৰি ন মে’ত পশ্চিমবংগত নতুন চৰকাৰ গঠন হ’ব । আন ৰাজ্যসমূহতো শীঘ্ৰেই নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। সেই পৰিপ্ৰেক্ষিততেই আচৰণবিধি উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

বৃহস্পতিবাৰে আয়োগৰ সচিব প্ৰফুল্ল অৱস্থী সংশ্লিষ্ট ৰাজ্যসমূহলৈ এই মর্মে চিঠি প্ৰেৰণ কৰে।

ইফালে, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাত অনুষ্ঠিত উপ-নিৰ্বাচনৰ বাবেও জাৰি আছিল নিৰ্বাচনী আচৰণবিধি। এতিয়া সেইসমূহ ৰাজ্যতো পুনৰ স্বাভাৱিকভাৱে চৰকাৰী আৰু প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব।

তথাপিও আচৰণবিধি প্ৰত্যাহাৰৰ ক্ষেত্ৰত এটা ব্যতিক্ৰম থাকি গৈছে। পশ্চিমবংগৰ ফল্টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ সময়ত ব্যাপক অশান্তিৰ অভিযোগ উত্থাপন হোৱাত পুনৰ নিৰ্বাচনৰ সিদ্ধান্ত লৈছে আয়োগে।

২১ মে’ত পুনৰ ভোটগ্ৰহণ আৰু ২৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব। সেইবাবে ফলতা সমষ্টিত এতিয়াও বলবৎ থাকিব নিৰ্বাচনী আচৰণবিধি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECIElection Commission of IndiaModel Code of Conduct
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d